দক্ষিণ আফ্ৰিকাৰ এহাল বিবাহিত দম্পতীয়ে নিজৰ সন্তানৰ সৈতে অধ্যয়ন কৰিছে
আলোচনাৰ বাবে আৰ্হি
●○○ প্ৰথম সাক্ষাৎ
প্ৰশ্ন: আমাৰ ভৱিষ্যত কেনেকুৱা হʼব, তাৰ বিষয়ে আমি কেনেকৈ জানিম?
পদ: যিচ ৪৬:১০
পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰৰ বাক্যত এনে কি কি ভৱিষ্যতবাণী কৰা হৈছে, যি বৰ্তমান সময়ত আমি পূৰ হোৱা দেখিবলৈ পাওঁ?
○●○ প্ৰথম পুনৰ সাক্ষাৎ
প্ৰশ্ন: ঈশ্বৰৰ বাক্যত এনে কি কি ভৱিষ্যতবাণী কৰা হৈছে, যি বৰ্তমান সময়ত আমি পূৰ হোৱা দেখিবলৈ পাওঁ?
পদ: মথি ২৪:৬, ৭, ১৪
পৰৱৰ্তী সাক্ষাতৰ বাবে: “শেষ” হোৱাৰ পাছত কি হʼব?
○○● দ্বিতীয় পুনৰ সাক্ষাৎ
প্ৰশ্ন: “শেষ” হোৱাৰ পাছত কি হʼব?
পদ: প্ৰকা ২১:৪
পৰৱৰ্তী সাক্ষাতৰ বাবে: বাইবেলৰ এই ভৱিষ্যতবাণী কʼত পূৰ হʼব?