ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr22 মে’ পৃষ্ঠা ১-১২
  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০২২
  • উপশীৰ্ষক
  • মেʼ ২-৮
  • মেʼ ৯-১৫
  • মেʼ ১৬-২২
  • মেʼ ২৩-২৯
  • মেʼ ৩০–জুন ৫
  • জুন ৬-১২
  • জুন ১৩-১৯
  • জুন ২০-২৬
  • জুন ২৭–জুলাই ৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০২২
mwbr22 মে’ পৃষ্ঠা ১-১২

জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

মেʼ ২-৮

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ চমূৱেল ২৭-২৯

“দায়ূদৰ যুদ্ধৰ ৰণনীতি”

it-১ ৪১

आकीश

जब दाविद शाऊल से बचकर भाग रहा था, तो उसने दो बार राजा आकीश के यहाँ शरण ली। जब पहली बार दाविद वहाँ पहुँचा, तो वहाँ के लोगों ने उस पर भरोसा नहीं किया और कहा कि यह तो हमारा दुश्‍मन है। तब दाविद ने पागल होने का नाटक किया। यह देखकर राजा आकीश ने सोचा, ‘यह तो पागल है, हमें इससे कोई खतरा नहीं’ और उसे छोड़ दिया। (1शम 21:10-15; भज 34: उप.; 56:उप.) दूसरी बार जब दाविद वहाँ गया तो उसके 600 सैनिक और उनके परिवार भी उसके साथ थे। तब आकीश ने उनसे कहा कि वे सब सिकलग शहर में रह सकते हैं। दाविद और उसके आदमी वहाँ एक साल और चार महीने तक रहे। उस दौरान वे कुछ इलाकों पर हमला करके आते थे। तब आकीश ने सोचा कि वे यहूदा के शहरों पर हमला कर रहे हैं। मगर असल में दाविद गशूरियों, गिरजियों और अमालेकियों को लूट रहा था। (1शम 27:1-12) आकीश को दाविद पर पूरा भरोसा हो गया था, इसलिए जब पलिश्‍ती लोग राजा शाऊल पर हमला करने जा रहे थे, तो उसने दाविद को अपना अंगरक्षक बना लिया। ऐन मौके पर पलिश्‍ती सरदारों ने आकीश से कहा कि दाविद को साथ ले जाना ठीक नहीं होगा, इसलिए दाविद और उसके आदमियों को वापस सिकलग भेज दिया गया। (1शम 28:2; 29:1-11) ऐसा मालूम पड़ता है कि जब दाविद राजा बना और उसने गत पर हमला किया, तो उसने आकीश को जिंदा छोड़ दिया। सुलैमान के राज के दौरान भी आकीश ज़िंदा था।—1रा 2:39-41.

w২১.০৩ ৪ ¶৮

ডেকা ভাইসকল, আপোনালোকে আনৰ ভৰসা কেনেকৈ লাভ কৰিব পাৰে?

৮ দায়ূদে আন এক সমস্যাৰ সন্মুখীন হৈছিল। ৰজা হিচাপে তেওঁক আগতেই বাচনি কৰা হৈছিল, কিন্তু যিহূদাৰ ৰজা হʼবলৈ তেওঁ বহুবছৰ অপেক্ষা কৰিবলগীয়া হʼল। (১ চমূ. ১৬:১৩; ২ চমূ. ২:৩, ৪) সেইসময়ত দায়ূদে কি কৰিলে? তেওঁ নিৰাশ হৈ পৰিছিলনে? নহয়। তেওঁ ধৈৰ্য্য ধৰিছিল আৰু তেওঁ যি কৰিব পাৰিছিল, সেয়া কৰিলে। উদাহৰণস্বৰূপে, যেতিয়া তেওঁ চৌলৰ পৰা পলাই পলেষ্টীয়াবিলাকৰ দেশলৈ গৈছিল, তেতিয়াও তেওঁ ইস্ৰায়েলৰ শত্ৰুৰ বিৰোধে যুদ্ধ কৰি যিহূদাৰ এলেকা ৰক্ষা কৰিছিল।—১ চমূ. ২৭:১-১২.

it-২ ২৪৫ ¶৬

झूठ

बाइबल में साफ लिखा है कि झूठ बोलना यहोवा की नज़र में गलत है। इसका मतलब यह नहीं कि हम ऐसे लोगों को पूरी जानकारी दे दें जिन्हें जानने का हक नहीं। यीशु ने कहा, “पवित्र चीज़ें कुत्तों को मत दो, न ही अपने मोती सूअरों के आगे फेंको। ऐसा न हो कि वे अपने पैरों से उन्हें रौंद दें और पलटकर तुम्हें फाड़ डालें।” (मत 7:6) इस वजह से यीशु कभी-कभार लोगों को पूरी जानकारी नहीं देता था या कुछ सवालों के सीधे-सीधे जवाब नहीं देता था। वह जानता था कि ऐसा करने से नुकसान हो सकता है।—मत 15:1-6; 21:23-27; यूह 7:3-10.

আধ্যাত্মিক ৰত্ন বিচাৰক

w১০ ১/১ ২০ ¶৫-৬

মৃতসকলে জীৱিত লোকসকলক সহায় কৰিব পাৰেনে?

বাইবেলত লিখা আছে যে মৃত্যুৰ পাছত এজন ব্যক্তি “পুনৰায় মাটিত লীন হয়” আৰু “তাৰ সঙ্কল্পবোৰ নষ্ট হয়।” (গীত ১৪৬:৪) যিহোৱাই নিজৰ লোকসকলক এনে লোকসকলৰ ওচৰলৈ নাযাবলৈ স্পষ্টকৈ কৈছিল, যিসকলে মৃত্যু হোৱা লোসকলৰ লগত সম্পৰ্ক কৰিব পাৰে বুলি দাবী কৰে। এই কথা চৌল আৰু চমূৱেলে ভালদৰে জানিছিল। সেইবাবে, চৌলে কিছু বছৰৰ আগতে এনে লোকসকলক ইস্ৰায়েল দেশৰ পৰা উলিয়াই দিছিল।—লেবী ১৯:৩১.

আহক অলপ সময়ৰ বাবে মানি লওঁ যে চৌলে চমূৱেলৰ লগত কথা পাতিছিল। আপুনি কি ভাবে চমূৱেলে ঈশ্বৰৰ নিয়ম পালন নকৰি এনে তিৰোতাক সহায় কৰিবনে, যিয়ে মৃত লোকসকলৰ লগত সম্পৰ্ক কৰিব পাৰোঁ বুলি দাবী কৰে? ইয়াৰ উপৰিও যিহোৱাই চৌলৰ লগত কথা পাতিব বিচৰা নাছিল। তেন্তে সেই তিৰোতাই সৰ্বশক্তিমান ঈশ্বৰক চমূৱেলৰ যোগেদি চৌলৰ লগত কথা পাতিবলৈ তেওঁক বাধ্য কৰিব পাৰিলেহেঁতেননে? ইয়াৰ পৰা স্পষ্টকৈ বুজিব পাৰি যে আন কোনোবাই চমূৱেলৰ ভাও ধৰি চৌলৰ লগত কথা পাতিছিল। চমূৱেলৰ ভাও ধৰি চৌলৰ লগত কথা পতাজন প্ৰকৃততে এজন দুষ্ট স্বৰ্গদূত আছিল।

মেʼ ৯-১৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ চমূৱেল ৩০-৩১

“ঈশ্বৰ যিহোৱাৰ পৰা সাহস লাভ কৰক”

w০৬ ৮/১ ২৮ ¶১২

परमेश्‍वर का भय मानकर खुश रहिए!

