ক৭-গ
যীচুৰ জীৱনৰ বিশেষ ঘটনাবোৰ—গালীলত বৃহৎভাৱে যীচুৰ সেৱা (ভাগ ১)
সময় |
ঠাই |
ঘটনা |
মথি |
মাৰ্ক |
লূক |
যোহন |
---|---|---|---|---|---|---|
৩০ |
গালীল |
যীচুৱে প্ৰথমবাৰ এয়া ঘোষণা কৰে, “স্বৰ্গৰাজ্য নিচেই কাষত” |
||||
কান্না; নাচৰৎ; কফৰনাহূম |
অধিকাৰীৰ লʼৰাজনক সুস্থ কৰে; যিচয়াৰ নুৰাৰ পৰা পঢ়ি শুনায়; কফৰনাহূমলৈ যায় |
|||||
কফৰনাহূমৰ ওচৰত গালীল সাগৰ |
চাৰিজন শিষ্যক মাতে: চিমোন, আন্দ্ৰিয়, যাকোব আৰু যোহন |
|||||
কফৰনাহূম |
চিমোনৰ শাহুৱেক আৰু বহুতো লোকক সুস্থ কৰিলে |
|||||
গালীল |
গালীলৰ প্ৰথম যাত্ৰা, চাৰিওজন শিষ্য লগত আছে |
|||||
কুষ্ঠ ৰোগীক সুস্থ কৰে; ভিৰৰ লোকসকল পিছে পিছে আহে |
||||||
কফৰনাহূম |
জঠৰ ৰোগীজনক সুস্থ কৰে |
|||||
মথিক মাতে; কৰতোলা লোকসকলৰ লগত খোৱা-বোৱা কৰে |
||||||
যিহূদিয়া |
সভাঘৰবোৰত প্ৰচাৰ কৰে |
|||||
৩১, নিস্তাৰ-পৰ্ব |
যিৰূচালেম |
বৈথেচদাত বেমাৰত ভুগি থকা মানুহজনক সুস্থ কৰে; যিহূদীসকলে তেওঁক হত্যা কৰাৰ সুযোগ বিচাৰে |
||||
যিৰূচালেমৰ পৰা উভতে (?) |
শিষ্যসকলে বিশ্ৰাম-বাৰত শস্যৰ থোক চিঙে; যীচু “বিশ্ৰাম-বাৰৰ প্ৰভু হয়” |
|||||
গালীল; গালীল সাগৰ |
এজন মানুহৰ হাত সুস্থ কৰে; লোকসকলৰ ভিৰ তেওঁৰ পিছে পিছে আহে; বহুতো লোকক সুস্থ কৰে |
|||||
কফৰনাহূমৰ ওচৰৰ পাহাৰত |
১২ জন পাঁচনিক বাছনি কৰে |
|||||
কফৰনাহূমৰ ওচৰত |
পাহাৰীয়া উপদেশ দিয়ে |
|||||
কফৰনাহূম |
সেনাপতিজনৰ এজন ৰোগী সেৱকক সুস্থ কৰে |
|||||
নায়িন |
বিধৱাৰ লʼৰাজনক আকৌ জীয়াই তোলে |
|||||
তিবিৰিয়া; গালীল (নায়িন বা তাৰ আশে-পাশে) |
যোহনে শিষ্যসকলক যীচুৰ ওচৰলৈ পঠায়; সত্য শিশুবিলাকৰ আগত প্ৰকাশ; তেওঁৰ যুঁৱলি লোৱাটো সহজ |
|||||
গালীল (নায়িন বা তাৰ আশে-পাশে) |
এগৰাকী পাপিনীয়ে তেওঁৰ ভৰিত তেল সানে; ধাৰ লোৱাবিলাকৰ উদাহৰণ |
|||||
গালীল |
প্ৰচাৰৰ দ্বিতীয় যাত্ৰা, ১২ জন পাঁচনি লগত আছে |
|||||
স্বৰ্গদূতক উলিয়ালে; পাপ, যাৰ ক্ষমা নাই |
||||||
যোনাৰ চিনৰ বাহিৰে আন কোনো চিন নিদিয়ে |
||||||
তেওঁৰ মা আৰু ভায়েকবিলাক আহে; শিষ্যসকল তেওঁৰ সম্বন্ধীয় হয় বুলি কয় |