ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr24 জানুৱাৰী পৃষ্ঠা ১-১২
  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণন—২০২৪
  • উপশীৰ্ষক
  • জানুৱাৰী ১-৭
  • জানুৱাৰী ৮-১৪
  • জানুৱাৰী ১৫-২১
  • জানুৱাৰী ২২-২৮
  • জানুৱাৰী ২৯–ফেব্ৰুৱাৰী ৪
  • ফেব্ৰুৱাৰী ৫-১১
  • ফেব্ৰুৱাৰী ১২-১৮
  • ফেব্ৰুৱাৰী ১৯-২৫
  • ফেব্ৰুৱাৰী ২৬–মাৰ্চ ৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণন—২০২৪
mwbr24 জানুৱাৰী পৃষ্ঠা ১-১২

জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

© 2023 Watch Tower Bible and Tract Society of Pennsylvania

জানুৱাৰী ১-৭

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | ইয়োব ৩২-৩৩

চিন্তাত থকা ভাই-ভনীসকলক শান্ত্বনা দিয়ক

it-১ ৭১০

एलीहू

एलीहू ने किसी की तरफदारी नहीं की, ना ही किसी की झूठी तारीफ की। उसने कहा कि वह भी अय्यूब की तरह मिट्टी का बना है और उनका बनानेवाला सर्वशक्‍तिमान परमेश्‍वर है। एलीहू अय्यूब को डराना नहीं चाहता था बल्कि एक दोस्त के नाते उसकी मदद करना चाहता था। उसने अय्यूब का नाम लेकर उससे बात की, जबकि एलीपज, बिलदद और सोपर ने ऐसा नहीं किया।—अय 32:21, 22; 33:1, 6.

w১৪ ৬/১৫ ২৫ ¶৮-১০

क्या आप इंसानों की कमज़ोरियों को यहोवा की नज़र से देखते हैं?

8 क्या बात हमारी मदद करेगी कि हम अपने उन भाइयों को हमदर्दी दिखाएँ, जिन्हें मदद की ज़रूरत है? याद रखिए कि उनमें से बहुत-से भाई-बहन तकलीफ में हैं क्योंकि वे किसी बीमारी या निराशा से जूझ रहे हैं, या फिर इसलिए कि उनके परिवार के कुछ सदस्य सच्चाई में नहीं हैं। अगर हम उनकी जगह होते, तो हम भी यही चाहते कि दूसरे हमसे हमदर्दी जताएँ। ज़रा इसराएलियों के बारे में सोचिए। उन्होंने मिस्र में बहुत-सी तकलीफें झेली थीं, लेकिन उनके वादा किए गए देश में कदम रखने से पहले, यहोवा ने उन्हें याद दिलाया था कि उन्हें “अपना हृदय कठोर” नहीं करना है। यहोवा चाहता था कि इसराएली अपने गरीब और कमज़ोर भाइयों की मदद करें।—व्यव. 15:7, 11; लैव्य. 25:35-38.

9 हमें अपने भाइयों पर उनकी समस्याओं की वजह से दोष नहीं लगाना चाहिए, न ही ऐसा सोचना चाहिए कि हम उनसे बेहतर हैं। जब हमारे भाई कमज़ोर महसूस करते हैं, तब हमें उनकी मदद करनी चाहिए। (अय्यू. 33:6, 7; मत्ती 7:1) मिसाल के लिए, कल्पना कीजिए कि एक दुर्घटना में कोई ज़ख्मी हो जाता है और उसे फौरन अस्पताल ले जाया जाता है। जब वह वहाँ पहुँचता है, तो क्या डॉक्टर और नर्स यह चर्चा करने में समय बरबाद करेंगे कि इस दुर्घटना के लिए कौन ज़िम्मेदार है? बिलकुल नहीं। इसके बजाय, वे फौरन उसका इलाज करेंगे। हमारे साथ भी ऐसा ही है। जब हमारा कोई भाई कमज़ोर हो, तो उस वक्‍त उसे जिस चीज़ की सबसे ज़्यादा ज़रूरत होती है, वह है आध्यात्मिक मदद।—1 थिस्सलुनीकियों 5:14 पढ़िए।

10 कुछ भाई-बहनों को देखकर लग सकता है कि वे कमज़ोर हैं। मगर एक पल के लिए अगर हम उनके हालात के बारे में सोचें, तो हो सकता है हम पाएँ कि वे बिलकुल भी कमज़ोर नहीं हैं। ज़रा कल्पना कीजिए कि उस बहन को कितनी मुश्‍किलें उठानी पड़ती होंगी, जिसका पति यहोवा की सेवा नहीं करता। और उस माँ के बारे में क्या, जो अकेले ही अपने बच्चों की परवरिश करने में कड़ी मेहनत करती है और फिर भी लगातार सभाओं में हाज़िर होती है? या स्कूल में पढ़नेवाले उन नौजवानों के बारे में सोचिए जो रोज़ सच्चाई से समझौता करने के दबाव का सामना करते हैं। ये सभी यहोवा से सच्चे दिल से प्यार करते हैं और उन्होंने ठान लिया है कि वे उसके वफादार बने रहेंगे। जब हम इस बारे में सोचते हैं कि हमारे भाई-बहन यहोवा की सेवा करने के लिए कितना कुछ कर रहे हैं, तो इससे हमें यह याद रखने में मदद मिलती है कि वे “विश्‍वास में धनी” हैं, फिर भले ही वे हमें कमज़ोर क्यों न नज़र आएँ।—याकू. 2:5.

w২০.০৩ ২৩ ¶১৭-১৮

আমি কেতিয়া কথা পতা উচিত আৰু কেতিয়া অনুচিত?

১৭ ইয়োবক লগ কৰিবলৈ অহা লোকসকলৰ মাজৰ চতুৰ্থ ব্যক্তিজন ইলীহূ আছিল। তেওঁ অব্ৰাহামৰ সম্পৰ্কীয় আছিল। ইয়োব আৰু আন তিনিজন ব্যক্তিয়ে কথা পতাৰ সময়ত ইলীহূয়ে মনোযোগেৰে তেওঁলোকৰ কথা শুনিছিল। সেইবাবে, তেওঁ ইয়োবক প্ৰেমেৰে পৰামৰ্শ দিব পাৰিলে আৰু ইয়োবক নিজৰ চিন্তাধাৰা সলনি কৰিবলৈ সহায় কৰিব পাৰিলে। (ইয়ো. ৩৩:১, ৬, ১৭) ইলীহূয়ে নিজৰ বা আনৰ প্ৰশংসা কৰাৰ পৰিৰ্ৱতে যিহোৱাৰ প্ৰশংসা কৰিব বিচাৰিছিল। (ইয়ো. ৩২:২১, ২২; ৩৭:২৩, ২৪) ইলীহূৰপৰা আমি শিকিলোঁ যে কথা কোৱাৰ আৰু মনে মনে থকাৰ এটা সময় থাকে। (যাকো. ১:১৯) আমি এয়াও শিকিলোঁ যে যেতিয়া আমি কাৰোবাক শুধৰণি কৰিবলৈ পৰামৰ্শ দিওঁ, তেতিয়া আমি নিজৰ প্ৰশংসা কৰাৰ পৰিৰ্ৱতে যিহোৱাৰ প্ৰশংসা কৰা উচিত।

১৮ কেতিয়া আৰু কেনেধৰণৰ কথা কোৱা উচিত, তাৰ বিষয়ে বাইবেলত দিয়া পৰামৰ্শ পালন কৰি আমি কথা কʼব পৰা উপহাৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাব পাৰোঁ। বুদ্ধিমান ৰজা চলোমনে ঈশ্বৰৰ প্ৰেৰণাৰে এইদৰে লিখিছিল, “ৰূপৰ ডালি-খৰাহিত থোৱা সোণৰ সুমথিৰাবোৰ যেনে, উচিত সময়ত কোৱা বাক্যও তেনে।” (হিতো. ২৫:১১) যেতিয়া কোনোবাই কথা কৈ থকাৰ সময়ত আমি মনোযোগেৰে শুনোঁ আৰু কোৱাৰ আগতে ভাবোঁ, তেতিয়া আমাৰ কথা-বতৰা সোণৰ সুমথিৰাৰ দৰে হʼব, যি সুন্দৰ হোৱাৰ লগতে মূল্যৱানো হয়। যদি আমি এইদৰে কৰোঁ, তেন্তে আমি যিমানেই কথা নকওঁ কিয়, আমাৰ কথা-বতৰাই আনক উৎসাহিত কৰিব আৰু যিহোৱা আনন্দিত হʼব। (হিতো. ২৩:১৫; ইফি. ৪:২৯) যিহোৱাই দিয়া উপহাৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাৰ এয়া আমাৰ বাবে এক ভাল উপায় হয়।

আধ্যাত্মিক ৰত্ন বিচাৰক

w১৩ ১/১৫ ১৯ ¶১০

যিহোৱাৰ কাষত থাকক

১০ ঠিক সেইদৰে, নিজৰ ৰং-ৰূপৰ যত্ন লোৱাটো ভাল কিন্তু বাঢ়ি যোৱা বয়সৰ চিনবোৰ লুকোৱাবলৈ প্ৰয়োজনতকৈ বেছি যত্ন লোৱাটো ভুল হʼব। বয়স বাঢ়ি যোৱাৰ চিনবোৰ এজন ব্যক্তিৰ অভিজ্ঞতা আৰু তেওঁ মনৰ পৰা কিমান ধুনীয়া হয়, সেয়া বাহিৰৰ পৰা দেখা পোৱা প্ৰমাণ হয়। উদাহৰণস্বৰূপে, বাইবেলত কোৱা হৈছে যে, “ধাৰ্ম্মিকতাৰূপ পথত পোৱা পকা কেশ শোভাৰ কিৰীটিস্বৰূপ।” (হিতো ১৬:৩১) বৃদ্ধ বয়সক যিহোৱাই এই দৃষ্টিৰে চাই আৰু আমিও তেওঁৰ দৰেই দৃষ্টিভংগী ৰখা উচিত। (১ পিতৰ ৩:৩, ৪ পঢ়ক।) গতিকে, নিজকে ডেকা হয় বুলি দেখুৱাবলৈ বিপদজনক অপাৰেচন বা চিকিৎসা কৰাটো উচিত হʼব নে? আমাৰ বয়স বা স্বাস্থ্য যিয়ে নহওক কিয়, ‘যিহোৱাৰ আনন্দই’ আমাক প্ৰকৃত অৰ্থত ধুনীয়া কৰি তোলে। (নহি ৮:১০) নতুন পৃথিৱীতে আমাৰ সকলো ধৰণৰ বেমাৰ ভাল হʼব আৰু আমি আমাৰ যৌৱনকাল আৰু সুন্দৰতা আকৌ ঘুৰাই পাম। (ইয়ো ৩৩:২৫; যিচ ৩৩:২৪) গতিকে আহক আমি স্বাস্থ্যৰ লগত জড়িত বিষয়বোৰত বুদ্ধিমতাৰে কাম কৰোঁ আৰু যিহোৱাৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত নিজৰ বিশ্বাস বজাই ৰাখোঁ। এইদৰে কৰিলে আমি আজি আনন্দেৰে জীয়াই থাকিব পাৰিম আৰু যিহোৱাৰ কাষত থাকিব পাৰিম।—১তীম ৪:৮.

জানুৱাৰী ৮-১৪

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | ইয়োব ৩৪-৩৫

ভাল লোকসকলৰ লগত বেয়াহে হয় বুলি অনুভৱ হʼলে

wp১৯.১ ৮ ¶২

परमेश्‍वर में कौन-से गुण हैं?

परमेश्‍वर हमेशा वही करता है जो सही है। “ऐसा हो ही नहीं सकता कि सच्चा परमेश्‍वर दुष्ट काम करे, यह मुमकिन नहीं कि सर्वशक्‍तिमान बुरे काम करे।” (अय्यूब 34:10) उसके फैसले हमेशा सही होते हैं। यही बात बाइबल के एक लेखक ने भी कही थी, ‘तू बिना तरफदारी किए राष्ट्रों का न्याय करेगा।’ (भजन 67:4) यहोवा को कोई धोखा नहीं दे सकता, क्योंकि वह इंसान का ‘दिल देख सकता है।’ कोई अगर सिर्फ अच्छा होने का दिखावा करे, तो भी परमेश्‍वर भाँप सकता है। वह सब बातों को सही-सही परख सकता है। (1 शमूएल 16:7) इसके अलावा आज दुनिया में हो रही हर नाइंसाफी और धोखाधड़ी के बारे में वह जानता है। उसने वादा किया है कि वह बहुत जल्द ‘दुष्टों को धरती से मिटा देगा।’—नीतिवचन 2:22.

w১৭.০৪ ১০ ¶৫

जब परमेश्‍वर का राज आएगा, तो क्या-क्या मिट जाएगा?

5 यहोवा क्या करेगा? फिलहाल यहोवा दुष्ट लोगों को मौका दे रहा है कि वे बदल जाएँ। (यशा. 55:7) हालाँकि इस दुनिया का नाश तय है लेकिन दुष्ट लोगों का अभी न्याय नहीं किया गया है। उन लोगों का क्या होगा जो महा-संकट के आने तक खुद को नहीं बदलेंगे और इस दुष्ट दुनिया का साथ देते रहेंगे? यहोवा ने वादा किया है कि वह सभी दुष्ट लोगों का नामो-निशान मिटा देगा। (भजन 37:10 पढ़िए।) आज कई लोग बड़ी चालाकी से अपने बुरे कामों को छिपाए रखते हैं और अकसर उन्हें कोई सज़ा नहीं मिलती। (अय्यू. 21:7, 9) लेकिन बाइबल बताती है, “परमेश्‍वर इंसान के चालचलन को देखता रहता है, उसके एक-एक कदम पर उसकी नज़र रहती है। ऐसी कोई जगह नहीं जहाँ दुष्ट उससे छिप सके, अंधकार या घना साया भी उसे नहीं छिपा सकता।” (अय्यू. 34:21, 22) सच, यहोवा से कोई नहीं छिप सकता। दुष्ट लोग जो भी करते हैं वह उसे देखता है। हर-मगिदोन के बाद, हम दुष्टों को वहाँ ढूँढ़ेंगे जहाँ वे होते थे मगर वे नहीं होंगे। वे हमेशा के लिए मिटा दिए जाएँगे!—भज. 37:12-15.

w২১.০৫ ৬-৭ ¶১৯-২০

আপুনি যীচুৰ বাবে উজুটি খাবনে?

১৯ আজিও এনে লোকসকল আছেনে? আছে। সাক্ষীসকলে ভোট নিদিয়াৰ বাবে আজি বহুতোলোকে অভিযোগ কৰে। কিন্তু সাক্ষীসকলে জানে যে যদি তেওঁলোকে কোনো মানুহক বাছনি কৰে, তেনেহʼলে যিহোৱাক ত্যাগ কৰাৰ দৰে হʼব। (১ চমূ. ৮:৪-৭) যদি তেওঁলোকে ৰাজনৈতিক বিষয়বোৰত নিৰপেক্ষ হৈ থাকে, তেনেহʼলে লোকসকলে তেওঁলোকৰ বাৰ্তা নুশুনে। ইয়াৰ উপৰিও লোকসকলে ভাবে যে সাক্ষীসকলে স্কুল, চিকিৎসালয় বনোৱা উচিত আৰু সমাজ সেৱা কৰা উচিত। কিন্তু সাক্ষীসকলে যেতিয়া লোকসকলৰ সমস্যা সমাধান কৰাৰ পৰিৰ্ৱতে প্ৰচাৰ কাম কৰি থাকে, তেতিয়া লোকসকলে তেওঁলোকৰ বাৰ্তা নুশুনে।

২০ আপোনাৰ বিশ্বাস দুৰ্বল নহʼবলৈ আপুনি কি কৰিব পাৰে? (মথি ৭:২১-২৩ পঢ়ক।) যীচুৱে নিজৰ শিষ্যসকলক প্ৰচাৰ কাম কৰাৰ গভীৰ দায়িত্ব দিছে। (মথি ২৮:১৯, ২০) তেওঁলোকে জগতৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰাৰ পৰিৰ্ৱতে প্ৰচাৰ কাম মনে-প্ৰাণে কৰে। যদিও তেওঁলোকে লোকসকলক প্ৰেম কৰে আৰু তেওঁলোকৰ দুখ-কষ্ট দেখি বেয়া লাগে, কিন্তু তেওঁলোকে এই কথা জানে যে কেৱল ঈশ্বৰৰ ৰাজ্যই এই সকলো দুখ-কষ্ট নাইকীয়া কৰিব। সেইবাবে, তেওঁলোকে ঈশ্বৰ আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে লোকসকলক সাক্ষ্য দিয়ে।

আধ্যাত্মিক ৰত্ন বিচাৰক

w১৭.০৪ ২৯ ¶৩

যিহোৱাৰ সেৱাৰ বাবে আগবাঢ়ি আহক

৩ ইলীহূ নামৰ এজন ডেকাই ইয়োব আৰু আন তিনিজন ব্যক্তিৰ মাজত হোৱা কথা-বতৰা শুনি আছিল। তেওঁলোকৰ কথা-বতৰা শেষ হোৱাৰ পাছত ইলীহূৱে যিহোৱাৰ বিষয়ে ইয়োবক সুধিলে, “তুমি ধাৰ্ম্মিক হলে, তেওঁক কি দিব পাৰা? বা তেওঁ তোমাৰ হাতৰ পৰা কি গ্ৰহণ কৰিব?” (ইয়ো ৩৫:৭) যিহোৱাৰ সেৱাত আমি যি পৰিশ্ৰম কৰোঁ, সেয়া ব্যৰ্থ হয় বুলি ইলীহূৱে কʼব বিচাৰিছিল নে? নহয়। আচলতে ইলীহূৱে বেলেগ এটা কথা বুজাবলৈ চেষ্টা কৰিছিল। যিহোৱাই আমাৰ উপাসনাৰ ওপৰত নিৰ্ভৰশীল নহয়, কিয়নো তেওঁ নিজেই সম্পূৰ্ণ। আমি ঈশ্বৰক কিবা দি ধনী বা শক্তিশালী কৰিব নোৱাৰোঁ। আমাৰ ওচৰত যি গুণ বা দক্ষতা আছে, সেইবোৰ যিহোৱাই আমাক দিছে আৰু আমি এইবোৰক কেনেকৈ ব্যৱহাৰ কৰোঁ তাৰ ওপৰত তেওঁ ধ্যান দিয়ে।

জানুৱাৰী ১৫-২১

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | ইয়োব ৩৬-৩৭

অনন্ত জীৱন দিয়াৰ ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত আমি কিয় ভৰসা কৰিব পাৰোঁ?

wp১৬.১ ১৩ ¶১-২

क्या ईश्‍वर को जानना मुमकिन है?

ईश्‍वर हमेशा से है और हमेशा तक रहेगा: पवित्र शास्त्र में लिखा है कि ईश्‍वर “अनादिकाल से अनन्तकाल” तक रहेगा। (भजन 90:2) दूसरे शब्दों में कहें, तो ईश्‍वर की न तो कोई शुरूआत थी और न ही उसका कभी अंत होगा। इसलिए इंसानों के नज़रिए से देखें तो परमेश्‍वर की उम्र का हिसाब लगाना नामुमकिन है।—अय्यूब 36:26.

इससे आपको क्या फायदा होगा: ईश्‍वर वादा करता है कि अगर हम उसे जानें, तो वह हमें हमेशा की ज़िंदगी देगा। (यूहन्‍ना 17:3) अगर खुद ईश्‍वर हमेशा के लिए नहीं रहेगा, तो क्या हमें हमेशा की ज़िंदगी देने का उसका वादा कोई मायने रखता है? ज़ाहिर है कि ‘युग-युग का राजा’ ही इस वादे को पूरा कर सकता है।—1 तीमुथियुस 1:17.

w২০.০৫ ২২ ¶৬

ঈশ্বৰে দিয়া ভাল বস্তুবোৰৰ প্ৰতি আপুনি কৃতজ্ঞনে?

৬ আহক আমি এতিয়া পানীৰ বিষয়ে আলোচনা কৰোঁ। আমাৰ পৃথিৱীখন সূৰ্য্যৰ একেবাৰে সঠিক দূৰত্বত আছে। যদি ই সূৰ্য্যৰ অলপো ওচৰত থকা হʼলে, ইয়াৰ সকলো পানী ভাপ হৈ উৰি গʼলহেতেঁন আৰু পৃথিৱীখন এটা তপত শিলৰ দৰে হৈ থাকিলেহেতেঁন আৰু পৃথিৱীখন সূৰ্য্যৰ অলপো দূৰত থকা হʼলে নদী আৰু সমুদ্ৰৰ সকলো পানী বৰফৰ এটা গোলক হৈ পৰিলেহেঁতেন। দুয়োটা ক্ষেত্ৰতে পৃথিৱীত কোনো জীৱ-জন্তু জীয়াই থাকিব নোৱাৰিলেহেঁতেন। যিহোৱাই পৃথিৱীখনক এক সঠিক স্থানত ৰাখিছে। সেইবাবে, জলচক্ৰ ভালদৰে চলি থাকে আৰু সকলো জীৱ-জন্তুৱে যথেষ্ট পৰিমাণে পানী লাভ কৰে। সূৰ্য্যৰ তাপত সাগৰৰ পানী ভাপ হৈ উৰি যায় আৰু ই ডাৱৰৰ সৃষ্টি কৰে। পৃথিৱীত যিমান বিল আছে, তাতকৈ বেছি পানী প্ৰতিবছৰে ভাপ হৈ উৰি যায়। এই পানী বায়ুমণ্ডলত প্ৰায় দহ দিনলৈকে থাকে আৰু পুনৰ বৰফ বা বৰষুণ হৈ পৃথিৱীত পৰে। সেই বৰষুণৰ পানী পুনৰ নদী বা সাগৰত গৈ মিলিত হয়। তাৰ পাছত, সেই চক্ৰ পুনৰ আৰম্ভ হয়। এই জলচক্ৰ সঁচাকৈ আচৰিত। যিহোৱাই ইয়াক এইদৰে বনাইছে যাতে পৃথিৱীৰ পানী কেতিয়াও শেষ নহয়। ইয়াৰপৰা বুজিব পাৰি যে যিহোৱা কিমান বুদ্ধিমান আৰু শক্তিশালী ঈশ্বৰ হয়।—ইয়ো. ৩৬:২৭, ২৮; উপ. ১:৭.

w২২.১০ ২৮ ¶১৬

নিজৰ আশা দৃঢ় কৰি থাকক

১৬ যিহোৱাই আমাক এক বৰ সুন্দৰ আশা দিছে, সেয়া হৈছে আমি সদায় কাললৈকে জীয়াই থকাৰ আশা। এই আশা পূৰ হোৱাটো চাবলৈ আমি আগ্ৰহেৰে বাট চাই আছোঁ আৰু আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে এই আশা নিশ্চয় পূৰ হʼব। আমাৰ আশা এডাল লঙ্গৰৰ নিচিনা হয়, যিয়ে ধুমুহাৰ নিচিনা সমস্যাৰ সত্ত্বেও আমাক থিৰে থাকিবলৈ সহায় কৰে। আমাৰ জীৱন বিপদত থকাৰ সত্ত্বেও এই আশা থকাৰ বাবে অত্যাচাৰ সহন কৰিব পাৰোঁ আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ। আমাৰ আশা এটা টকয়াৰ নিচিনা হয়, যিয়ে আমাৰ চিন্তাধাৰা সুৰক্ষিত কৰি ৰাখে। এই আশাই আমাক বেয়া চিন্তা কৰাৰ পৰিৱৰ্তে ভাল কথাবোৰ চিন্তা কৰিবলৈ সহায় কৰে। এই আশা থকাৰ বাবে আমি যিহোৱাৰ কাষ চাপিব পাৰোঁ আৰু তেওঁ আমাক প্ৰেম কৰে বুলি বিশ্বাস কৰিব পাৰোঁ। সঁচাকৈ যদি আমি নিজৰ আশাক দৃঢ় কৰি ৰাখোঁ, তেনেহʼলে ইয়াৰ পৰা বহুতো লাভ হয়।

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ৪৯২

কথা-বতৰা

প্ৰাচীন সময়ত বাইবেলত কোৱা ঠাইবোৰত বাতৰি আৰু খবৰ বহুতো উপায়েৰে দিয়া হৈছিল। যেনে, লোকসকলে নিজৰ এলেকা আৰু আন ঠাইৰ খবৰ কোনো ব্যক্তিৰ যোগেদি পাইছিল। কোনোবাই তেওঁলোকক নিজে কৈছিল বা বাৰ্তা পঠাইছিল। (২চমূ ৩:১৭, ১৯; ইয়ো ৩৭:২০) লোকসকলে ভ্ৰমণকাৰীসকলৰ পৰাও খবৰ পাইছিল। ভ্ৰমণকাৰীসকলে প্ৰায়ে দল বনাই গৈছিল আৰু যেতিয়া তেওঁলোকে আহাৰ বা আন বস্তুবোৰ কিনিবলৈ কʼৰবাত ৰখিছিল, তেতিয়া তেওঁলোকে লোকসকলক দূৰ-দূৰণি ঠাইবোৰৰ খবৰো দিছিল। ভ্ৰমণকাৰীসকলৰ দলটোৱে বহু বাৰ পেলেষ্টাইন দেশৰ মাজেদি গৈছিল, কিয়নো এই দেশ এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ মাজত আছিল। সেইবাবে, ইয়াৰ লোকসকলে দূৰ দেশৰ ডাঙৰ ডাঙৰ খবৰ সহজতে পাইছিল। চহৰৰ বজাৰবোৰতো লোকসকলে নিজৰ দেশ আৰু আন দেশৰ খবৰ পাইছিল।

জানুৱাৰী ২২-২৮

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | ইয়োব ৩৮-৩৯

আপুনি সৃষ্টিক চাবলৈ সময় উলিয়াই নে?

w২১.০৮ ৯-১০ ¶৭

আপুনি যিহোৱালৈ অপেক্ষা কৰিবনে?

৭ বাইবেলে কৈছে যে তেওঁ পৃথিৱীৰ “পৰিমাণ নিৰূপণ কৰিলে,” তাৰ ‘মূলবোৰ বহুৱালে’ আৰু “তাৰ চুকৰ শিল স্থাপন কৰিলে।” (ইয়ো. ৩৮:৫, ৭) তেওঁ সময় উলিয়াই নিজে সৃষ্টি কৰা সকলো বস্তুবোৰ চালে। (আদি. ১:১০, ১২) যিহোৱাই এটা-এটাকৈ সকলো বস্তু সৃষ্টি কৰিলে আৰু সেইবোৰ দেখি স্বৰ্গদূতসকলে “জয়ধ্বনি” কৰিলে। (ইয়ো. ৩৮:৬) ইয়াৰপৰা আমি যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ? তেওঁ হাজাৰ হাজাৰ বছৰ সময় লৈ সূৰ্য্য, চন্দ্ৰ, তৰা আৰু সকলো জীৱিত প্ৰাণী সৃষ্টি কৰিলে। এইবোৰ সৃষ্টি কৰিবলৈ ইমান সময় লোৱাৰ বাবে কিবা লাভ হʼলনে? নিশ্চয় হৈছিল। কাৰণ এইবোৰ সৃষ্টি কৰাৰ পাছত যিহোৱাই চাই “অতি উত্তম” বুলি কʼলে।—আদি. ১:৩১.

w২০.০৮ ১৪ ¶২

পুনৰুত্থানে যিহোৱাৰ প্ৰেম, প্ৰজ্ঞা আৰু ধৈৰ্য্য প্ৰকাশ কৰে

২ সৰ্বপ্ৰথমে যিহোৱাই নিজৰ পুত্ৰ যীচু খ্ৰীষ্টক সৃষ্টি কৰিছিল। তাৰ পাছত তেওঁ যীচুৰ লগত মিলি “সকলোকে” সৃষ্টি কৰিলে আৰু লাখ লাখ স্বৰ্গদূতকো সৃষ্টি কৰিলে। (কল. ১:১৬) নিজৰ পিতৃ যিহোৱাৰ লগত কাম কৰি যীচু অতি আনন্দিত হৈছিল। (হিতো. ৮:৩০) প্ৰধান কাৰ্য্যকাৰিণী হিচাপে যীচুৱে যিহোৱাৰ লগত মিলি আকাশ আৰু পৃথিৱীৰ সকলো বস্তু সৃষ্টি কৰিলে। যেতিয়া যিহোৱাই পৃথিৱী সৃষ্টি কৰিছিল, তেতিয়া স্বৰ্গদূতসকলে “জয়-ধ্বনি” কৰিছিল। তাৰ পাছত যিহোৱা ঈশ্বৰে এটা এটাকৈ সকলো বস্তু সৃষ্টি কৰিছিল আৰু অৱশেষত মানুহক সৃষ্টি কৰিছিল, তেতিয়াও স্বৰ্গদূতসকলে জয়-ধ্বনি কৰিছিল। (ইয়ো. ৩৮:৬; হিতো. ৮:৩১) যিহোৱাৰ প্ৰতিটো সৃষ্টিৰপৰা বুজিব পাৰি যে তেওঁ এজন মৰমিয়াল আৰু বুদ্ধিমান ঈশ্বৰ হয়।—গীত. ১০৪:২৪; ৰোম. ১:২০.

w২৩.০৩ ১৬ ¶৮

সৃষ্টিক চাই যিহোৱাৰ বিষয়ে শিকক

৮ আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। যিহোৱাই ইয়োবক বহুতো কথা কʼলে, যাৰ যোগেদি ইয়োবে যিহোৱাৰ ওপৰত আৰু ভৰসা কৰিব পাৰিলে। (ইয়ো. ৩২:২; ৪০:৬-৮) যিহোৱাই তেওঁক পৃথিৱীৰ বিষয়ে বহুতো কথা কʼলে। যেনে, তৰাৰ বিষয়ে, মেঘৰ বিষয়ে আৰু বিজুলীৰ বিষয়ে। যিহোৱাই তেওঁক বহুতো জীৱ-জন্তুৰ বিষয়ে কʼলে মেঠন আৰু ঘোড়াৰ বিষয়ে। (ইয়ো. ৩৮:৩২-৩৫; ৩৯:৯, ১৯, ২০) এই সকলো বিষয়ে চিন্তা কৰাৰ বাবে ইয়োবে বুজি পালে যে যিহোৱা কেৱল শক্তিশালী নহয় তেওঁ বুদ্ধিমানো হয় আৰু তেওঁ আমাক বহুত প্ৰেম কৰে। এইদৰে ইয়োবে যিহোৱাৰ ওপৰত আৰু ভৰসা কৰিবলৈ ধৰিলে। (ইয়ো. ৪২:১-৬) আজি আমি যেতিয়া যিহোৱাই বনোৱা বস্তুৰ ওপৰত ধ্যান দিওঁ, তেতিয়া আমি বুজি পাওঁ যে তেওঁ আমাতকৈ বহুত বুদ্ধিমান আৰু শক্তিশালী। তেওঁ আমাৰ সকলো সমস্যা দূৰ কৰিব পাৰে আৰু এইদৰে কৰিবও। এই কথা মনত ৰাখিলে আমি যিহোৱাৰ ওপৰত আৰু ভৰসা কৰিব পাৰিম।

আধ্যাত্মিক ৰত্ন বিচাৰক

it-২ ২২২

নিয়ম বনাওঁতাজনা

নিয়ম বনাওঁতাজনা যিহোৱা: নিয়ম বনোৱাত যিহোৱা সকলোতকৈ ডাঙৰ। তেৱেঁই প্ৰকৃতিৰ নিয়ম বনাইছে। (ইয়ো ৩৮:৪-৩৮; গীত ১০৪:৫-১৯) তেওঁ জীৱ-জন্তুবোৰৰ বাবেও নিয়ম বনাইছে। (ইয়ো ৩৯:১-৩০) মানুহক যিহোৱাই সৃষ্টি কৰিছে, সেইবাবে তেওঁলোকে যিহোৱাৰ প্ৰকৃতিৰ নিয়ম আৰু নৈতিক নিয়ম পালন কৰা উচিত। (ৰোম ১২:১; ১কৰি ২:১৪-১৬) স্বৰ্গদূতসকলেও যিহোৱাৰ নিয়ম পালন কৰে।—গীত ১০৩:২০; ২পিত ২:৪, ১১.

যিহোৱাই বনোৱা প্ৰকৃতিৰ নিয়ম কোনেও সলনি কৰিব নোৱাৰে। (যিৰি ৩৩:২০, ২১) এই নিয়মবোৰ ইমানেই ভৰসাযোগ্য যে ইয়াৰ আধাৰত বৈজ্ঞানিকসকলে জোন, তৰা আৰু গ্ৰহবোৰৰ গতিবেগ সঠিকৈ জানিব পাৰে। প্ৰকৃতিৰ এই নিয়ম উলংঘন কৰিলে আমি লগে লগে তাৰ পৰিণাম ভুগিবলগীয়া হয়। যিহোৱাই বনোৱা নৈতিক নিয়মো কোনেও সলনি কৰিব নোৱাৰে। যদি কোনোবাই এই নিয়ম পালন নকৰে, তেনেহʼলে তাৰ পৰিণাম ভুগিবলগীয়া হʼব। হয়তো লগে লগে এইদৰে নহʼবও পাৰে, তথাপি আমি বিশ্বাস ৰাখিব পাৰোঁ যে প্ৰকৃতিৰ নিয়মৰ দৰে নৈতিক নিয়ম উলংঘন কৰিলেও বেয়া পৰিণাম হয়। বাইবেলত লিখা আছে, “ঈশ্বৰক ভাণ্ডনা কৰা নাযায়; কিয়নো মানুহে যিহকে বয়, তাকেহে দাব।”—গালা ৬:৭; ১তীম ৫:২৪, ২৫.

জানুৱাৰী ২৯–ফেব্ৰুৱাৰী ৪

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | ইয়োব ৪০-৪২

ইয়োবে যি শিকিলে, তাৰ পৰা আমিও শিকিব পাৰোঁ

w১০ ১০/১৫ ৩-৪ ¶৪-৬

“कौन है जो यहोवा का मन जान सका है?”

