ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 নৱেম্বৰ পৃষ্ঠা ৩২
  • অধ্যয়ন কৰিবলৈ সঠিক ঠাই বাছনি কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অধ্যয়ন কৰিবলৈ সঠিক ঠাই বাছনি কৰক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 নৱেম্বৰ পৃষ্ঠা ৩২

অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

অধ্যয়ন কৰিবলৈ সঠিক ঠাই বাছনি কৰক

যদি আপুনি ব্যক্তিগত অধ্যয়নৰ পৰা সম্পূৰ্ণকৈ লাভৱান হʼব বিচাৰে, তেনেহʼলে এই উপায়বোৰ ব্যৱহাৰ কৰক:

  • সঠিক ঠাই বাছনি কৰক। যদি সম্ভৱ হয়, তেনেহʼলে পোহৰ থকা ঠাই আৰু য’ত বস্তুবোৰ ভালদৰে ৰখা হৈছে তাত অধ্যয়ন কৰক। আপুনি যদি বিচাৰে, তেনেহʼলে চকীত বহি বা কʼৰবাত বাহিৰলৈ গৈ অধ্যয়ন কৰিব পাৰে।

  • অকলশৰীয়াকৈ পঢ়ক। যীচু প্ৰাৰ্থনা কৰিবলৈ “ৰাতিপুৱা” সোনকালে উঠি “নিৰ্জন ঠাইলৈ” গৈছিল। (মাৰ্ক ১:৩৫) যদি আপোনাৰ বাবে অকলশৰীয়াকৈ অধ্যয়ন কৰাটো সম্ভৱ নহয়, তেনেহʼলে নিজৰ পৰিয়ালৰ লোকসকলক বা লগত থকা লোকসকলক কʼব পাৰে যে আপুনি কোনটো সময়ত অধ্যয়ন কৰে আৰু সেই সময়ত শান্ত হৈ থাকিবলৈ তেওঁলোকক অনুৰোধ কৰিব পাৰে।

  • সম্পূৰ্ণ ধ্যান দিয়ক। আপোনাৰ ধ্যান বিচলিত হʼবলৈ নিদিব। যদি আপুনি ব্যক্তিগত অধ্যয়ন ফোন বা টেবলেটত কৰি আছে, তেনেহʼলে তাক এনে চেটিঙত ৰাখক, যাতে কল বা মেচেজ নাহে। অধ্যয়ন কৰাৰ সময়ত যদি আপোনাৰ কোনো কাম মনত পৰে, তেনেহʼলে সেয়া লিখি ৰাখক আৰু সেই কাম পাছত কৰক। যদি অধ্যয়ন কৰিবলৈ আপোনাৰ বাবে কঠিন হৈ পৰিছে, তেনেহʼলে অলপ সময় ব্যায়াম কৰক বা খোজ কাঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক