ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • kp পৃষ্ঠা ৩২
  • বাইবেলখনৰ বিষয়ে বুজিবলৈ সহায় কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেলখনৰ বিষয়ে বুজিবলৈ সহায় কৰা
  • পৰ দি থাকক!
  • মিল থকা বিষয়
  • বাইবেলখনৰ বিষয়ে আপুনি—অধিক জানিবলৈ বিচাৰেনে?
    বাইবেলখনৰ বিষয়ে আপুনি—অধিক জানিবলৈ বিচাৰেনে?
  • চিঠিৰ আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
পৰ দি থাকক!
kp পৃষ্ঠা ৩২

বাইবেলখনৰ বিষয়ে বুজিবলৈ সহায় কৰা

বাইবেলত আপোনাৰ বাবে বহুমূলীয়া সংবাদ দিয়া আছে।

• ইয়াত বৰ্ণনা কৰা হৈছে যে সৃষ্টিকৰ্ত্তাই তেওঁৰ উদ্দেশ্যৰ বিষয়ে কি কৈছে।

• বৰ্তমান জীৱনত সম্মুখীন হোৱা সমস্যাবোৰত কেনেকৈ সফলতা পাব পাৰি এই বিষয়ে ইয়াত উত্তম পৰামৰ্শ দিয়া হৈছে।

• ঈশ্বৰৰ ন্যায়-বিচাৰৰ দিনা তেওঁৰ অনুমোদন স্থানত থিয় হʼবলৈ আমি কি কৰা আৱশ্যক এই বিষয়ে ইয়াত আমাক কৈছে।

নিতৌ ৫০,০০,০০০ তকৈ অধিক বাইবেল অধ্যয়ন বিশ্বজুৰি পৰিচালনা কৰা হৈছে।

আপোনাৰ ব্যক্তিগত সুবিধাৰ অনুসৰি এই ব্যৱস্থা কৰা হয়। ইয়াৰ বাবে কোনো মূল্য লোৱা নহয়।

অনুগ্ৰহ কৰি তলত দিয়া যিহোৱাৰ সাক্ষীসকলৰ নিকটম কাৰ্য্যালয়ৰ সঠিক ঠিকনাত আপোনাৰ অনুৰোধ পঠিয়াওক বা আপোনাৰ এলেকাত থকা যিহোৱাৰ সাক্ষীসকলৰ কোনো এজনৰ সৈতে যোগাযোগ কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক