ক৭-ঘ
ক৭-ঘ যীচুৰ জীৱনৰ বিশেষ ঘটনাবোৰ—গালীলত বৃহৎভাৱে যীচুৰ সেৱা (ভাগ ২)
সময় |
ঠাই |
ঘটনা |
মথি |
মাৰ্ক |
লূক |
যোহন |
---|---|---|---|---|---|---|
৩১ বা ৩২ |
কফৰনাহূমৰ আশে-পাশে |
যীচুৱে ৰাজ্যৰ বিষয়ে উদাহৰণবোৰ দিয়ে |
||||
গালীল সাগৰ |
নাৱৰ পৰা তেওঁ ধুমুহা শান্ত কৰে |
|||||
গাদাৰাৰ এলেকা |
দুষ্ট স্বৰ্গদূতবিলাকক গাহৰি জাকলৈ পঠাই দিয়ে |
|||||
হয়তো কফৰনাহূম |
তিৰোতাগৰাকীৰ তেজ বোৱা বেমাৰ সুস্থ কৰে; যায়ীৰৰ ছোৱালীজনীক জীয়াই তোলে |
|||||
কফৰনাহূম (?) |
অন্ধ লোকক আৰু এজন বোবা মানুহক সুস্থ কৰে |
|||||
নাচৰৎ |
নিজৰ চহৰতেই আকৌ অস্বীকাৰ কৰা হয় |
|||||
গালীল |
গালীলৰ তৃতীয় যাত্ৰা; বৃহৎভাৱে প্ৰচাৰ কৰিবলৈ পাঁচনিসকলক পঠিয়ায় |
|||||
তিবিৰিয়া |
হেৰোদে যোহনৰ মূৰ কটোৱায়; যীচুৰ কাৰণে হেৰোদে চিন্তিত হৈ পৰিল |
|||||
৩২, নিস্তাৰ-পৰ্বৰ আশে-পাশে (যোহ ৬:৪) |
কফৰনাহূম (?); গালীল সাগৰৰ উত্তৰ-পূবত |
পাঁচনিসকল প্ৰচাৰৰ পৰা উভতে; যীচুৱে ৫,০০০ জন মানুহক আহাৰ খোৱায় |
||||
গালীল সাগৰৰ উত্তৰ-পূবত; গিনেচৰৎ |
যীচুক ৰজা পাতিবলৈ চেষ্টা কৰে; তেওঁ পানীত খোজকাঢ়িলে; বেমাৰী লোকক সুস্থ কৰিলে |
|||||
কফৰনাহূম |
“জীৱন দিওঁতা আহাৰ”; বহুতো শিষ্যই উজুটি খালে, তেওঁক এৰি গুচি গʼল |
|||||
৩২, নিস্তাৰ-পৰ্বৰ পাছত |
হয়তো কফৰনাহূম |
মানুহৰ পৰম্পৰাবোৰ পোহৰলৈ আনে |
||||
ফৈনীকিয়া; দিকাপলি |
ফৈনীকিয়াৰ তিৰোতাগৰাকীৰ ছোৱালীজনীক সুস্থ কৰে; ৪,০০০ পুৰুষক আহাৰ খোৱায় |
|||||
মগদন |
যোনাৰ চিনৰ বাহিৰে আন কোনো চিন নিদিয়ে |