প্ৰশ্ন ১৫
আপুনি জীৱনত কেনেকৈ প্ৰকৃত আনন্দ লাভ কৰিব পাৰে?
“যিখন ঘৰত হিংসা থাকে, তাত ভাল ভাল মাংস খোৱাতকৈ যিখন ঘৰত প্ৰেম আছে, তাত শাক-পাচলি খোৱাটোৱেই ভাল।”
হিতোপদেশ ১৫:১৭
“তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা তুমি যাবলগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই।”
যিচয়া ৪৮:১৭
“যিসকলে জানে যে তেওঁলোকক ঈশ্বৰৰ নিৰ্দেশনাৰ প্ৰয়োজন আছে তেওঁলোক সুখী, কাৰণ তেওঁলোকে স্বৰ্গৰাজ্যৰ যোগ্য।”
“তুমি নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।”
“আনে তোমাৰ লগত যিদৰে ব্যৱহাৰ কৰাটো তুমি বিচাৰা, ঠিক সেইদৰে তুমিও আনৰ লগত ব্যৱহাৰ কৰা।”
“তেওঁলোকহে সুখী, যিসকলে ঈশ্বৰৰ বাক্য শুনে আৰু সেইবোৰ পালন কৰে!”
“এজন ব্যক্তিৰ বহুত ধন-সম্পত্তি থাকিলেও সেইবোৰে তেওঁক জীৱন দিব নোৱাৰে।”
“সেইবাবে, যদি আমাৰ ওচৰত খাবলৈ আৰু পিন্ধিবলৈ আছে, তেনেহʼলে আমি তাতেই সন্তুষ্ট হোৱা উচিত।”
“লোৱাতকৈ দিয়াত বেছি আনন্দ পোৱা যায়।”