4 जब हम यहोवा के कामों पर मनन करते हैं तब हमें उसे अपने स्तरों के मुताबिक जाँचने की कोशिश नहीं करनी चाहिए। भजन 50:21 में यहोवा ने ऐसी इंसानी फितरत के बारे में यूँ कहा: “तू ने समझ लिया कि परमेश्‍वर बिलकुल मेरे समान है।” कुछ ऐसी ही बात बाइबल के एक विद्वान ने करीब 175 साल पहले कही थी: “इंसान की फितरत होती है कि वह परमेश्‍वर को अपने स्तरों की कसौटी पर परखता है और सोचता है कि परमेश्‍वर भी इंसानी नियमों में बँधा है।”

5 हमें ध्यान रखना है कि हम अपने स्तरों और मरज़ी के मुताबिक यहोवा को समझने की कोशिश न करें। यह क्यों ज़रूरी है? हो सकता है बाइबल का अध्ययन करते वक्‍त यहोवा के कुछ काम हम असिद्ध इंसानों को ठीक न लगें क्योंकि हमारे सोचने का दायरा सीमित है। प्राचीन समय के इसराएली अपने असिद्ध नज़रिए से यहोवा को परखने लगे थे, जिस वजह से उन्होंने उसके व्यवहार के बारे में गलत नतीजा निकाला। ध्यान दीजिए कि यहोवा ने उनसे क्या कहा: “तुम लोग कहते हो, कि प्रभु की गति एक सी नहीं। हे इस्राएल के घराने, देख, क्या मेरी गति एक सी नहीं? क्या तुम्हारी ही गति अनुचित नहीं है?”—यहे. 18:25.

6 अगर हम यह समझ लेंगे कि यहोवा के मुकाबले हमारी सोच बहुत सीमित है और कई बार तो हम बिलकुल गलत होते हैं, तब हम यहोवा को अपने स्तरों पर नहीं परखेंगे। अय्यूब को यही सबक सीखने की ज़रूरत थी। मुसीबत के दौर में अय्यूब बहुत निराश हो गया था। वह अपने ही बारे में सोचने लगा और ज़्यादा ज़रूरी बातों पर गौर करने से चूक गया। लेकिन यहोवा ने बड़े प्यार से उसकी सोच सुधारी। उसने अय्यूब से 70 से भी ज़्यादा सवाल पूछे, जिनमें से अय्यूब एक का भी जवाब नहीं दे पाया। इस तरह यहोवा ने अय्यूब पर यह ज़ाहिर किया कि उसकी सोच बहुत सीमित है। अय्यूब ने अपनी इस कमी को नम्रता से कबूल किया और अपनी सोच सुधारी।—अय्यूब 42:1-6 पढ़िए।

w১৭.০৬ ২৫ ¶১২

अहम मसले को हमेशा याद रखिए

12 अय्यूब ने बहुत कुछ सहा था, क्या ऐसे में यहोवा का उसे सुधारना सही था? बिलकुल सही था और अय्यूब को भी यह सही लगा। वह यहोवा की बात समझ गया। उसने कहा, “मैं अपने शब्द वापस लेता हूँ, धूल और राख में बैठकर पश्‍चाताप करता हूँ।” (अय्यू. 42:1-6) इससे पहले भी एलीहू नाम के एक जवान आदमी ने अय्यूब की सोच सुधारी थी। (अय्यू. 32:5-10) अय्यूब ने यहोवा की बुद्धि-भरी सलाह मानी और अपनी सोच को बदला। इसके बाद यहोवा ने दूसरों को बताया कि वह अय्यूब की वफादारी से बहुत खुश है।—अय्यू. 42:7, 8.

w২২.০৬ ২৫ ¶১৭-১৮

যিহোৱাৰ ওপৰত আশা ৰাখক

১৭ সাহসেৰে সমস্যাৰ সন্মুখীন হোৱা আৰু যিহোৱাৰ বিশ্বাসী হৈ থকাৰ ক্ষেত্ৰত কেৱল ইয়োব অকলে নাছিল। পৌলে ইব্ৰী লোকসকলক চিঠি লিখোতে বহুতো বিশ্বাসী লোকসকলৰ বিষয়ে উল্লেখ কৰিছিল আৰু তেওঁলোকক ‘মেঘৰূপ সাক্ষী’ বুলি কৈছিল। (ইব্ৰী ১২:১) তেওঁলোকেও বহুতো ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল, তথাপি মৃত্যুলৈকে যিহোৱাৰ বিশ্বাসী হৈ থাকিল। (ইব্ৰী ১১:৩৬-৪০) তেওঁলোকে যদিও যিহোৱাৰ সকলো প্ৰতিজ্ঞা পূৰ হোৱা দেখিবলৈ নাপালে, তথাপি তেওঁলোকে যিহোৱাৰ ওপৰত আশা ৰাখিছিল। তেওঁলোকে জানিছিল যে যিহোৱা তেওঁলোকৰ পৰা আনন্দিত আছে। সেইবাবে, তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছিল যে ভৱিষ্যতে তেওঁলোকে যিহোৱাৰ প্ৰতিজ্ঞা পূৰ হোৱা দেখিবলৈ পাব। (ইব্ৰী ১১:৪, ৫) গতিকে আহক আমি তেওঁলোকৰ পৰা শিকোঁ আৰু যিয়ে পৰিস্থিতি নাহক কিয় আমি যিহোৱাৰ ওপৰত আশা ৰাখোঁ।

১৮ এই জগতৰ পৰিস্থিতি একেবাৰে বেয়ালৈ ঢাল খাইছে। (২ তীম. ৩:১৩) চয়তানে যিহোৱাৰ লোকসলৰ ওপৰত এটাৰ পাছত এটা সমস্যা আনিছে। তথাপি আমাৰ ওপৰত যিয়ে সমস্যা নাহক কিয়, আমি সকলোৱে থিৰাং কৰা উচিত যে আমি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিম, কিয়নো আমি ‘জীৱনময় ঈশ্বৰত ভৰসা [আশা] ৰাখিছোঁ।’ (১ তীম. ৪:১০) ইয়োব যিহোৱাৰ বিশ্বাসী হৈ আছিল, সেইবাবে যিহোৱাই তেওঁক পুৰষ্কাৰ দিলে আৰু প্ৰমাণ কৰিলে যে তেওঁ স্নেহৱান আৰু দয়ালু ঈশ্বৰ হয়। (যাকো. ৫:১১) গতিকে আহক আমিও যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ আৰু সম্পূৰ্ণৰূপে বিশ্বাস ৰাখোঁ যে যিহোৱাই সেই লোকসকলক পুৰস্কাৰ দিব, যিসকলে তেওঁক বিচাৰে।—ইব্ৰী ১১:৬ পঢ়ক।

আধ্যাত্মিক ৰত্ন বিচাৰক

it-২ ৮০৮

ঠাট্টা আৰু অপমান কৰা

ইয়োবক বহুত অপমান কৰা হৈছিল, তথাপি তেওঁ নিৰ্দোষী হৈ থাকিল। কিন্তু তেওঁ পৰিস্থিতিক সঠিক দৃষ্টিভংগীৰে চোৱা নাছিল। সেইবাবে, তেওঁৰ পৰা ভুল হʼল আৰু তেওঁক শুধৰণি কৰা হʼল। ইলীহূৱে তেওঁৰ বিষয়ে এইদৰে কʼলে, “পানী পি তৃপ্ত হোৱাৰ দৰে বিদ্ৰূপ কৰি তৃপ্ত হোৱা, . . . ইয়োবৰ নিচিনা কোন আছে?” (ইয়ো ৩৪:৭, ৮) ইয়োবে ঈশ্বৰৰ সলনি নিজকে সঠিক বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰি থাকিলে। এইদৰে তেওঁ ঈশ্বৰতকৈ বেছি ভাল হয় বুলি দেখুৱাবলৈ চেষ্টা কৰিলে। (ইয়ো ৩৫:২; ৩৬:২৪) ইয়োবে এয়া বুজিব নোৱাৰিলে যে তেওঁৰ তিনিজন ‘বন্ধুৱে’ যিহোৱাক অপমান কৰি আছিল, ইয়াৰ পৰিৱৰ্তে তেওঁকহে অপমান কৰিছে বুলি ভাবিছিল। পাছত যিহোৱাই জনালে যে এই তিনিজন বন্ধুৱে আচলতে ঈশ্বৰৰ বিষয়ে মিছা কথা কৈছিল। (ইয়ো ৪২:৭; ১চমূ ৮:৭; মথি ২৪:৯ চাওক) যেতিয়া খ্ৰীষ্টানসকলক ঠাট্টা কৰা হয় বা অপমান কৰা হয়, তেতিয়া তেওঁলোকে এই কথাবোৰ মনত ৰখা উচিত। তেতিয়া তেওঁলোকে সঠিক দৃষ্টিভংগী ৰাখিব পাৰিব আৰু সেইবোৰ সহিব পাৰিব। আগলৈ গৈ তেওঁলোকে ইয়াৰ বাবে পুৰস্কাৰ পাব।—লূক ৬:২২, ২৩.

ফেব্ৰুৱাৰী ৫-১১

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১-৪

ঈশ্বৰৰ ৰাজ্যক সহযোগ কৰক

w২১.০৯ ১৫ ¶৮

“মই আটাই জাতিক কঁপাম”

৮ এই বাৰ্তা শুনি লোকসকলে কি কৰে? বেছিভাগ লোকে ইয়াক অস্বীকাৰ কৰে। (গীতমালা ২:১-৩ পঢ়ক।) বহুতো ৰাষ্ট্ৰ খঙত আছে। তেওঁলোকে যীচুক নিজৰ ৰজা হিচাপে স্বীকাৰ নকৰে। তেওঁলোকে এয়া ভাল খবৰ হয় বুলিও বিশ্বাস নকৰে। কিছুমান দেশত চৰকাৰে প্ৰচাৰ কাৰ্য্যক একেবাৰে বন্ধ কৰিছে। বহুতো শাসকে কয় যে তেওঁলোক ঈশ্বৰক বিশ্বাস কৰে। কিন্তু তেওঁলোকে ঈশ্বৰৰ ৰাজ্যক সমৰ্থন নকৰে। কিয়নো তেওঁলোকে নিজৰ পদ আৰু অধিকাৰ এৰিব নিবিচাৰে। প্ৰথম শতিকাৰ শাসকসকলৰ দৰে বৰ্তমান শাসকসকলেও যীচুৰ শিষ্যসকলক তাড়না দিয়ে আৰু তেওঁলোকৰ বিৰোধ কৰে।—পাঁচ. ৪:২৫-২৮.

w১৬.০৪ ২৯-৩০ ¶১১

इस बँटी हुई दुनिया में निष्पक्ष बने रहिए

11 धन-दौलत और सुख-सुविधाएँ। जब पैसा और जो चीज़ें हमारे पास हैं वे हमारे लिए ज़्यादा मायने रखती हैं, तो हमारे लिए निष्पक्ष बने रहना मुश्‍किल हो सकता है। सन्‌ 1970 के बाद, मलावी में कई साक्षियों के पास जो कुछ था, वह सब उन्हें छोड़ना पड़ा क्योंकि उन्होंने एक राजनैतिक पार्टी में जुड़ने से मना कर दिया था। दुख की बात है कि कुछ साक्षी आराम की ज़िंदगी नहीं छोड़ पाए। रूत नाम की एक बहन बताती है, ‘जब साक्षियों को देश से निकाल दिया गया, तो कुछ हमारे साथ गए तो सही, मगर बाद में वे राजनैतिक पार्टी में शामिल हो गए और घर वापस आ गए, क्योंकि वे शरणार्थी शिविर में ज़िंदगी की मुश्‍किलें नहीं सहना चाहते थे।’ लेकिन ज़्यादातर परमेश्‍वर के लोग ऐसे नहीं होते। वे निष्पक्ष बने रहते हैं, फिर चाहे इसकी वजह से उन्हें पैसों की तंगी झेलनी पड़े या अपना सबकुछ खोना पड़े।—इब्रा. 10:34.

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ৪২৫

তুঁহ

যৱ ধান আৰু ঘেঁহুৰ নিচিনা শস্যৰ বাকলিক তুঁহ বুলি কোৱা হয়। তুঁহ একো কামৰ নাছিল আৰু পুৰণি সময়ত শস্যবোৰ মৰণা মৰা আৰু ধান জৰাৰ পাছত তুঁহবোৰ বেলেগকৈ ৰাখি দিয়া হৈছিল। সেইবাবে, যি বস্তু একো কামৰ নহয় বা বেয়া হয়, তাক বেলেগ কৰি পেলাই দিয়া হʼব বুলি বুজাবলৈ বাইবেলত তুঁহৰ উদাহৰণ দিয়া হৈছে।

যেতিয়া শস্যবোৰ মৰণা মৰাৰ পাছত জৰা হয়, তেতিয়া পটানবোৰ বতাহত উৰি গৈছিল। এই উদাহৰণে দেখুৱাই যে যিহোৱাই কেনেকৈ ধৰ্মত্যাগীসকলক নিজৰ লোকসকলৰ পৰা বেলেগ কৰে, দুষ্ট লোকসকলক আৰু বিৰোধী ৰাষ্ট্ৰবোৰক ধ্বংস কৰে। (ইয়ো ২১:১৮; গীত ১:৪; ৩৫:৫; যিচ ১৭:১৩; ২৯:৫; ৪১:১৫; হোচে ১৩:৩) ঈশ্বৰৰ ৰাজ্যই তেওঁৰ সকলো শত্ৰুক একেবাৰে ধ্বংস কৰিব আৰু তেওঁলোকক পটান বা তুঁহৰ দৰে বতাহত উৰাই দিব।—দানি ২:৩৫.

পাটানবোৰ যাতে আকৌ বতাহত উৰি শস্যৰ লগত মিলি নাযাই তাৰ বাবে প্ৰায়ে পটানবোৰ জ্বলাই দিয়া হৈছিল। যোহন বাপ্তাইজে ভৱিষ্যবাণী কৰিছিল যে মিছা ধৰ্মৰ দুষ্ট লোকসকলক এইদৰেই ধ্বংস কৰা হʼব। শস্য জৰাজন যীচু খ্ৰীষ্টক চিত্ৰিত কৰিছে, তেওঁ ঘেঁহুবোৰ গোটাব “কিন্তু পটানবোৰ একেৰাহে জ্বলি থকা জুইত জ্বলাই দিব।”—মথি ৩:৭-১২; লূক ৩:১৭.

ফেব্ৰুৱাৰী ১২-১৮

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ৫-৭

আনে যিয়েই নকৰক কিয় আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকক

w২১.০৩ ১৫ ¶৭-৮

সমস্যাৰ সন্মুখীন হʼবলৈ বাইবেলে আপোনাক সহায় কৰিব পাৰে

৭ কোনো বন্ধু বা পৰিয়ালৰ লোকসকলে আপোনাৰ লগত বিশ্বাসঘাত কৰিছেনে? যদি কৰিছে, তেনেহʼলে ৰজা দায়ূদৰ উদাহৰণলৈ মন কৰক। দায়ূদৰ পুত্ৰ অবচালোমে তেওঁক বিশ্বাসঘাত কৰিলে আৰু তেওঁৰ ঠাইত নিজে ৰজা হʼবলৈ চেষ্টা কৰিলে।—২ চমূ. ১৫:৫-১৪, ৩১; ১৮:৬-১৪.

৮ (১)প্ৰাৰ্থনা কৰক। বাইবেলত পঢ়া কথাখিনি মনত ৰাখি, যিহোৱাক স্পষ্টকৈ জনাওক যে আপুনি যি সমস্যাৰ সন্মুখীন হৈছে, তাৰ বিষয়ে আপুনি কেনে অনুভৱ কৰিছে। (গীত. ৬:৬-৯) তাৰ পাছত তেওঁক কওক যে তেওঁ এনে সিদ্ধান্ত বিচাৰিবলৈ আপোনাক সহায় কৰে, যাৰপৰা আপুনি বুজি পায় যে আপুনি কি কৰা উচিত।

w২০.০৭ ৮-৯ ¶৩-৪

আপোনাৰ বিশ্বাস সত্য বুলি নিশ্চিত কৰক

৩ কিন্তু বিশ্বাস দৃঢ় কৰিবলৈ কেৱল প্ৰেম থকাই যথেষ্ট নহয়। এনে কিয় বাৰু? কিয়নো আমাৰ বিশ্বাস কেৱল প্ৰেমৰ আধাৰত হʼলে, ই সহজে দুৰ্বল হৈ পৰিব পাৰে। উদাহৰণস্বৰূপে, কোনো এজন ভাই বা ভনীয়ে গম্ভীৰ পাপ কৰে। হয়তো তেওঁ এজন প্ৰাচীন বা অগ্ৰগামী সেৱক হয়। অথবা কোনোবাই হয়তো আমাক আঘাত দিয়ে বা কোনোবাই সত্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰে আৰু সাক্ষীসকলৰ শিক্ষাবোৰ ভুল হয় বুলি দাবী কৰে। এনে পৰিস্থিতিত আমি হয়তো উজুটি খাওঁ আৰু যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিওঁ। বিশ্বাস বঢ়োৱাটো ঘৰ নিৰ্মাণ কৰাৰ লগত তুলনা কৰিব পাৰি। ঘৰ নিৰ্মাণ কৰাৰ সময়ত আমি কেৱল বালিৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে এনে সামগ্ৰীবোৰ ব্যৱহাৰ কৰোঁ, যিয়ে ঘৰটো মজবুত কৰে। ঠিক সেইদৰে, আনে কি কয় আৰু কি কৰে, তাৰ আধাৰত আমাৰ বিশ্বাস বাঢ়ি নাযায়। আমি যিহোৱা আৰু তেওঁৰ লোকসকলৰ বিষয়ে কেনে অনুভৱ কৰোঁ, ইয়াৰ আধাৰতো আমাৰ বিশ্বাস বাঢ়ি নাযায়। আমাৰ বিশ্বাস দৃঢ় কৰিবলৈ যিহোৱাৰ লগত আমাৰ এক ভাল সম্পৰ্ক হোৱা উচিত। ইয়াৰ উপৰিও, আমি বাইবেল গভীৰভাৱে অধ্যয়ন কৰা উচিত আৰু বাইবেলত যি লিখা আছে, সেয়াই সত্য বুলি আমি নিজকে প্ৰমাণ দিয়া উচিত।—ৰোম. ১২:২.

৪ যীচুৱে কৈছিল যে কিছুমান লোকে ‘আনন্দেৰে’ সত্য গ্ৰহণ কৰিব। কিন্তু যেতিয়া সমস্যা আহিব, তেতিয়া তেওঁলোকৰ বিশ্বাস দুৰ্বল হৈ পৰিব। (মথি ১৩:৩-৬, ২০, ২১ পঢ়ক।) হয়তো তেওঁলোকে গম নাপাবও পাৰে যে যীচুৰ শিষ্য হʼলে সমস্যা আহিব। (মথি ১৬:২৪) অথবা তেওঁলোকে ভাবিব পাৰে যে খ্ৰীষ্টান হʼলে তেওঁলোকৰ সকলো সমস্যা দূৰ হৈ যাব। প্ৰকৃততে, এই জগতত জীয়াই থকাটো ইমান সহজ নহয় আৰু সমস্যা আহিবই। আমাৰ পৰিস্থিতি যিকোনো সময়ত সলনি হʼব পাৰে আৰু কিছুসময়ৰ বাবে আমাৰ শান্তি ভংগ হʼব পাৰে।—গীত. ৬:৬; উপ. ৯:১১.

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ৯৯৫

মৈদাম

ৰোমীয়া ৩:১৩ পদত পৌলে গীতমালা ৫:৯ পদত কোৱা কথাটো কৈছিল। তেওঁ দুষ্ট আৰু বিশ্বাসঘাত কৰা লোকসকলৰ ডিঙিৰ তুলনা “মুকলি মৈদামৰ” কৰিছিল। যেনেকৈ মুকলি মৈদামত মৃতদেহবোৰ পচিবলৈ ৰখা হয়, ঠিক সেইদৰে তেওঁলোকৰ ডিঙিৰ পৰা ভয়ানক আৰু পচি যোৱা নিচিনা বেয়া কথাবোৰ ওলায়।—মথি ১৫:১৮-২০ পদৰ লগত তুলনা কৰক।

ফেব্ৰুৱাৰী ১৯-২৫

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ৮-১০

‘মই যিহোৱাৰ ধন্যবাদ কৰিম’

w২১.০৮ ৩ ¶৬

আপুনি যিহোৱাৰ পৰিয়ালৰ ভাগ হয়

৬ যিহোৱাই আমাৰ বাবে এখন সুন্দৰ ঘৰ বনালে। তেওঁ মানুহক সৃষ্টি কৰাৰ আগতে পৃথিৱীক সৃষ্টি কৰিলে। (ইয়ো. ৩৮:৪-৬; যিৰি. ১০:১২) যিহোৱা উদাৰশীল হয়, সেইবাবে মানুহে আনন্দিত থাকিবলৈ প্ৰয়োজন হোৱা সকলো বস্তু যিহোৱা ঈশ্বৰে বনালে। (গীত. ১০৪:১৪, ১৫, ২৪) তাৰ পাছত তেওঁ নিজে বনোৱা সৃষ্টিলৈ ধ্যান দিলে আৰু “সকলোকে চাই অতি উত্তম” বুলি কʼলে। (আদি. ১:১০, ১২, ৩১) যিহোৱাই যি সুন্দৰ সুন্দৰ বস্তু সৃষ্টি কৰিছিল, সেই বস্তুবোৰৰ ওপৰত মানুহক ‘গৰাকী পাতিলে’ অৰ্থাৎ অধিকাৰ দিলে। এইদৰে কৰাৰ যোগেদি যিহোৱা ঈশ্বৰে মানুহক সন্মান কৰে বুলি দেখুৱালে। (গীত. ৮:৬) সিদ্ধ মানুহে পৃথিৱীখনক চোৱা-চিতা কৰাটো যিহোৱাই বিচাৰে। ইয়াৰ বাবে আপুনি যিহোৱাক ধন্যবাদ দিয়েনে?

w২০.০৫ ২৩ ¶১০

ঈশ্বৰে দিয়া ভাল বস্তুবোৰৰ প্ৰতি আপুনি কৃতজ্ঞনে?

১০ কথা কোৱাৰ দক্ষতা দিয়াৰ বাবে আমি যিহোৱাৰ প্ৰতি মূল্যাংকন দেখুৱা উচিত। আমি কেনেকৈ মূল্যাংকন দেখুৱাব পাৰোঁ? ইয়াৰ এটা উপায় হৈছে আনক ঈশ্বৰৰ বিষয়ে জনোৱা। (গীত. ৯:১; ১ পিত. ৩:১৫) কিছুমান লোকে কয় যে কোনো ঈশ্বৰ নাই আৰু এই পৃথিৱী আৰু সকলো জীৱ-জন্তুৰ নিজে নিজেই সৃষ্টি হৈছে। তেওঁলোকে বুজিব নোৱাৰে যে আমি কিয় এই কথা বিশ্বাস নকৰোঁ। ইয়াৰে ভিতৰত কিছুমান লোকে জানিব বিচাৰে যে আমি কিয় বিশ্বাস কৰোঁ যে যিহোৱাই পৃথিৱীৰ সকলো বস্তু সৃষ্টি কৰিছে। এনে লোকসকলক আমি বাইবেলৰপৰা বুজিবলৈ সহায় কৰিব পাৰোঁ যে আমি কিয় বিশ্বাস কৰোঁ, যিহোৱাই আকাশ আৰু পৃথিৱীখন সৃষ্টি কৰিছে। (গীত. ১০২:২৫; যিচ. ৪০:২৫, ২৬) আমি তেওঁলোকক এই লেখত দিয়া কিছুমান কথা কʼব পাৰোঁ। এইদৰে আমি যিহোৱাৰ ফালৰপৰা কোৱাৰ যোগেদি আমি তেওঁৰ প্ৰতি মূল্যাংকন দেখুৱাব পাৰোঁ।

w২২.০৪ ৭ ¶১৩

কথা কোৱাৰ ক্ষেত্ৰত আপুনি ভাল উদাহৰণ ৰাখিছেনে?

১৩ উৎসাহেৰে গীত গাওক। আমি মনত ৰখা উচিত যে আমি সভাবোৰত গীত গোৱাৰ সময়ত যিহোৱাৰ মহিমা হয়। চাৰা নামৰ ভনীজনীয়ে কৈছে যে তাই ভালদৰে গীত গাব নাজানে। তথাপি তাই গীত গাই যিহোৱাৰ মহিমা কৰিব বিচাৰে। সেইবাবে, সভাৰ প্ৰস্তুতি কৰাৰ সময়ত তাই গানৰো অভ্যাস কৰে। তাই বিশেষকৈ এই কথাৰ ওপৰত ধ্যান দিয়ে যে গীতৰ লিখনিবোৰ সভাৰ বেলেগ বেলেগ ভাগৰ লগত কেনেকৈ জড়িত আছে। তাই এইদৰে কৈছে, “যেতিয়া মই গীতৰ লিখনিবোৰলৈ ধ্যান দিওঁ, তেতিয়া মই কেনেকৈ গাই আছোঁ তাৰ বিষয়ে চিন্তা নকৰোঁ।”

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ৮৩২

হাত

বাইবেলৰ বহুতো পদত কোৱা হৈছে যে ঈশ্বৰে বেলেগ বেলেগ কাম কৰিবলৈ নিজৰ হাত বা আঙুলিবোৰৰ ব্যৱহাৰ কৰিছিল। যেনে, দহ আজ্ঞা লিখিবলৈ (যাত্ৰা ৩১:১৮; দ্বিতী ৯:১০), চমৎকাৰ কৰিবলৈ (যাত্ৰা ৮:১৮, ১৯) আৰু আকাশ-মণ্ডল সৃষ্টি কৰিবলৈ (গীত ৮:৩)। যেতিয়া ঈশ্বৰে নিজৰ ‘হাত’ বা “আঙুলিৰে” সৃষ্টি কৰিছে বুলি কোৱা হৈছে, তেতিয়া ইয়াৰ অৰ্থ হৈছে তেওঁ নিজৰ পবিত্ৰ শক্তিৰ ব্যৱহাৰ কৰিছিল। এয়া আমি আদিপুস্তক কিতাপৰ পৰা জানিব পাৰোঁ। তাত কোৱা হৈছে যে ঈশ্বৰৰ পবিত্ৰ শক্তি (ৰুআখ) পানীৰ ওপৰত ইফালে-সিফালে ফুৰি কাম কৰি আছিল। (আদি ১:২) ইয়াৰ বিষয়ে আমি গ্ৰীক শাস্ত্ৰৰ পৰা আৰু ভালদৰে জানিব পাৰোঁ। মথি কিতাপত লিখা আছে যে যীচুৱে “ঈশ্বৰৰ পবিত্ৰ শক্তিৰ” সহায়ত দুষ্ট স্বৰ্গদূতবিলাকক উলিয়াই আৰু লূক কিতাপত লিখা আছে যে তেওঁ “ঈশ্বৰৰ আঙুলিৰে” এইদৰে কৰে।—মথি ১২:২৮; লূক ১১:২০.

ফেব্ৰুৱাৰী ২৬–মাৰ্চ ৩

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | গীতমালা ১১-১৫

কল্পনা কৰক আপুনি এনে এখন পৃথিৱীত আছে, যʼত চাৰিওফালে শান্তি আছে

w০৬ ৫/১৫ ১৮ ¶৩

भजन संहिता किताब के पहले भाग की झलकियाँ

11:3—कौन-सी नेवें ढा दी जाती हैं? ये वही नेवें हैं जिन पर इंसानी समाज टिका हुआ है, जैसे कानून, व्यवस्था और न्याय। जब इन्हीं बातों का पालन नहीं किया जाता, तो पूरे समाज में गड़बड़ी फैल जाती है और नाइंसाफी का बोलबाला होता है। ऐसे में एक “धर्मी” इंसान के लिए ज़रूरी है कि वह परमेश्‍वर पर पूरा भरोसा रखे।—भजन 11:4-7.

wp১৬.৩ ১৩

क्या ऐसी दुनिया मुमकिन है, जहाँ हिंसा न हो?

पवित्र शास्त्र में लिखा है कि परमेश्‍वर वादा करता है कि जल्द ही वह इस धरती पर से हिंसा का नामो-निशान मिटा देगा। हिंसा से भरी यह दुनिया परमेश्‍वर के “न्याय के दिन” की तरफ आगे बढ़ रही है। (2 पतरस 3:5-7) उसके बाद हिंसा करनेवाला कोई नहीं होगा। हम कैसे यकीन कर सकते हैं कि परमेश्‍वर इस धरती पर से हिंसा को पूरी तरह खत्म करना चाहता है?

पवित्र शास्त्र में लिखा है, परमेश्‍वर ‘उपद्रव से प्रीति रखनेवालों से घृणा करता है।’ (भजन 11:5) हमारा बनानेवाला शांति और न्याय से प्रीति रखता है। (भजन 33:5; 37:28) इसलिए वह हिंसा करनेवालों को हमेशा के लिए बरदाश्‍त नहीं करेगा।

w১৭.০৮ ৬-৭ ¶১৫

क्या आप सब्र रखेंगे और इंतज़ार करेंगे?

15 दाविद सब्र रखने और इंतज़ार करने के लिए क्यों तैयार था? इसका जवाब वह उसी भजन में देता है जिसमें उसने पाँच बार पूछा, “कब तक?” उसने कहा, “मुझे तो तेरे अटल प्यार पर पूरा भरोसा है, तू जो उद्धार दिलाता है उससे मेरा दिल मगन होगा। मैं यहोवा के लिए गीत गाऊँगा, उसने मुझे ढेरों आशीषें दी हैं।” (भज. 13:5, 6) दाविद जानता था कि उसके लिए यहोवा का प्यार अटल है। उसने याद किया कि कैसे यहोवा ने बीते समय में उसकी मदद की थी और उसे पूरा भरोसा था कि यहोवा बहुत जल्द उसे इन मुसीबतों से भी बाहर निकालेगा। दाविद जानता था कि सब्र रखने के अच्छे नतीजे मिलते हैं।

kr ২৩৬ ¶১৬

परमेश्‍वर का राज धरती पर उसकी मरज़ी पूरी करेगा

16 सुरक्षा: आखिरकार यशायाह 11:6-9 में लिखे सुंदर शब्द हर मायने में और सचमुच पूरे होंगे। आदमी, औरत, बच्चे सभी महफूज़ रहेंगे। वे चाहे धरती के किसी भी कोने में जाएँ उन्हें कोई खतरा नहीं होगा, न जानवरों से न इंसानों से। ज़रा उस समय की कल्पना कीजिए, जब यह पूरी धरती आपका घर होगी, आप नदियों, तालाबों और समुंदरों में तैर सकेंगे, पहाड़ों पर चढ़ सकेंगे और मैदानों में घूम सकेंगे और आपको किसी बात का डर नहीं होगा। रात को भी आप नहीं डरेंगे। यहेजकेल 34:25 के शब्द सच होंगे। परमेश्‍वर के लोग ‘वीराने में भी महफूज़ रह सकेंगे और जंगलों में भी सो सकेंगे।’

আধ্যাত্মিক ৰত্ন বিচাৰক

w১৩ ৯/১৫ ১৯-২০ ¶১২

আপোনাৰ চিন্তাধাৰা সলনি হৈছে নে?

১২ দুখৰ কথা যে পৌলে যি চিন্তাধাৰাৰ বিষয়ে কৈছিল, তেনে চিন্তাধাৰা ৰখা লোকসকল আজি আমাৰ চাৰিওফালে আছে। তেওঁলোকে ভাবে যে নিয়ম আৰু ভাল-বেয়াৰ মানদণ্ড অনুসৰি জীয়াই থকাৰ কোনো লাভ নাই আৰু সেইবোৰ পালন কৰিবলৈ কোনেও কাকো হেঁচা দিয়া উচিত নহয়। বহুতো শিক্ষক আৰু পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীসকলক যি ভাল লাগে, তাকে কৰিবলৈ স্বাধীনতা দিয়ে। আনকি লʼৰা-ছোৱালীৰ বাবে কি ভাল আৰু বেয়া তাৰ নিৰ্ণয় তেওঁলোকে নিজে লʼব পাৰে বুলি তেওঁলোকক শিকায়। কিয়নো এই লোকসকলে ভাবে যে ভাল আৰু বেয়াৰ মানদণ্ড জনাৰ কোনো উপায় নাই। ধৰ্মৰ ক্ষেত্ৰতো এই কথা সচাঁ। বহুতো লোকে ধৰ্মৰ ওপৰত বিশ্বাস কৰোঁ বুলি দাবী কৰে, তেওঁলোকে ভাবে যে ঈশ্বৰে কি বিচাৰে তাৰ অনুসৰি চলাৰ প্ৰয়োজন নাই, আপোনাক যি ভাল লাগে সেয়াই কৰা উচিত বুলি ভাবে। (গীত ১৪:১) এনেধৰণৰ চিন্তাধাৰা খ্ৰীষ্টানসকলৰ বাবে বিপদজনক। যদি আমি ধ্যান নিদিও, তেনেহʼলে ঈশ্বৰৰ সংগঠনতো এনেধৰণৰ চিন্তাধাৰা আমাৰ আহি যাব পাৰে। হয়তো আমিও ঈশ্বৰৰ সংগঠনৰ পৰা পোৱা নিৰ্দেশনা পালন কৰিবলৈ মানা কৰিব পাৰোঁ বা আমাক ভাল নলগা কথাবোৰৰ বিষয়ে অভিযোগ কৰিব পাৰোঁ। অথবা আমি মনোৰঞ্জন, ইন্টাৰনেটৰ ব্যৱহাৰ আৰু উচ্চ শিকাৰ বিষয়ে বাইবেলৰ পৰা দিয়া পৰামৰ্শবোৰৰ পৰা সম্পূৰ্ণৰূপে সন্মত নহʼবও পাৰোঁ।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক