গীত নং ৫২
খ্ৰীষ্টীয় সমৰ্পণ
(ইব্ৰী ১০:৭, ৯)
১. সৃ-ষ্টি ক-ৰি-লে যি-হো-ৱাই,
বি-শ্বৰ স-ক-লো-বোৰ।
আ-কাশ, স-মু-দ্ৰ, পৃ-থি-ৱী,
হয় তেওঁ-ৰেই হা-তৰ কাম।
দি ব-হু-মূ-ল্য এই জী-ৱন,
দে-খু-ৱা-লে তেওঁৰ প্ৰেম।
যো-গ্য হয় পো-ৱাৰ তেওঁ ম-হি-মা,
ক-ৰিম উ-পা-স-না তেওঁৰ।
২. লʼ-লে যী-চু-ৱে বা-প্তি-ষ্মা,
ক-ৰি-লে প্ৰ-তি-জ্ঞা;
‘আ-হি-ছোঁ তো-মাৰ ই-চ্ছা পূৰ
যে ক-ৰি-ব-লৈ মই।’
মি-ন-তি ক-ৰি পি-তা-লৈ,
বি-চা-ৰি-লে শ-ক্তি,
ক-ৰি-ব পা-ৰে যেন যী-চু-ৱে,
স-ক-লো-তে যাঃৰ ভ-ক্তি।
৩. আ-হোঁ আ-মি কা-ষত তো-মাৰ,
ক-ৰোঁ তো-মাৰ গুণ-গান।
নি-জ-কে ক-ৰি স-মৰ্-পণ,
যাঃ ক-ৰিম তো-মাৰ কাম।
এক-মাত্ৰ পু-ত্ৰক দি তু-মি,
দি-লা আ-মাক জী-ৱন।
স-দায় নি-ষ্ঠা-ৱান থা-কি তো-মাৰ,
অৰ্-পণ ক-ৰিম নি-জৰ প্ৰাণ।
(মথি ১৬:২৪; মাৰ্ক ৮:৩৪; লূক ৯:২৩ পদবোৰো চাওক।)