ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • le পৃষ্ঠা ৪-৫
  • আপোনাক কোনে সৃষ্টি কৰিলে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাক কোনে সৃষ্টি কৰিলে?
  • পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
  • মিল থকা বিষয়
  • ভাগ ৩
    ঈশ্বৰৰ বাক্য শুনক
  • মানুহ কিয় মৰে?
    পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
  • প্ৰমোদবনত জীৱন কেনে আছিল?
    ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • ভাগ ৪
    ঈশ্বৰৰ বাক্য শুনক
আৰু চাওক
পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
le পৃষ্ঠা ৪-৫

আপোনাক কোনে সৃষ্টি কৰিলে?

১ ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।—আদিপুস্তক ১:১

২ ঈশ্বৰৰ এটা নাম আছে। তেওঁৰ নাম যিহোৱা।—গীতমালা ৮৩:⁠১৮

যিহোৱাই স্বৰ্গত বাস কৰে। তেওঁ আত্মা। আপুনি তেওঁক চাব নোৱাৰে।—যিচয়া ৬৬:১; যোহন ১:​১৮, ৪:⁠২৪

৩ যিহোৱা ঈশ্বৰে বহুতো স্বৰ্গদূতক স্বৰ্গত সৃষ্টি কৰিলে। তেওঁলোকও আত্মা। তেওঁলোক শুদ্ধ। অতীজত স্বৰ্গীয়দূতে মানুহৰ আকাৰ লৈছিল বাবে মানুহে তেওঁলোকক দেখা পাইছিল।—ইব্ৰী ১:৭

৩ যিহোৱাই মানুহ সৃষ্টি কৰাৰ আগতেই জীৱ-জন্তু সৃষ্টি কৰিছিল।—আদিপুস্তক ১:⁠২৫

৫ যিহোৱাই আদম নামৰ এজন পুৰুষ আৰু তেওঁৰ স্ত্ৰী হাৱাক সৃষ্টি কৰিছিল।—আদিপুস্তক ১:⁠২৭

ঈশ্বৰে তেওঁলোকক এখন সুন্দৰ বাগিছা বা প্ৰমোদ বনত ৰাখিছিল। তেওঁ আদমৰ কাৰণে কেৱল এগৰাকী ভাৰ্য্যা সৃষ্টি কৰিছিল। আদমে কেৱল তেওঁৰ একমাত্ৰ ভাৰ্য্যাৰ সৈতে বাস কৰিছিল।—আদিপুস্তক ২:​৮, ২১, ২২, ২৪

৬ মানুহ প্ৰাণী হয়।—আদিপুস্তক ২:৭

৭ জীৱজন্তু প্ৰাণী হয়।—আদিপুস্তক ১:⁠২৪

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক