ক৭-খ
যীচুৰ সেৱাৰ আৰম্ভণি
সময় |
ঠাই |
ঘটনা |
মথি |
মাৰ্ক |
লূক |
যোহন |
---|---|---|---|---|---|---|
২৯, শৰৎ |
হয়তো যৰ্দ্দন নদীত বা যৰ্দ্দনৰ বৈথনিয়াৰ ওচৰত |
যীচুৰ বাপ্তিষ্মা আৰু অভিষেক; যিহোৱাই ঘোষণা কৰিলে যে যীচু তেওঁৰ পুত্ৰ হয় আৰু তেওঁক গ্ৰহণ কৰিলে |
||||
যিহূদিয়াৰ অৰণ্য |
চয়তানে তেওঁক ফুচলাবলৈ চেষ্টা কৰে |
|||||
যৰ্দ্দনৰ পাৰত বৈথনিয়া |
যোহন বাপ্তিষ্মা দিওঁতাই যীচুক ঈশ্বৰৰ ভেড়া পোৱালি কয়; যীচুৰ আৰম্ভণিৰ শিষ্যই তেওঁৰ লগ হয় |
|||||
গালীলৰ কান্না; কফৰনাহূম |
বিয়াত প্ৰথম চমৎকাৰ, পানীক দ্ৰাক্ষাৰসলৈ সলনি কৰে; কফৰনাহূমলৈ যায় |
|||||
৩০, নিস্তাৰ-পৰ্ব |
যিৰূচালেম |
যীচুৱে মন্দিৰ পৰিষ্কাৰ কৰে |
||||
নীকদীমৰ লগত কথা পাতে |
||||||
যিহূদিয়া; ঐনোন |
যিহূদিয়াৰ গাঁৱলৈ যায়, তেওঁৰ শিষ্যই বাপ্তিষ্মা দিয়ে; যোহনে শেষ বাৰৰ বাবে যীচুৰ বিষয়ে সাক্ষ্য দিয়ে |
|||||
তিবিৰিয়া; যিহূদিয়া |
যোহন জেলত বন্দী; যীচু গালীললৈ ওলাই যায় |
|||||
চমৰীয়াৰ চুখৰ |
গালীললৈ যোৱাৰ সময়ত, ৰাস্তাত চমৰীয়াসকলক শিকায় |
যিহূদিয়াৰ অৰণ্য