ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • le পৃষ্ঠা ৬-৭
  • মানুহ কিয় মৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মানুহ কিয় মৰে?
  • পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
  • মিল থকা বিষয়
  • প্ৰমোদবনত জীৱন কেনে আছিল?
    ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • ভাগ ৩
    ঈশ্বৰৰ বাক্য শুনক
  • চয়তানৰ কথা শুনাৰ পৰিণাম কি হʼল?
    ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • এক কষ্টকৰ জীৱনৰ আৰম্ভণি
    বাইবেলৰ কাহিনী
আৰু চাওক
পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
le পৃষ্ঠা ৬-৭

মানুহ কিয় মৰে?

৮ যিহোৱাই বিচাৰিছিল মানুহে সমগ্ৰ পৃথিবী সুন্দৰ কৰি—প্ৰমোদ বনত সকলোৱে আনন্দ কৰক।—আদিপুস্তক ১:⁠২৮

আদম আৰু হাৱাই যিহোৱাৰ আজ্ঞা পালন কৰা হলে মানৱ জাতিয়ে অনন্ত কাল জীয়াই থাকিব পাৰিলেহেতেন। তেওঁলোকক কোৱা হৈছিল ভাল আৰু বেয়াৰ জ্ঞান দিয়া বৃক্ষৰ ফল নাখাবলৈ।—আদিপুস্তক ২:​১৫-১৭

৯ এজন স্বৰ্গীয়দূত দুষ্ট হৈ, সাপৰ আকৃতি ধৰি হাৱা আৰু আদমক ঈশ্বৰৰ আদেশ উলংঘন কৰালে।—আদিপুস্তক ৩:​১-৬

১০ যি স্বৰ্গীয়দূত হাৱাক ভ্ৰান্তি জন্মালে ‘দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপ।’—প্ৰকাশিত বাক্য ১২:৯

১১ যিহোৱাই অবাধ্যকাৰী হালকেই প্ৰমোদ বনৰ পৰা উলিয়াই পঠালে।—আদিপুস্তক ৩:​২৩, ২৪

১২ আদম আৰু হাৱাৰ লৰা ছোৱালী হʼল কিন্তু গোটেই পৰিয়ালটো সুখী নহল।—আদিপুস্তক ৩:​১৭, ১৮

১৩ আগতে যিহোৱাই কোৱাৰদৰে তেওঁলোক বুঢ়া হʼল আৰু মৰিল।—আদিপুস্তক ৩:১৯; ৰোমীয়া ৫:⁠১২

১৪ এতেকে তেওঁলোকে পশুৰদৰে মৰিল।

পৃথিবীৰ সকলো প্ৰাণী (Soul) মৰে।—উপদেশক ৩:​১৮-২০; যিহিষ্কেল ১৮:৪

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক