ক৭-ঙ
ক৭-ঙ যীচুৰ জীৱনৰ বিশেষ ঘটনাবোৰ—গালীলত বৃহৎভাৱে যীচুৰ সেৱা (ভাগ ৩) আৰু যিহূদিয়াত পাছৰ সেৱা
সময় |
ঠাই |
ঘটনা |
মথি |
মাৰ্ক |
লূক |
যোহন |
---|---|---|---|---|---|---|
৩২, নিস্তাৰ-পৰ্বৰ পাছত |
গালীল সাগৰ; বৈৎচৈদা |
নাৱৰ পৰা বৈৎচৈদালৈ যোৱাৰ সময়ত যীচুৱে ফৰীচীবিলাকক খমিৰৰ পৰা সাৱধান কৰে; অন্ধক সুস্থ কৰে |
||||
কৈচৰীয়া ফিলিপীৰ এলেকা |
ৰাজ্যৰ চাবিবোৰ; নিজৰ মৃত্যু আৰু আকৌ জীয়াই উঠাৰ বিষয়ে ভৱিষ্যবাণী কৰে |
|||||
হয়তো হৰ্মোণ পাহাৰ |
ৰূপ সলনি হোৱাৰ দৰ্শন; যিহোৱাৰ মাত |
|||||
কৈচৰীয়া ফিলিপীৰ এলেকা |
লʼৰাজনৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত উলিয়ায় |
|||||
গালীল |
আকৌ নিজৰ মৃত্যুৰ বিষয়ে ভৱিষ্যবাণী কৰে |
|||||
কফৰনাহূম |
মাছৰ মুখৰ পৰা পোৱা মুদ্ৰাৰ পৰা কৰ দিয়ে |
|||||
ৰাজ্যত সকলোতকৈ ডাঙৰ অধিকাৰ কোনে পাব; হেৰাই যোৱা ভেড়া আৰু ক্ষমা নকৰা দাসৰ উদাহৰণ |
||||||
গালীল-চমৰীয়া |
যিৰূচালেমলৈ যোৱাৰ সময়ত শিষ্যসকলক ৰাজ্যৰ কাৰণে সকলো ত্যাগ কৰিবলৈ কয় |
যিহূদিয়াত যীচুৰ পাছৰ সেৱা
সময় |
ঠাই |
ঘটনা |
মথি |
মাৰ্ক |
লূক |
যোহন |
---|---|---|---|---|---|---|
৩২, পঁজা-পৰ্ব |
যিৰূচালেম |
উৎসৱৰ সময়ত শিকায়; তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ পহৰা দিয়া লোকসকলক পঠোৱা হৈছিল |
||||
“মই জগতৰ পোহৰ হওঁ” বুলি কয়; জন্মৰে পৰা অন্ধ মানুহজনক সুস্থ কৰে |
||||||
হয়তো যিহূদিয়া |
৭০ জন শিষ্যক পঠায়; তেওঁলোকে আনন্দেৰে উভতি আহে |
|||||
যিহূদিয়া; বৈথনিয়া |
দয়ালু চমৰিয়াৰ উদাহৰণ; মৰিয়ম আৰু মাৰ্থাৰ ঘৰলৈ যায় |
|||||
হয়তো যিহূদিয়া |
আদৰ্শ প্ৰাৰ্থনা আকৌ শিকায়; খুজি থকা বন্ধুৰ উদাহৰণ |
|||||
ঈশ্বৰৰ আঙুলিৰে দুষ্ট স্বৰ্গদূতক উলিয়ায়; আকৌ যোনাৰ চিন দেখুৱালে |
||||||
ফৰীচীৰ লগত আহাৰ খায়; ফৰীচীবিলাকৰ কপটৰ কাৰণে নিন্দা কৰে |
||||||
উদাহৰণবোৰ: মূৰ্খ ধনী ব্যক্তি আৰু বিশ্বাসী প্ৰবন্ধক |
||||||
বিশ্ৰাম-বাৰে এগৰাকী কুঁজী তিৰোতাক সুস্থ কৰে; সৰিয়হ গুটি আৰু খমিৰৰ উদাহৰণ |
||||||
৩২, সমৰ্পণৰ উৎসৱ |
যিৰূচালেম |
ভাল ৰখীয়া আৰু ভেড়াৰ গঁৰালৰ উদাহৰণ; যিহূদীসকলে তেওঁক শিল দলিয়াই হত্যা কৰিবলৈ চেষ্টা কৰে; যৰ্দ্দনৰ সিপাৰে থকা বৈথনিয়াৰ কাৰণে যাত্ৰা কৰে |