12 यहोवा के लिए दाऊद के भय ने उसे सिर्फ गलत काम करने से नहीं रोका, बल्कि मुश्‍किल हालात में सोच-समझकर फौरन कदम उठाने की शक्‍ति भी दी। एक साल और चार महीने तक दाऊद और उसके आदमियों ने शाऊल से बचते-बचाते पलिश्‍तियों की एक बस्ती, सिकलग में पनाह ली। (1 शमूएल 27:5-7) एक बार जब दाऊद और उसके आदमी कहीं गए हुए थे, तब अमालेकी हमलावरों ने सिकलग नगर को आग में झोंक दिया और सभी आदमियों के बीवी-बच्चों और भेड़-बकरियों को उठाकर ले गए। जब दाऊद और उसके आदमी लौटे, तो जो हुआ वह देखकर वे फूट-फूटकर रोने लगे। देखते-ही-देखते दाऊद के आदमियों का क्रोध दाऊद पर भड़क उठा और वे उस पर पत्थरवाह करने की बात करने लगे। यह जानकर दाऊद बहुत दुःखी हुआ, मगर इसके बावजूद उसने हार नहीं मानी। (नीतिवचन 24:10) परमेश्‍वर के भय की वजह से उसने यहोवा से मदद माँगी और ‘यहोवा में शक्‍ति पाई।’ (ईज़ी-टू-रीड वर्शन ) फिर परमेश्‍वर की मदद से दाऊद और उसके आदमियों ने अमालेकियों का पीछा किया और जो उनका था, सबकुछ वापस ले लिया।—1 शमूएल 30:1-20.

w১২ ৪/১৫ ৩০ ¶১৪

यहोवा, उद्धार के लिए हमारी हिफाज़त करता है

14 दाविद को अपनी ज़िंदगी में बहुत से तनाव और दर्द-भरे हालात से गुज़रना पड़ा। (1 शमू. 30:3-6) परमेश्‍वर का प्रेरित वचन बताता है कि यहोवा उसकी भावनाओं को अच्छी तरह समझता था। (भजन 34:18; 56:8 पढ़िए। ) यहोवा हमारी भावनाएँ भी जानता है। जब हमारा ‘मन टूट’ जाता है या हम अंदर से ‘पिसा हुआ’ महसूस करते हैं, तब वह हमारे करीब होता है। यह बात अपने आप में हमें कुछ हद तक दिलासा देती है। दाविद का भी यही अनुभव रहा। उसने एक गीत में कहा, “मैं तेरी करुणा से मगन और आनन्दित हूं, क्योंकि तू ने मेरे दुःख पर दृष्टि की है, मेरे कष्ट के समय तू ने मेरी सुधि ली है।” (भज. 31:7) मगर यहोवा हमारी दुख-तकलीफों पर सिर्फ गौर ही नहीं करता, बल्कि हमें दिलासा देकर और हमारी हिम्मत बँधाकर हमें सँभालता भी है। वह यह कैसे करता है? मसीही सभाओं के ज़रिए।

আধ্যাত্মিক ৰত্ন বিচাৰক

w০৫ ৪/১ ২১ ¶৯

প্ৰথম চমূৱেল কিতাপৰ আলোকপাত

৩০:২৩, ২৪. মণ্ডলীত দায়িত্ব বহন কৰা সকলে গণনা পুস্তক ৩১:২৭ পদৰ ওপৰত আধাৰিত কৰি লোৱা নিৰ্ণয়ক যিহোৱা ঈশ্বৰে মূল্যাঙ্কন কৰে। আমি যিয়ে নকৰোঁ কিয়, আঁহক আমি “মানুহৰ উদ্দেশে নহয়, কিন্তু [যিহোৱাৰ, NW] উদ্দেশে মনে চিত্তে সৈতে” কৰোঁহঁক।—কলচীয়া ৩:২৪.

মেʼ ১৬-২২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ চমূৱেল ১-৩

‘ধনূ’ নামৰ বিলাপগীতৰ পৰা আমি কি শিকিব পাৰোঁ?

w০০ ৬/১৫ ১৩ ¶৯

जो आप पर अधिकार रखते हैं, उनकी इज़्ज़त कीजिए

9 लेकिन शाऊल ने जब दाऊद से इतना बुरा सलूक किया तो क्या दाऊद को ज़रा-भी दुःख नहीं हुआ? ज़रूर हुआ था। तभी तो उसने यहोवा से फरियाद की कि ‘खूंखार मनुष्य मेरी जान के पीछे पड़े हैं,’ इसलिए “हे मेरे परमेश्‌वर, मुझे मेरे शत्रुओं से बचा; . . . हिंसक मनुष्य मेरे विरुद्ध इकट्ठे होते हैं। परन्तु हे यहोवा, मेरा कोई दोष व पाप नहीं है। मेरा कोई दोष नहीं, फिर भी वे दौड़कर मेरे विरुद्ध धावा करने को तैयार हो जाते हैं। मुझे बचाने के लिए जाग उठ और देख!” (भजन 54:3, NHT; 59:1-4, NHT) क्या आपके साथ भी कभी ऐसा हुआ है? क्या जिनका आप पर अधिकार है उन्होंने बेवज़ह आपके साथ बुरा सलूक किया है? दाऊद के किस्से में हम देखते हैं कि उसने हमेशा शाऊल की इज़्ज़त की। शाऊल की मौत पर दाऊद को खुशी नहीं मगर इतना दुःख हुआ कि उसने एक विलापगीत बनाया: “शाऊल और योनातन . . . जीवनकाल में तो प्रिय और मनभाऊ थे, . . . वे उकाब से भी वेग चलनेवाले, और सिंह से भी अधिक पराक्रमी थे। हे इस्राएली स्त्रियो, शाऊल के लिये रोओ।” (2 शमूएल 1:23, 24) दाऊद वाकई हमारे लिए एक बढ़िया उदाहरण है, क्योंकि उसने शाऊल के बुरे सलूक के बावजूद सच्चे दिल से उसकी इज़्ज़त की। वह जानता था कि शाऊल को यहोवा ने ही राजा बनाया था।

w১২ ৪/১৫ ১০ ¶৮

विश्‍वासघात—आखिरी दिनों की निशानी का हिस्सा!

8 बाइबल कई वफादार लोगों के बारे में भी बताती है। आइए हम ऐसी दो मिसालों पर चर्चा करें और देखें कि हम उनसे क्या सीख सकते हैं। आइए सबसे पहले हम योनातान के बारे में देखें, जो दाविद का वफादार रहा। राजा शाऊल का बड़ा बेटा होने के नाते शायद वही इसराएल का अगला राजा होता। लेकिन ऐसा नहीं हुआ। इसराएल का राजा बनने के लिए यहोवा ने दाविद को चुना। योनातान ने परमेश्‍वर का फैसला कबूल किया। उसने कभी दाविद को अपना दुश्‍मन नहीं समझा, ना ही उसके मन में दाविद के लिए कभी जलन उठी। इसके बजाय, योनातान ने वादा किया कि वह हमेशा उसका साथ देगा। उसका “मन दाऊद पर . . . लग गया।” उसने अपना वस्त्र, अपनी तलवार, धनुष और कमरबंद दाविद को देकर उसे राजा होने का सम्मान दिया। (1 शमू. 18:1-4) योनातान ने दाविद को ‘ढाढ़स देने’ में कोई कसर नहीं छोड़ी। वह अपने पिता के सामने दाविद का पक्ष लेकर खुद की जान जोखिम में डालने को भी तैयार था। उसने वफादारी दिखाते हुए दाविद से कहा, “तू ही इसराएल का राजा होगा, और मैं तेरे नीचे हूंगा।” (1 शमू. 20:30-34; 23:16, 17) इसलिए हमें हैरानी नहीं होती कि क्यों योनातान की मौत पर दाविद ने उसके लिए अपना प्यार और उससे बिछड़ने का गम ज़ाहिर करने के लिए एक शोकगीत गाया।—2 शमू. 1:17, 26.

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ৩৬৯ ¶২

ভাই

বাইবেলত তেজৰ সম্পৰ্ক থকা লোকসকলৰ উপৰিও এনে লোকসকলক ‘ভাই’ বুলি কোৱা হৈছে, যিসকলৰ চিন্তাধাৰা আৰু লক্ষ্য একে। যেতিয়া দায়ূদে লিখিছিল যে “চোৱা, ভাইবিলাকে ঐক্যেৰে একে-লগে বাস কৰা কেনে উত্তম আৰু সন্তোষজনক,” তেতিয়া তেওঁ তেজৰ সম্পৰ্ক থকা বা নিজা ভাইৰ বিষয়ে কোৱা নাছিল। ইয়াৰ অৰ্থ হৈছে দুজন ব্যক্তিৰ মাজত তেজৰ সম্পৰ্ক নাথাকিলেও, তেওঁলোকৰ মাজত নিজা ভাইৰ দৰে প্ৰেম হʼব পাৰে। (গীত ১৩৩:১) দায়ূদ আৰু যোনাথনৰ মাজত তেজৰ সম্পৰ্ক নাছিল, তথাপি দায়ূদে তেওঁক ভাই বুলি কʼলে। কিয়নো তেওঁলোকে এজনে-আনজনক প্ৰেম কৰিছিল আৰু তেওঁলোকৰ চিন্তাধাৰা একে আছিল।—২চমূ ১:২৬.

মেʼ ২৩-২৯

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ চমূৱেল ৪-৬

“যিহোৱালৈ ভয় ৰাখক, তেওঁক অসন্তুষ্ট নকৰিব”

w০৫ ৬/১ ৯ ¶৭

দ্বিতীয় চমূৱেল কিতাপৰ আলোকপাত

৬:১-৭. যদিও দায়ূদে ভাল অভিপ্ৰায়েৰে ঈশ্বৰৰ নিয়ম চন্দুক স্থানান্তৰ কৰিবলৈ বিচাৰিছিল, তথাপিও তেওঁ ঈশ্বৰৰ আজ্ঞা ভঙ্গ কৰাৰ বাবে বিফল হৈছিল। (যাত্ৰাপুস্তক ২৫:১৩, ১৪; গণনা পুস্তক ৪:১৫, ১৯; ৭:৭-৯) তদুপৰি উজ্জাই যদিও ভাল অভিপ্ৰায়েৰে ঈশ্বৰৰ নিয়ম চন্দুক ধৰিবলৈ চেষ্টা কৰিছিল, তথাপিও ঈশ্বৰৰ আৱশ্যকতাবোৰ কেতিয়াও সলনি নহয়।

w০৫ ২/১ ৩১ ¶২০

যিহোৱা ঈশ্বৰে সদায়ে ন্যায়পূৰ্ণতাৰে কাৰ্য্য কৰে

২০ মন কৰক যে নিয়ম-চন্দুকৰ সম্বন্ধে থকা যিহোৱাৰ ব্যৱস্থাৰ বিষয়ে উজ্জাই ভালদৰে জানিছিল। যিহেতু নিয়ম-চন্দুক যিহোৱাৰ উপস্থিতিক প্ৰতিনিধিত্ব কৰাৰ বাবে কোনো অনাধিকাৰ ব্যক্তিক স্পৰ্ষ নকৰিবলৈ আজ্ঞা দিয়া হৈছিল। ব্যৱস্থাৰ অনুসাৰে যিজনে এই আজ্ঞাক উলংঙ্ঘন কৰে তেওঁৰ মৃত্যু অনিবাৰ্য্য বুলি কোৱা হৈছিল। (গণনা পুস্তক ৪:১৮-২০; ৭:৮৯) গতিকে পবিত্ৰ নিয়ম চন্দুক ৰখা স্থান সলনি কৰাৰ সময়তো এই আজ্ঞা পালন কৰাটো গুৰুত্বপূৰ্ণ আছিল। এজন লেবী বংশৰ ব্যক্তি (যদিও পুৰোহিত নাছিল) হোৱাৰ বাবে উজ্জাই এই আজ্ঞাৰ বিষয়ে ভালদৰে জানিব লাগিছিল। তদুপৰি বহু বছৰৰ আগতেও তেওঁৰ পিতৃৰ ঘৰত নিয়ম-চন্দুক ৰাখা হৈছিল। (১ চমূৱেল ৬:২০–৭:১) তাত প্ৰায় ৭০ বছৰলৈকে নিয়ম-চন্দুক ৰাখা হৈছিল আৰু এই সম্বন্ধে থকা ব্যৱস্থাৰ বিষয়ে উজ্জাই হয়তো বাল্য কালৰে পৰা জানিছিল।

w০৫ ২/১ ৩২ ¶২১

যিহোৱা ঈশ্বৰে সদায়ে ন্যায়পূৰ্ণতাৰে কাৰ্য্য কৰে

২১ আৰম্ভণিতে উল্লেখ কৰা হৈছে যে যিহোৱাই মানুহৰ মন পঢ়িব পাৰে। সেয়েহে তেওঁৰ বাক্যত উজ্জাই কৰা কাৰ্য্যক “ভ্ৰান্তিৰ নিমিত্তে” বুলি উল্লেখ কৰা হৈছে, কিয়নো যিহোৱাই হয়তো উজ্জাৰ মনত থকা স্বাৰ্থপৰ ইচ্ছাৰ বিষয়ে জানিব পাৰিছিল। গতিকে তেওঁ ব্যৱস্থাৰ বিৰুদ্ধে গৈ অহঙ্কাৰী হোৱাৰ পৰিচয় দিছিল বুলি কʼব পাৰিনে? (হিতোপদেশ ১১:২) উজ্জাই তেওঁৰ পৰিয়ালে সুৰক্ষা দিয়া পবিত্ৰ নিয়ম-চন্দুকক ৰাইজৰ আগেদি নিবলৈ দায়িত্ব পোৱাৰ বাবে নিজকে লৈ অহঙ্কাৰ কৰিছিলনে? (হিতোপদেশ ৮:১৩) অথবা পবিত্ৰ নিয়ম-চন্দুক ৰক্ষা কৰাত ঈশ্বৰ বিফল হʼব বুলি উজ্জাই ভাবিছিলনে, যি স্বয়ং যিহোৱাৰ উপস্থিতিক চিহ্নিত কৰে? যিয়েই নহওক, আমি নিশ্চিত হʼব পাৰোঁ যে যিহোৱাই ন্যায়পৰায়ণতাৰে কাৰ্য্য কৰিলে। তেওঁ হয়তো উজ্জাৰ মনৰ কথা জানিব পাৰি তেনে নিৰ্ণয় লʼলে।—হিতোপদেশ ২১:২.

আধ্যাত্মিক ৰত্ন বিচাৰক

w৯৬ ৪/১ ২৯ ¶১

সদায় নিজৰ ভাৰ যিহোৱাক দিয়ক

ৰজা হিচাপে কিছু পৰিমানে ইয়াৰ বাবে দায়ূদ নিজে দায়ী আছিল। তেওঁ যি কৰিলে, তাৰ পৰা বুজিব পাৰি যে যিহোৱাৰ লগত ভাল সম্পৰ্ক থকা লোকসকলেও সমস্যাৰ সন্মুখীন হʼলে বেয়া প্ৰতিক্ৰিয়া দেখুৱাব পাৰে। প্ৰথমে দায়ূদে বৰ খং কৰিছিল, কিন্তু পাছত তেওঁ ভয় কৰিলে। (২ চমূৱেল ৬:৮, ৯) দায়ূদে সদায় যিহোৱাৰ ওপৰত ভৰসা কৰিছিল, কিন্তু এই পৰিস্থিতিত তেওঁ যিহোৱাৰ ওপৰত ভৰসা নকৰিলে। তেওঁ যিহোৱাৰ ওপৰত নিজৰ ভাৰ নিদিলে আৰু তেওঁৰ আজ্ঞা পালন নকৰিলে। আমিও কেতিয়াবা যিহোৱাৰ কথা নুশুনি সমস্যাত পৰিলে, সেই সমস্যাৰ বাবে যিহোৱাক দোষ দিওঁ নেকি?—হিতোপদেশ ১৯:৩.

মেʼ ৩০–জুন ৫

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ চমূৱেল ৭-৮

“যিহোৱাই দায়ূদৰ লগত চুক্তি কৰিলে”

w১০ ৪/১ ২০ ¶৩

“तेरा राज्य सदा अटल बना रहेगा”

मंदिर बनाने की दाविद की ख्वाहिश जानकर यहोवा का दिल खुश हो उठता है। इसलिए दाविद की भक्‍ति को देखकर और जैसे भविष्यवाणी की गयी थी, यहोवा उससे वाचा बाँधता है कि वह उसके शाही वंश से एक ऐसा राजा चुनेगा जो हमेशा तक राज करेगा। यहोवा नातान के ज़रिए दाविद से कहता है: “तेरा घराना और तेरा राज्य मेरे साम्हने सदा अटल बना रहेगा; तेरी गद्दी सदैव बनी रहेगी।” (आयत 16) इस वाचा का सनातन वारिस कौन है जो सदा के लिए राज करेगा?—भजन 89:20, 29, 34-36.

w১০ ৪/১ ২০ ¶৪

“तेरा राज्य सदा अटल बना रहेगा”

नासरत का रहनेवाला यीशु, दाविद के वंश से था। यीशु के पैदा होने की खबर देते हुए एक स्वर्गदूत ने कहा: “यहोवा परमेश्‍वर उसके पुरखे दाविद की राजगद्दी उसे देगा। वह याकूब के घराने पर हमेशा तक राजा बनकर राज करेगा और उसके राज का कभी अंत न होगा।” (लूका 1:32, 33) यहोवा ने दाविद के साथ जो वाचा बाँधी थी, उसका राजा कोई और नहीं बल्कि यीशु ही है। इससे साबित हो जाता है कि यीशु का राजा बनाया जाना इंसानों की तरफ से नहीं, बल्कि वाचा के मुताबिक यहोवा की तरफ से है। और क्योंकि यह वाचा यीशु में पूरी होती है, इसलिए उसे पूरा हक है कि वह हमेशा-हमेशा तक राज करे। आइए हम हमेशा यह बात याद रखें कि यहोवा के वादे हर हाल में पूरे होते हैं।—यशायाह 55:10, 11.

w১৪ ১০/১৫ ১০ ¶১৪

परमेश्‍वर के राज पर अटूट विश्‍वास रखिए

14 यहोवा ने इसराएल के राजा दाविद से एक वादा किया, जिसे दाविद से किया गया करार कहा जाता है। (2 शमूएल 7:12, 16 पढ़िए।) यहोवा ने इस करार के ज़रिए साफ बताया कि वंश किस खानदान से आएगा। उसने वादा किया कि वह दाविद के ही खानदान से आएगा। (लूका 1:30-33) यहोवा ने कहा कि दाविद के इस वारिस के पास मसीहाई राज का राजा बनने का कानूनी अधिकार होगा। (यहे. 21:25-27) दाविद का शासन हमेशा तक कायम रहेगा, क्योंकि यीशु, जो दाविद के खानदान से है, “सर्वदा रहेगा, और उसकी राजगद्दी सूर्य की नाईं . . . ठहरी रहेगी।” (भज. 89:34-37) जी हाँ, दाविद से किया गया करार इस बात की गारंटी देता है कि मसीहा का राज कभी भ्रष्ट नहीं होगा और इस राज से इंसानों को हमेशा-हमेशा तक आशीषें मिलती रहेंगी!

আধ্যাত্মিক ৰত্ন বিচাৰক

it-২ ২০৬ ¶২

শেষ-কাল

বিলিয়মৰ ভৱিষ্যতবাণী। ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশলৈ যোৱাৰ আগতে বিলিয়মে মোৱাবৰ ৰজা বালাকক এইদৰে কৈছিল, “মই স্বজাতীয় লোকবিলাকৰ গুৰিলৈ যাও; আহাঁ, এই জাতিয়ে [ইস্ৰায়েলী] পাছত তোমাৰ প্ৰজাবিলাকক কি কৰিব, তাক মই তোমাক জনাওঁ। . . . যাকোবৰ মাজৰ পৰা এটা তৰা উদয় হব, ইস্ৰায়েলৰ মাজৰ পৰা এক ৰাজ-দণ্ড উঠিব; সেয়ে মোৱাবৰ দীৰ্ঘ-প্ৰস্থ গুড়ি কৰিব, আৰু হুৰামুৰা কৰা গোটেই বংশক সংহাৰ কৰিব।” (গণ ২৪:১৪-১৭) যেতিয়া প্ৰথমবাৰ এই ভৱিষ্যতবাণী পূৰ হৈছিল, তেতিয়া ৰজা দায়ূদ সেই “তৰা” আছিল, যিজনে মোৱাবীয়াসকলক পৰাজয় কৰিছিল আৰু তেওঁলোকক নিজৰ দাস বনাইছিল।—২ চমূ ৮:২.

জুন ৬-১২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ চমূৱেল ৯-১০

“দায়ূদে আনৰ প্ৰতি দয়া দেখুৱাইছিল”

w০৬ ৭/১ ১০ ¶৬

जी हाँ, आप भी खुशी पा सकते हैं

दाऊद ने लिखा: “क्या ही धन्य है वह जो कंगाल की सुधि लेता है।” वह आगे कहता है: “संकट के दिन यहोवा उसे छुड़ाएगा। यहोवा उसकी रक्षा कर के उसे जीवित रखेगा, और वह . . . धन्य कहलाएगा।” (भजन 41:1, 2, NHT) दाऊद ने अपने जिगरी दोस्त योनातन के लँगड़े बेटे, मपीबोशेत के लिए जो प्यार और परवाह दिखायी, उससे हम सीखते हैं कि कंगालों या दीनों के साथ हमें कैसे पेश आना चाहिए।—2 शमूएल 9:1-13.

w০৫ ৬/১ ৯ ¶১১

দ্বিতীয় চমূৱেল কিতাপৰ আলোকপাত

৯:১, ৬, ৭. দায়ূদে নিজৰ প্ৰতিজ্ঞা ৰাখিলে। একেইদৰে আমিও নিজৰ কথা ৰাখা উচিত।

w০২ ২/১ ২০ ¶১০

তেওঁলোকে শৰীৰত থকা কাঁইটৰূপী সমস্যাসমূহৰ সম্মুখীন হʼল

১০ যোনাথনৰ সৈতে অটুট প্ৰেমৰ বাবে ৰজা দায়ূদে কিছুবছৰৰ পাছত মফীবোচতক দয়া আৰু কৰুণাৰে আচৰণ কৰিছিল। ৰজা দায়ূদে চৌলৰ সকলোবোৰ ধন-সম্পত্তি তেওঁক ঘূৰাই দিছিল আৰু চৌলৰ দাস চীবাক সেই ঠাইৰ দায়ীত্ববাহী পাতিছিল। তদুপৰি, দায়ূতে মফীবোচতক এইদৰে কৈছিল: “তুমি সদায় মোৰ মেজতে ভোজন কৰিবা।” (২ চমূৱেল ৯:৬-১০) নিসন্দেহ, ৰজা দায়ূদৰ এই উপকাৰে মফীবোচতৰ বাবে শান্ত্বনাৰ কাৰণ আছিল আৰু তেওঁৰ শাৰীৰিক অক্ষমতাক সহিবলৈ সহায় কৰিছিল। আমাৰ বাবে কিযে এক উত্তম শিক্ষা! যিসকলক কাঁইটৰূপী শাৰীৰিক অক্ষমতাই বিন্ধিছে তেওঁলোকলৈ আমিও দয়াৰে আচৰণ কৰা উচিত।

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ২৬৬

ডাঢ়ি

প্ৰাচীন সময়ত ইস্ৰায়েলী আৰু আন পূৰ্বাঞ্চল দেশৰ লোকসকলে বিশ্বাস কৰিছিল যে ডাঢ়ি থকাটো এজন ব্যক্তিৰ গৌৰৱৰ চিন হয়। ঈশ্বৰৰ নিয়মত ইস্ৰায়েলীসকলক নিজৰ “মূৰৰ চুলি ঘূৰণীয়াকৈ” নাকাটিবলৈ আৰু ডাঢ়িৰ চুক নুক্ষুৰাবলৈ স্পষ্টকৈ কোৱা হৈছিল। (লেবী ১৯:২৭; ২১:৫) ইস্ৰায়েলীসকলক হয়তো এই নিয়ম দিয়াৰ কাৰণ হৈছিল কিছুমান বিধৰ্মী লোকৰ মাজত ডাঢ়িৰ চুক ক্ষুৰুৱাটো এক ধাৰ্মিক প্ৰথা আছিল।

জুন ১৩-১৯

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ চমূৱেল ১১-১২

“বেয়া ইচ্ছাবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক”

w২১.০৬ ১৭ ¶১০

আমি চয়তানৰ ফান্দৰপৰা বাচি থাকিব পাৰোঁ!

১০ ৰজা দায়ূদে যিহোৱাৰপৰা আশীৰ্বাদ লাভ কৰাৰ বাবে তেওঁৰ বহুত ধন-সম্পত্তি আৰু ভাল নাম আছিল। তেওঁ বহুত যুদ্ধত জয়লাভ কৰিছিল। যিহোৱাই তেওঁক ইমানেই আশীৰ্বাদ দিছিল যে “সেইবোৰ বৰ্ণনা কৰি প্ৰকাশ কৰিব খুজিলে, সেইবোৰ অলেখ।” (গীত. ৪০:৫) পাছলৈ যিহোৱাই দায়ূদৰ বাবে যি যি কৰিছিল, সেই সকলো তেওঁ পাহৰি গʼল আৰু লোভ কৰিবলৈ ধৰিলে। তেওঁৰ বহুতো পত্নী আছিল, তথাপি তেওঁ বৎচেবাক পাবলৈ লোভ কৰিলে। সেইবাবে, দায়ূদে তাইৰ লগত অনৈতিক যৌন সম্পৰ্ক ৰাখিলে আৰু তাই গৰ্ভৱতী হʼল। তেওঁ ব্যভিচাৰ কৰি পাপ কৰাৰ লগতে বৎচেবাৰ স্বামী উৰিয়াক হত্যা কৰিছিল, যি এক গভীৰ পাপ আছিল। (২ চমূ. ১১:২-১৫) দায়ূদে বহুবছৰৰপৰা যিহোৱাৰ বিশ্বাসী হৈ আছিল। কিন্তু লোভ কৰাৰ বাবে তেওঁ এটা ডাঙৰ ভুল কৰিছিল, যাৰ বাবে তেওঁ বহুত দুখ-কষ্টৰ সন্মুখীন হʼবলগীয়া হৈছিল। পাছত তেওঁ নিজৰ ভুল স্বীকাৰ কৰিলে আৰু অনুতাপ কৰিলে। যিহোৱাই তেওঁক ক্ষমা কৰাৰ বাবে তেওঁ কৃতজ্ঞ আছিল।—২ চমূ. ১২:৭-১৩.

w১৯.০৯ ১৭ ¶১৫

यहोवा के अधीन क्यों और कैसे रहें?

15 यहोवा ने दाविद को परिवार का मुखिया तो ठहराया ही था, इसके साथ उसे पूरे इसराएल राष्ट्र का भी मुखिया ठहराया था। राजा होने के नाते दाविद के पास बहुत अधिकार था। कुछ मौकों पर उसने इस अधिकार का गलत इस्तेमाल किया और बड़ी-बड़ी गलतियाँ कीं। (2 शमू. 11:14, 15) लेकिन जब उसे सुधारा गया, तो उसने अपनी गलती मान ली। उसने यहोवा से प्रार्थना की और उसे अपने दिल की सारी बात बतायी। इसके अलावा दाविद ने यहोवा की सलाह पर चलने की पूरी कोशिश की। इस तरह वह यहोवा के अधीन रहा। (भज. 51:1-4) दाविद ने न सिर्फ आदमियों की बल्कि कुछ मौकों पर औरतों की भी सलाह कबूल की। वह ऐसा इसलिए कर पाया क्योंकि वह नम्र था। (1 शमू. 19:11, 12; 25:32, 33) दाविद ने अपनी गलतियों से सबक सीखा और अपना पूरा ध्यान यहोवा की सेवा पर लगाए रखा।

w১৮.০৬ ১৭ ¶৭

परमेश्‍वर के नियमों और सिद्धांतों से ज़मीर का प्रशिक्षण कीजिए

7 सही-गलत के बारे में जानने के लिए हमें परमेश्‍वर के नियम तोड़कर उसके बुरे अंजाम भुगतने की ज़रूरत नहीं है। पुराने ज़माने में लोगों ने जो गलतियाँ कीं, उनसे हम सबक सीख सकते हैं। उनके बारे में बाइबल में बताया गया है। नीतिवचन 1:5 में लिखा है, “बुद्धिमान सुनकर और ज़्यादा सीखेगा, समझ रखनेवाला, सही मार्गदर्शन पाएगा।” यह मार्गदर्शन हमें परमेश्‍वर की तरफ से मिलता है, जो सबसे बढ़िया है। ज़रा सोचिए, जब दाविद ने परमेश्‍वर की आज्ञा तोड़कर बतशेबा के साथ नाजायज़ यौन-संबंध रखे, तो उसे कितने दुख झेलने पड़े। (2 शमू. 12:7-14) जब हम यह घटना पढ़ते हैं और इस पर मनन करते हैं, तो हम खुद से पूछ सकते हैं, ‘दाविद इस मुसीबत में पड़ने से कैसे बच सकता था? अगर मैं ऐसे हालात में पड़ जाऊँ, तो मैं क्या करूँगा? क्या मैं दाविद की तरह अपने कदम बहकने दूँगा या यूसुफ की तरह वहाँ से भाग जाऊँगा?’ (उत्प. 39:11-15) अगर हम सोचें कि पाप के कितने बुरे अंजाम होते हैं, तो हम और भी ज़्यादा “बुराई से नफरत” करेंगे।

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ৫৯০ ¶১

দায়ূদ

দায়ূদ আৰু বৎ-চেবাই কৰা ভুলটো যিহোৱাই লুকুৱাই থোৱা নাছিল। তেওঁ সকলো চাই আছিল আৰু তেওঁলোকৰ ভুলটো প্ৰকাশ কৰিলে। যিহোৱাই তেওঁলোকক বিচাৰকসকলৰ হাতত গতাই দিয়া হʼলে, মোচিৰ নিয়মৰ অনুসৰি দুয়োজনকে মৃত্যুদণ্ড দিয়া হʼলহেঁতেন। ইয়াৰ লগতে বৎ-চেবাৰ অজন্মা সন্তাটিৰো মৃত্যু হʼলহেঁতেন। (দ্বিতী ৫:১৮; ২২:২২) কিন্তু যিহোৱাই ইয়াৰ বিচাৰ নিজে কৰিবলৈ নিৰ্ণয় লʼলে। দায়ূদৰ লগত কৰা চুক্তিৰ বাবে যিহোৱাই তেওঁক দয়া দেখুৱালে। (২চমূ ৭:১১-১৬) দায়ূদে আনক দয়া দেখুৱাইছিল, সেইবাবে যিহোৱাও তেওঁক দয়া দেখুৱালে। (১চমূ ২৪:৪-৭; যাকো ২:১৩ পদৰ লগত তুলনা কৰক) ইয়াৰ লগতে দায়ূদ আৰু বৎ-চেবাই সম্পূৰ্ণ হৃদয়েৰে অনুতাপ কৰাটো যিহোৱাই দেখিছিল, সেইবাবে তেওঁলোকক ক্ষমা কৰিলে। (গীত ৫১:১-৪) কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে যিহোৱাই তেওঁলোকক কোনো শাস্তি দিয়া নাছিল। তেওঁ নাথনৰ যোগেদি ভৱিষ্যতবাণী কৰিলে যে “মই তোমাৰ নিজ বংশৰ পৰা তোমাৰ বিৰুদ্ধে অমঙ্গল উৎপন্ন কৰিম।”—২ চমূ ১২:১-১২.

জুন ২০-২৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ চমূৱেল ১৩-১৪

“অম্নোনৰ স্বাৰ্থৰ বেয়া পৰিণাম”

it-১ ৩২

अबशालोम

अम्नोन की हत्या। अबशालोम की बहन तामार बहुत सुंदर थी। इसलिए उसका सौतेला भाई अम्नोन जो उम्र में उससे बड़ा था, उसके रंग-रूप पर फिदा हो गया। अम्नोन ने बीमार होने का बहाना बनाया और तामार को अपने पास बुलवा लिया। वह आयी और उसने उसके लिए खाना बनाया। तब अम्नोन ने उसके साथ ज़बरदस्ती की और उसका बलात्कार किया। इसके बाद अम्नोन की दीवानगी नफरत में बदल गयी। उसने तामार को अपने घर से निकाल दिया और उसे अपने हाल पर छोड़ दिया।—2शम 13:1-20

w১৭.০৯ ৫ ¶১১

संयम का गुण बढ़ाइए

11 बाइबल में ऐसे लोगों की मिसाल भी दी गयी है जिन्होंने सेक्स के मामले में संयम नहीं रखा और इस वजह से उन्हें बुरे अंजाम भुगतने पड़े। अगर एक मसीही के सामने किम के जैसे हालात आते हैं, तो उसे नीतिवचन अध्याय 7 पढ़ना चाहिए और उसमें बताए नादान नौजवान से सबक सीखना चाहिए। उसे इस बात पर भी गौर करना चाहिए कि अम्नोन ने क्या किया और उसकी करतूत के क्या भयानक अंजाम हुए। (2 शमू. 13:1, 2, 10-15, 28-32) माँ-बाप पारिवारिक उपासना के दौरान इन मिसालों पर बच्चों के साथ चर्चा कर सकते हैं। इस तरह उनके बच्चे समझ पाएँगे कि संयम रखना और समझ से काम लेना कितना ज़रूरी है।

it-১ ৩৩ ¶১

अबशालोम

तामार के बलात्कार को दो साल हो चुके थे। अबशालोम ने अपनी भेड़ों के ऊन कतरने के मौके पर एक दावत रखी। उसने यह दावत बाल-हासोर में रखी जो यरूशलेम से 22 किलोमीटर दूर उत्तर-पूर्वी इलाके में था। उसने दाविद को और अपने सभी भाइयों को बुलाया। मगर दाविद ने कहा कि वह नहीं आ सकता। तब अबशालोम ने उससे कहा कि अगर वह नहीं आ सकता, तो वह अपने पहलौठे अम्नोन को भेज दे। (नीत 10:18) दावत में जब अम्नोन “दाख-मदिरा पीकर मगन” हो गया, तो अबशालोम ने अपने सेवकों को हुक्म दिया कि वे उसे मार डालें।—2शम 13:23-38.

আধ্যাত্মিক ৰত্ন বিচাৰক

g০৪ ১২/২২ ৮-৯

এজন ব্যক্তিক কিহে প্ৰকৃত অৰ্থত সুন্দৰ কৰি তোলে?

অবচালোম দেখাত বৰ সুন্দৰ আছিল। বাইবেলত তেওঁৰ বিষয়ে লিখা আছে যে “গোটেই ইস্ৰায়েলৰ মাজত অব্‌চালোমৰ নিচিনা নিজৰ সৌন্দৰ্য্যৰ কথাত প্ৰশংসনীয় কোনো পুৰুষ নাছিল; তেওঁৰ ভৰিৰ তলুৱাৰ পৰা মূৰৰ তালুলৈকে তেওঁত একো ঘুণ নাছিল।” (২চমূ ১৪:২৫) কিন্তু তেওঁ অন্তৰৰ পৰা এজন ভাল ব্যক্তি নাছিল আৰু তেওঁৰ বহুতো বেয়া গুণ আছিল। ৰজা হোৱাৰ ইচ্ছাই তেওঁক নিজৰ পিতৃৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ আৰু সিংহাসন কাঢ়ি লʼবলৈ উৎসাহিত কৰিছিল। আনকি তেওঁ নিজৰ পিতৃৰ উপপত্নীসকলৰ লগতো সম্বন্ধ ৰাখিছিল। সেইবাবে, ঈশ্বৰে তেওঁৰ ওপৰত ক্ৰোধিত হʼল আৰু তেওঁৰ যাতনাদায়ক মৃত্যু হʼল।—২চমূ ১৫:১০-১৪; ১৬:১৩-২২; ১৭:১৪; ১৮:৯, ১৫.

আপুনি এনেধৰণৰ ব্যক্তিক পচন্দ কৰিবনে? নিশ্চয় নকৰে। এনে ব্যক্তিৰ পৰা আমি আঁতৰি থাকিম। অবচালোম যদিও বৰ সুন্দৰ আছিল, কিন্তু তেওঁ আনতকৈ ডাঙৰ হʼব বিচাৰিছিল। তেওঁ বিশ্বাসঘাতো কৰিছিল, সেইবাবে তেওঁৰ মৃত্যু হʼল। তেওঁৰ সুন্দৰতা কোনো কামত নাহিল। আনহাতে বাইবেলত এনে বহুতো নম্ৰ লোকৰ বিষয়ে উল্লেখ আছে, যিসকলৰ ভাল গুণৰ বাবে আমি তেওঁলোকক পচন্দ কৰোঁ। কিন্তু তেওঁলোকৰ বাহ্যিক সৌন্দৰ্য্যতাৰ বিষয়ে একো উল্লেখ নাই। কিয়নো তেওঁলোক দেখাত কিমান সুন্দৰ হয়, সেয়া ইমান গুৰুত্বপূৰ্ণ নহয়। ইয়াৰ পৰিৱৰ্তে তেওঁলোক অন্তৰৰ পৰা কেনে ব্যক্তি, সেয়াহে গুৰুত্বপূৰ্ণ। ইয়ে এজন ব্যক্তিক প্ৰকৃত অৰ্থত সুন্দৰ কৰি তোলে।

জুন ২৭–জুলাই ৩

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ চমূৱেল ১৫-১৭

“অহংকাৰী হৈ অবচালোমে বিদ্ৰোহ কৰিলে”

it-১ ৮৬০

आगे दौड़नेवाले

पुराने ज़माने में पूरब के देशों में यह रिवाज़ था कि जब राजा अपने रथ पर सवार होकर कहीं जा रहा होता, तो उसके रथ के आगे कुछ आदमी दौड़ते थे। वे ऐलान करते थे कि राजा आ रहा है ताकि लोग उसका स्वागत करने के लिए तैयार रहें। और अगर राजा को कुछ मदद चाहिए हो, तो वे करते थे। (1शम 8:11) अबशालोम और अदोनियाह यह बात जानते थे कि एक राजा के रथ के आगे ही लोग दौड़ा करते हैं। वे दोनों इसराएल के राजा के खिलाफ हो गए थे और खुद राजा बनना चाहते थे। उन्होंने अपने-अपने रथ के आगे 50 आदमियों को दौड़ने के काम पर लगा दिया ताकि जब लोग उन आदमियों को रथ के आगे दौड़ते हुए देखें, तो अबशालोम और अदोनियाह का और भी मान-सम्मान करें और सोचें कि इन्हीं को राजा बनना चाहिए।—2शम 15:1; 1रा 1:5.

w১২ ৭/১৫ ১৩ ¶৫

आज़ादी दिलानेवाले परमेश्‍वर की सेवा कीजिए

5 बाइबल में ऐसे कई लोगों की मिसाल दी गयी है, जिनका दूसरों पर बुरा असर हुआ। एक मिसाल राजा दाविद के बेटे, अबशालोम की है। वह सुंदर और सजीला था। लेकिन आगे चलकर, शैतान की तरह, उस पर भी बड़ा बनने का जुनून सवार हो गया। उसने अपने पिता की राजगद्दी हथियानी चाही, जिस पर उसका कोई हक नहीं था। राजपाट हड़पने के लिए उसने नेकी का मुखौटा पहना और यह दिखावा किया कि उसे लोगों की बहुत फिक्र है, जबकि राजा दाविद उनकी कोई परवाह नहीं करता। ठीक जिस तरह शैतान ने अदन के बाग में आदम और हव्वा के बारे में फिक्रमंद होने का दिखावा किया था, उसी तरह अबशालोम ने जताया कि वह लोगों का सच्चा हमदर्द है। उसने भी झूठ बोलकर अपने पिता को बदनाम किया।—2 शमू. 15:1-5.

it-১ ১০৮৩-১০৮৪

हेब्रोन

जब दाविद राजा बना, तो उसके कुछ साल बाद उसका बेटा अबशालोम हेब्रोन गया और उसने अपने पिता की राजगद्दी हथियाने की साज़िश रची। मगर वह ऐसा नहीं कर सका। (2शम 15:7-10) पर वह हेब्रोन क्यों गया था? इसकी कई वजह हो सकती हैं। एक तो यह कि पहले हेब्रोन यहूदा की राजधानी था और वहाँ बहुत-सी अहम घटनाएँ हुई थीं। और हेब्रोन में ही अबशालोम का जन्म हुआ था।

আধ্যাত্মিক ৰত্ন বিচাৰক

w১৮.০৮ ৬ ¶১১

আপোনাৰ ওচৰত সঠিক খবৰ আছেনে?

১১ আমাৰ বিষয়েও এনে কথাবোৰ বিয়পাব পাৰে, যিটো আধা সঁচা হয় বা খবৰটো সম্পূৰ্ণ নহয়। ইয়াৰ বাবে আমাৰ লগত অন্যায় হʼব পাৰে। দায়ূদ আৰু মফীবোচতৰ উদাহৰণলৈ মন কৰক। দায়ূদে মফীবোচতক বহুত দয়া দেখুৱাইছিল আৰু তেওঁৰ ককা চৌলৰ গোটেইখিনি মাটি উভতাই দিছিল। (২চমূ ৯:৬, ৭) এদিনাখন মফীবোচতৰ বিষয়ে দায়ূদক মিছা খবৰ দিয়া হʼল। কিন্তু দায়ূদে চালি-জাৰি নাচালে যে এই খবৰটো সঁচা হয় নে নহয় আৰু মফীবোচৰত গোটেইখিনি মাটি লৈ লʼলে। (২চমূ ১৬:১-৪) দায়ূদে পাছত যেতিয়া মফীবোচতৰ লগত কথা পাতিলে, তেতিয়া তেওঁ ভুল কৰিলে বুলি গম পালে। দায়ূদে মফীবোচতক তেওঁৰ আধা মাটি উভতাই দিলে। (২চমূ ১৯:২৪-২৯) দায়ূদে খৰ-ধৰকৈ নিৰ্ণয় লোৱাৰ পৰিৱৰ্তে অলপ সময় উলিয়াই চালি-জাৰি চোৱা হʼলে তেওঁৰ পৰা এনে অন্যায় নহʼলহেঁতেন।

ভাষণ

w০৯ ৫/১৫ ২৭-২৮

ইত্তয়ৰ দৰে উৎসাহেৰে সেৱা কৰক

পলেষ্টীয়া দেশৰ গাৎ নামৰ এখন বিখ্যাত চহৰত ইত্তয় নামৰ এজন সাহসী যুঁজাৰু আছিল। ইস্ৰায়েলীসকলৰ আন বহুতো শত্ৰু লগতে গলিয়াথো এই চহৰতে বাস কৰিছিল। বাইবেলত ইত্তয়ৰ নাম প্ৰথমবাৰৰ বাবে তেতিয়া উল্লেখ হয়, যেতিয়া অবচালোমে নিজৰ পিতৃ ৰজা দায়ূদৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। সেই সময়ত ইত্তয়ে নিজৰ ৬০০ জন পলেষ্টীয়া লোকৰ লগত যিৰূচালেমৰ ওচৰৰ এখন এলেকাত বাস কৰিছিল, কিয়নো তেওঁলোকক নিজৰ দেশৰ পৰা বাহিৰ কৰি দিয়া হৈছিল।

ইত্তয় আৰু তেওঁৰ লোকসকলৰ অৱস্থা দেখি দায়ূদৰ হয়তো নিজৰ সেই দিনবোৰৰ কথা মনত পৰিল, যেতিয়া তেওঁ ৬০০ জন ইস্ৰায়েলী সৈনিকৰ লগত নিজৰ দেশৰ পৰা পলাই ফুৰিবলগীয়া হৈছিল। সেই সময়ত তেওঁ পলেষ্টীয়াবিলাকৰ দেশত গাতৰ ৰজা আখীচৰ ৰাজ্যত আশ্ৰয় লৈছিল। (১চমূ ২৭:২, ৩) কিন্তু যেতিয়া অবচালোমে দায়ূদৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে, তেতিয়া ইত্তয় আৰু তেওঁৰ লোকসকলে কাক সহযোগ কৰিলেহেঁতেন? অবচালোমক নে দায়ূদক? নে তেওঁলোক নিৰপেক্ষ হৈ থাকিলহেঁতেন? যিহেতু অবচালোমক সহযোগ কৰিলে তেওঁলোকৰ লাভ হʼলহেঁতেন আৰু দায়ূদক সহযোগ কৰিলে তেওঁলোকে সমস্যাৰ সন্মুখীন হʼলেহেঁতেন।

কল্পনা কৰক, দায়ূদে যিৰূচালেমৰ পৰা পলাই বৈৎ-মিৰ্হক নামৰ ঠাইখনলৈ গৈ পালে। সেই ঠাইত তেওঁ অলপ সময়ৰ বাবে থাকে। বৈৎ-মিৰ্হকৰ অৰ্থ হৈছে “দূৰত থকা ঘৰ।” হয়তো এয়া জৈতুন পৰ্বতৰ ফালৰ যিৰূচালেমৰ শেষৰ ঘৰ আছিল, যি কিদ্ৰোণ জুৰিৰ আগতে পোৱা গৈছিল। (২চমূ ১৫:১৭) ইয়াত দায়ূদে নিজৰ সৈনিকসকলক নিৰীক্ষণ কৰিছে। সেই সময়ত তেওঁ দেখে যে তেওঁৰ সৈনিকসকলৰ মাজত বিশ্বাসী ইস্ৰায়েলীসকলৰ উপৰিও কৰেথীয়া, পেলেথীয়া আৰু লগত গাতীয়া লোক অৰ্থাৎ ইত্তয় আৰু তেওঁৰ ৬০০ জন সৈনিক আছিল।—২চমূ ১৫:১৮.

ইত্তয় আৰু তেওঁৰ সৈনিকসকল কেনে অৱস্থাত আছে, তাৰ বিষয়ে দায়ূদে বুজিব পাৰিছিল। সেইবাবে, তেওঁ ইত্তয়ক এইদৰে কৈছিল, “তুমি আমাৰ লগত কিয় যাবা? তুমি উভটি গৈ ৰজাৰ [হয়তো তেওঁ কোৱাৰ অৰ্থ আছিল, অবচালোম] লগত থাকা; কিয়নো তুমি বিদেশী আৰু দেশান্তৰ হোৱা মানুহ; তোমাৰ নিজ ঠাইলৈ উভটি যোৱা। তুমি কালি-পৰহি মাথোন আহিলা; আজি জানো মই তোমাক ইফালে সিফালে আমাৰ লগত লৈ ফুৰাম? মই য’লৈকে পাওঁ, ত’লৈকে যাম; তুমি উভটি যোৱা, আৰু নিজ ভাইবিলাককো লৈ যোৱা; যিহোৱাই তোমাৰ লগত দয়া আৰু সত্য ব্যৱহাৰ কৰক।”—২চমূ ১৫:১৯, ২০.

সেই সময়ত ইত্তয়ে যি উত্তৰ দিলে, তাৰ পৰা জানিব পাৰি যে তেওঁ যিকোনো পৰিস্থিতিতে দায়ূদক সহযোগ কৰিবলৈ সাজু আছিল। তেওঁ এইদৰে কৈছিল, “জীৱন্ত যিহোৱাৰ শপত, আৰু মোৰ প্ৰভু মহাৰাজৰ জীৱনৰ শপত, মৰিবৰ অৰ্থেই হওক, বা জীবৰ অৰ্থেই হওক, মোৰ প্ৰভু মহাৰাজ যি ঠাইতেই থাকিব, আপোনাৰ এই দাসো সেই ঠাইতেই থাকিব।” (২চমূ ১৫:২১) ইত্তয়ৰ কথা শুনি দায়ূদক হয়তো নিজৰ আজু আইতা ৰূথৰ কথা মনত পৰিল যে তায়ো নয়মীক এইদৰে কৈছিল। (ৰূথ ১:১৬, ১৭) ইত্তয়ৰ নিষ্ঠাই দায়ূদৰ হৃদয় স্পৰ্শ কৰিলে আৰু তেওঁ ইত্তয়ক এইদৰে কʼলে, “মোৰ লগত কিদ্ৰোণ জুৰি ‘পাৰ হোৱা।’” তেতিয়া “গাতীয়া ইত্তয় ও তেওঁৰ সমুদায় লোক, আৰু তেওঁৰ লগত অহা আটাই লৰা-তিৰোতাবিলাকেও পাৰ হৈ গল।”—২চমূ ১৫:২২.

‘আমাৰ শিক্ষাৰ বাবে’

ৰোমীয়া ১৫:৪ পদত লিখা আছে, ‘আগেয়ে যি কথা কোৱা হৈছিল, আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল।’ সেইবাবে, আমি নিজকে সুধিব পাৰোঁ যে ইত্তয়ৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ? চিন্তা কৰক, কি কথাই হয়তো তেওঁক দায়ূদৰ বিশ্বাসী হৈ থাকিবলৈ সহায় কৰিলে? যদিও তেওঁ ইস্ৰায়েল দেশত বিদেশী আৰু শৰণাৰ্থী আছিল, তথাপি তেওঁ বিশ্বাস কৰিছিল যে যিহোৱা জীৱিত ঈশ্বৰ আৰু দায়ূদ যিহোৱাৰ অভিষিক্ত জন। যদিও সেই সময়ত ইস্ৰায়েলী আৰু পলেষ্টীয়াসকলৰ মাজত শত্ৰুতা আছিল আৰু বহুবছৰ আগতে দায়ূতে পলেষ্টীয়া গলিয়াথ আৰু আন বহুতো পলেষ্টীয়াক হত্যা কৰিছিল, তথাপি ইত্তয়ে দায়ূদক শত্ৰু বুলি ভবা নাছিল। (১চমূ ১৮:৬, ৭) তেওঁ দায়ূদৰ ভাল গুণবোৰলৈ ধ্যান দিলে আৰু তেওঁ জানিছিল যে দায়ূদে যিহোৱাক বহুত প্ৰেম কৰে। দায়ূদেও ইত্তয়ক বহুত সন্মান কৰিছিল। আনকি তেওঁ অবচালোমৰ বিৰুদ্ধে হোৱা শেষ যুদ্ধত নিজৰ এভাগ সৈনিকক ‘গাতীয়া ইত্তয়ৰ হাতত পঠাই দিলে।’—২চমূ ১৮:২.

ইত্তয়ৰ পৰা আমি শিকিলোঁ যে আমি জাতি, ভাষা বা ৰাষ্ট্ৰৰ নামত আনৰ লগত পক্ষপাত বা হিংসা কৰা উচিত নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিয়া উচিত। যদি আমি কাৰোবাৰ প্ৰতি খং পুহি ৰাখিছোঁ, তেনেহʼলে তাক উলিয়াই পেলাবলৈ আমি সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। দায়ূদ আৰু ইত্তয়ৰ মাজত যি গভীৰ সম্পৰ্ক আছিল, তাৰ পৰা বুজিব পাৰি যে যদি আমি যিহোৱাক ভালদৰে জানিম আৰু তেওঁক প্ৰেম কৰিম, তেনেহʼলে আমি নিজৰ মনৰ পৰা সকলো ধৰণৰ হিংসা উলিয়াব পাৰিম।

ইত্তয়ৰ উদাহৰণ মনত ৰাখি আমি নিজকে এইদৰে সোধা উচিত, ‘ইত্তয়ে যিদৰে দায়ূদৰ বিশ্বাসী হৈ আছিল, ঠিক সেইদৰে ময়ো মহান দায়ূদ অৰ্থাৎ যীচু খ্ৰীষ্টৰ বিশ্বাসী হৈ আছোঁনে? মই প্ৰচাৰ আৰু শিষ্য বনোৱা কামত উৎসাহেৰে ভাগ লৈ বিশ্বাসী হৈ থকাৰ প্ৰমাণ দিওঁনে?’ (মথি ২৪:১৪; ২৮:১৯, ২০) ‘মই বিশ্বাসী হৈ আছোঁ বুলি প্ৰমাণ কৰিবলৈ কি ত্যাগ কৰিবলৈ সাজু আছোঁ?’

ইত্তয়ে যিদৰে বিশ্বাসী হৈ আছিল, তাৰ ওপৰত ধ্যান কৰিলে পৰিয়ালৰ মুৰব্বীয়েও বহুতো কথা শিকিব পাৰে। ইত্তয়ে থিৰাং কৰিছিল যে তেওঁ ঈশ্বৰৰ অভিষিক্ত ৰজা দায়ূদৰ বিশ্বাসী হৈ থাকিব আৰু তেওঁৰ লগতে যাব। তেওঁৰ এই নিৰ্ণয়ৰ প্ৰভাৱ তেওঁৰ লোকসকলৰ ওপৰতো পৰিল। ঠিক সেইদৰে পৰিয়ালৰ মুৰব্বীয়ে সত্য উপাসনা কৰাৰ যি নিৰ্ণয় লয়, তাৰ প্ৰভাৱ তেওঁৰ পৰিয়ালৰ ওপৰতো পৰে আৰু ইয়াৰ বাবে তেওঁলোকে সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। কিন্তু আমাক আশ্বাস দিয়া হৈছে যে ‘যিজনে বিশ্বাসী হৈ থাকে, তেওঁৰ প্ৰতি যিহোৱাই বিশ্বাসী হৈ থাকে।’—গীত ১৮:২৫, NW.

কেৱল দায়ূদ আৰু অবচালোমৰ যুদ্ধৰ ঘটনাতহে ইত্তয়ৰ নাম উল্লেখ আছে। বাইবেলৰ আন কোনো পদত তেওঁৰ নাম উল্লেখ নাই। কিন্তু ইত্তয়ৰ বিষয়ে বাইবেলত যিমানখিনি লিখা আছে, তাৰ পৰা আমি জানিব পাৰিলোঁ যে ইত্তয়ে দায়ূদৰ কঠিন পৰিস্তিতিত তেওঁক সহায় কৰিছিল। ঈশ্বৰৰ বাক্যত ইত্তয়ৰ নাম লিখা আছে, ইয়াৰ পৰা প্ৰমাণ হয় যে যিহোৱাই বিশ্বাসী লোকসকলক মূল্যাংকন কৰে আৰু তেওঁলোকক পুৰস্কাৰ দিয়ে।—ইব্ৰী ৬:১০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক