খ১৪-ক
জোখ-মাখ আৰু পইচা
জুলীয়া পদাৰ্থৰ জোখ-মাখ
কোৰ (১০ বাথ / ৬০ হিন)
২২০ লি.
বাথ (৬ হিন)
২২ লি.
হিন (১২ লʼজ)
৩.৬৭ লি.
লʼজ (১⁄১২ হিন)
০.৩১ লি.
শুকান জোখ-মাখ
হʼমেৰ (১ কোৰ / ১০ এপা)
২২০ লি.
এপা (৩ ছেআ / ১০ অমেৰ)
২২ লি.
ছেআ (৩১⁄৩ অমেৰ)
৭.৩৩ লি.
অমেৰ (১৪⁄৫ কব)
২.২ লি.
কব
১.২২ লি.
খোইনিক্স
১.০৮ লি.
দীঘল আৰু দূৰত্বৰ জোখ-মাখ
দীঘল লাঠি (৬ দীঘল হাত)
৩.১১ মি. / ১০.২ ফুট
লাঠি (৬ হাত)
২.৬৭ মি. / ৮.৭৫ ফুট
ফাদম
১.৮ মি. / ৬ ফুট
দীঘল হাত (২৮ আঙুলিৰ বহল)
৫১.৮ ছে.মি. / ২০.৪ ইঞ্চি
হাত (২ বিটা / ২৪ আঙুলিৰ বহল)
৪৪.৫ ছে.মি. / ১৭.৫ ইঞ্চি
চুটি হাত
৩৮ ছে.মি. / ১৫ ইঞ্চি
১ ৰোমান ষ্টেডিয়াম
১⁄৮ ৰোমান মাইল=১৮৫ মি. / ৬০৬.৯৫ ফুট
১ এটা আঙুলিৰ বহল
১.৮৫ ছে.মি. / ০.৭৩ ইঞ্চি
২ চাৰিটা আঙুলিৰ বহল
৭.৪ ছে.মি. / ২.৯ ইঞ্চি
৩ বিটা (১২ আঙুলিৰ বহল)
২২.২ ছে.মি. / ৮.৭৫ ইঞ্চি