ক৭-চ
যীচুৰ জীৱনৰ বিশেষ ঘটনাবোৰ—যৰ্দ্দনৰ পূবফালে যীচুৰ পাছৰ সেৱা
সময় |
ঠাই |
ঘটনা |
মথি |
মাৰ্ক |
লূক |
যোহন |
---|---|---|---|---|---|---|
৩২, সমৰ্পণ উৎসৱৰ পাছৰ সেৱা |
যৰ্দ্দনৰ সিপাৰে থকা বৈথনিয়া |
যোহনে বাপ্তিষ্মা দিয়া ঠাইলৈ যায়; বহুতো লোকে যীচুৰ ওপৰত বিশ্বাস কৰে |
||||
পেৰিয়া |
যিৰূচালেমলৈ যোৱাৰ সময়ত চহৰ আৰু গাঁওবোৰত শিকায় |
|||||
ঠেক দুৱাৰেদি যাবলৈ উৎসাহিত কৰে; যিৰূচালেমৰ কাৰণে দুখ কৰে |
||||||
হয়তো পেৰিয়া |
নম্ৰতাৰ শিক্ষা দিয়ে; উদাহৰণবোৰ: ভাল ভাল ঠাইত বহা আৰু বাহানা মাৰা আলহী |
|||||
শিষ্য হোৱাৰ দায়িত্বৰ বিষয়ে চিন্তা-চৰ্চা কৰা |
||||||
উদাহৰণবোৰ: হেৰাই যোৱা ভেড়া, হেৰাই যোৱা মুদ্ৰা, হেৰাই যোৱা লʼৰা |
||||||
উদাহৰণবোৰ: বুদ্ধিমান প্ৰবন্ধক, ধনী ব্যক্তি আৰু লাজাৰ |
||||||
বিশ্বাসত বাধা, ক্ষমা কৰা আৰু বিশ্বাস কৰাৰ বিষয়ে শিকায় |
||||||
বৈথনিয়া |
লাজাৰৰ মৃত্যু হʼল আৰু আকৌ জীয়াই তোলা হʼল |
|||||
যিৰূচালেম; ইফ্ৰয়িম |
যীচুক হত্যা কৰাৰ ষড়যন্ত্ৰ; তাৰ পৰা গুচি যায় |
|||||
চমৰীয়া; গালীল |
দহজন কুষ্ঠ ৰোগীক সুস্থ কৰে; ঈশ্বৰৰ ৰাজ্য কেনেকৈ আহিব তাৰ বিষয়ে কয় |
|||||
চমৰীয়া বা গালীল |
উদাহৰণবোৰ: হাৰ নমনা বিধৱাগৰাকী, ফৰীচী আৰু কৰতোলা লোক |
|||||
পেৰিয়া |
বিয়া আৰু তালাকৰ বিষয়ে শিকায় |
|||||
লʼৰা-ছোৱালীক আশীৰ্বাদ দিয়ে |
||||||
ধনী ব্যক্তিৰ প্ৰশ্ন; উদাহৰণ: আঙুৰৰ খেতিত কাম কৰা লোক আৰু সমান হাজিৰা |
||||||
হয়তো পেৰিয়া |
তৃতীয়বাৰ নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে |
|||||
যাকোব আৰু যোহনৰ কাৰণে ৰাজ্যত বিশেষ পদৰ বাবে অনুৰোধ |
||||||
যিৰীহো |
ইয়াৰ পৰা পাৰ হোৱাৰ সময়ত দুজন অন্ধক সুস্থ কৰে; চক্কেয়ক লগ পায়; দহটা ৰূপৰ মুদ্ৰাৰ উদাহৰণ |