ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt পৃষ্ঠা ২৮-পৃষ্ঠা ২৯
  • প্ৰশ্ন ১৬: জীৱনৰ দুশ্চিন্তাবোৰ আপুনি কেনেকৈ সন্মুখীন হʼব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন ১৬: জীৱনৰ দুশ্চিন্তাবোৰ আপুনি কেনেকৈ সন্মুখীন হʼব?
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
প্ৰশ্ন ১৬: জীৱনৰ দুশ্চিন্তাবোৰ আপুনি কেনেকৈ সন্মুখীন হʼব?

প্ৰশ্ন ১৬

জীৱনৰ দুশ্চিন্তাবোৰ আপুনি কেনেকৈ সন্মুখীন হʼব?

“নিজৰ সকলো বোজা যিহোৱাৰ ওপৰত দি দিয়া, তেওঁ তোমাক চম্ভালিব। তেওঁ ভাল মানুহক কেতিয়াও লৰচৰ হʼবলৈ নিদিব।”

গীতমালা ৫৫:২২

“পৰিশ্ৰমী লোকৰ পৰিকল্পনাবোৰ নিশ্চয় সফল হʼব, কিন্তু খৰ-খেদা কৰোঁতাবিলাকলৈ দৰিদ্ৰতা আহি পৰিব।”

হিতোপদেশ ২১:৫

“তুমি ভয় নকৰিবা, কিয়নো মই তোমাৰ লগতে আছোঁ; ব্যাকুল নহʼবা, কিয়নো মই তোমাৰ ঈশ্বৰ হওঁ; মই তোমাক শক্তি দিম, তোমাক সহায়ো কৰিম, এনে কি মোৰ সোঁ হাতেৰে তোমাক চম্ভালি ৰাখিম, যিয়ে সদায় ভাল কাম কৰে।”

যিচয়া ৪১:১০

“তোমালোকৰ মাজৰ কোনে চিন্তা কৰি অলপ হʼলেও নিজৰ বয়স বঢ়াব পাৰে?”

মথি ৬:২৭

“সেইবাবে, কাইলৈৰ কাৰণে কেতিয়াও চিন্তা নকৰিবা। কিয়নো কাইলৈ বেলেগ চিন্তা থাকিব। আজিৰ কাৰণে আজিৰ চিন্তাই যথেষ্ট।”

মথি ৬:৩৪

‘বেছি গুৰুত্বপূৰ্ণ বিষয়বোৰ চিনাক্ত কৰা।’

ফিলিপীয়া ১:১০

আহাৰ খোৱাৰ আগতে মাকে ছোৱালীজনীৰ সৈতে প্ৰাৰ্থনা কৰিছে

“কোনো বিষয়ক লৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়ত প্ৰাৰ্থনা আৰু মিনতি আৰু ধন্যবাদেৰে সৈতে ঈশ্বৰলৈ নিবেদন কৰা। তেতিয়া ঈশ্বৰে সেই শান্তি দিব, যি মানুহে বুজিব নোৱাৰে। এই শান্তিয়ে খ্ৰীষ্ট যীচুৰ যোগেদি তোমালোকৰ হৃদয় আৰু মগজুক ৰক্ষা কৰিব।”

ফিলিপীয়া ৪:৬, ৭

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক