ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ১৪
  • যীচু কেৱল এজন ভদ্ৰ পুৰুষ আছিল নেকি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচু কেৱল এজন ভদ্ৰ পুৰুষ আছিল নেকি?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে আমাক কি শিকায়?
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ১৪
যীচুৱে এজন ব্যক্তিক সুস্থ কৰি ভাল কাম কৰিছিল

যীচু কেৱল এজন ভদ্ৰ পুৰুষ আছিল নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

যীচু কেৱল এজন ভদ্ৰ পুৰুষ আছিল এনে নহয়। অতি কম সময়ৰ ভিতৰত যীচুৱে মানৱ ইতিহাসত এজন প্ৰভাৱশালী ব্যক্তি বুলি প্ৰমাণ দিছিল। বিখ্যাত বুৰজ্ঞীবিদ আৰু লেখকসকলে তেওঁৰ বিষয়ে কি মন্তব্য কৰিছে, তালৈ ধ্যান দিয়ক:

“নাচৰতীয় যীচু . . . ইতিহাসৰ এজন মহান চৰিত্ৰ বুলি সকলোৰে পৰিচিত।”—এইছ. জি. ৱেলচ, ইংৰাজী বুৰজ্ঞীবিদ।

“এই পৃথিৱীত বাস কৰা লোকসকলৰ ভিতৰত [যীচু] এজন প্ৰভাৱশালী ব্যক্তি আছিল আৰু ইয়াৰ প্ৰভাৱ ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে।”—কেনেট্‌ স্কট, আমেৰিকাৰ বুৰজ্ঞীবিদ আৰু গ্ৰন্থকাৰ।

বাইবেলে প্ৰমাণ কৰে যে বৰ্তমান সময়লৈকে জীৱিত থকা ভাল লোকসকলৰ ভিতৰত কেৱল যীচুৱেই কিয় এজন ভদ্ৰ পুৰুষ আছিল। যেতিয়া যীচুৱে নিজৰ শিষ্যসকলক তেওঁনো কোন এই বুলি সুধিছিল, তেতিয়া তেওঁলোকৰ মাজৰে এজনে সঠিক উত্তৰ দিছিল: “আপুনি সেই অভিষিক্ত জনা, জীৱনময় ঈশ্বৰৰ পুত্ৰ।”—মথি ১৬:১৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক