ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • le পৃষ্ঠা ৩
  • পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!
  • পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
le পৃষ্ঠা ৩

পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!

এই পুথিয়ে আপোনাক এই পৃথিবী আৰু ইয়াত থকা সকলো বস্তু কোনে সৃষ্টি কৰিলে তাকে জনাত সহায় কৰিব। আপুনি এইটোও জানিব যে সমগ্ৰ পৃথিবীক সৃষ্টি কৰা ঈশ্বৰৰ এটা নাম আছে। ইয়াত আমি এইটোও ব্যাখ্যা কৰিম কিয় ঈশ্বৰে মানুহ সৃষ্টি কৰিছিল আৰু কেনেকৈ আপুনি অনন্তকাল এই পৃথিবীত আনন্দ লাভ কৰিব পাৰে।

আমি আশা কৰো যে ছবিসমূহে আপোনাক সকলো বস্তু ভাল ধৰনে সজীৱ কৰি তোলাত সহায় কৰিব। আটাইত কৈ বেছি লাভৱান হবৰ বাবে, ছবি সমূহৰ কাষত দেখুৱা বাইবেলৰ পদসমূহ পঢ়িব লাগিব। সেই ধৰনে, আপুনি নিজে বাইবেলত ঈশ্বৰৰ ভাল প্ৰতিজ্ঞাসমূহ পঢ়িব পাব আৰু ঈশ্বৰে কি কৈছে তেনেধৰনে কৰিলে প্ৰতিজ্ঞাসমূহৰ পৰিপূৰ্ণতাৰ অংশীদাৰ হব পাৰিব।

আমি আশা কৰিব পাৰো যে এই পুথিৰ যোগেদি আপুনি অন্যক সহায় কৰিব পাৰিব। যদি আপোনাৰ লৰা-ছোৱালী আছে আপুনি ইয়াৰ দ্বাৰা তেওঁলোকক ঈশ্বৰৰ বিষয়ে শিক্ষা দিয়াত সহায়ক হব। যদি আপুনি এনে এখন দেশত আছে যʼত প্ৰাপ্তবয়স্ক সকলে পঢ়িব নেজানে তেতিয়া ঈশ্বৰৰ উদ্দেশ্য জনাবলৈ এই পুথিৰ ছবি দেখুৱাই অন্ততঃ নিজৰ ওচৰ চুবুৰীয়াক সহায় কৰিব পাৰে।

আমি সৰলভাবে আশাকৰো যে এই পুথিৰ সম্বাদৰ অধ্যয়নে আপোনাক আশীৰ্ব্বাদ পোৱাৰ পথ মুকলি কৰি দিব, আনকি অন্যলোককো কেনেকৈ এই পৃথিবীত অনন্ত কাল জীয়াই থাকিব সেই পথও দেখুৱাব পাৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক