ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ll ভাগ ৬ পৃষ্ঠা ১৪-১৫
  • জল-প্লাৱনৰপৰা আমি কি শিক্ষা পাওঁ?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জল-প্লাৱনৰপৰা আমি কি শিক্ষা পাওঁ?
  • ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • মিল থকা বিষয়
  • ভাগ ৬
    ঈশ্বৰৰ বাক্য শুনক
  • জল-প্লাৱন—কোনে ঈশ্বৰৰ বাক্য শুনিলে? কোনে নুশুনিলে?
    ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • নোহৰ জাহাজ
    বাইবেলৰ পৰা শিকোঁ আহা
  • নোহ—ঈশ্বৰৰ অনুসাৰে চলিছিল নামৰ ভিডিঅখনৰ পৰা সকলোৱে শিকিব পাৰে
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
ll ভাগ ৬ পৃষ্ঠা ১৪-১৫

ভাগ ৬

জল-প্লাৱনৰপৰা আমি কি শিক্ষা পাওঁ?

ঈশ্বৰে দুষ্ট লোকসকলক ধ্বংস কৰিলে, কিন্তু নোহ আৰু তেওঁৰ পৰিয়ালৰ লোকসকলক ৰক্ষা কৰিলে। আদিপুস্তক ৭:১১, ১২, ২৩

জাহাজখন পানীত ভাহি উঠিছ, দুষ্ট লোকসকল পানীত ডুবিবলৈ ধৰিছ আৰু দুষ্ট স্বৰ্গদূতবিলাকে নিজৰ মানৱ শৰীৰ ত্যাগ কৰিছ

চল্লিছ দিন আৰু চল্লিছ ৰাতি ধাৰাসাৰে বৰষুণ পৰিবলৈ ধৰিলে। গোটেই পৃথিৱীখন পানীৰে ভৰি পৰিল আৰু সকলো দুষ্ট লোকৰ মৃত্যু হʼল।

বিদ্ৰোহী স্বৰ্গদূতবিলাকে মানৱ শৰীৰ ত্যাগ কৰি ভূত হৈ পৰিল।

নোহ, তেওঁৰ পৰিয়াল আৰু জীৱ-জন্তুবোৰ জাহাজৰপৰা ওলাই আহিছ আৰু আকাশত এখন মেঘধেনু দেখা গৈছ

জাহাজৰ ভিতৰত থকা লোকসকল ৰক্ষা পৰিল। পাছলৈ নোহ আৰু তেওঁৰ পৰিয়ালৰ লোকসকলৰ মৃত্যু হʼল, কিন্তু ঈশ্বৰে তেওঁলোকক অনন্ত জীৱন জীয়াই থাকিবলৈ পুনৰ জীৱিত কৰিব।

ঈশ্বৰে দুষ্ট লোকসকলক আকৌ ধ্বংস কৰিব, কিন্তু ভাল লোকসকলক ৰক্ষা কৰিব। মথি ২৪:৩৭-৩৯

চয়তান আৰু তাৰ দূতবিলাকে লোকসকলক বিভিন্ন উপায়েৰে ভুল পথত পৰিচালিত কৰে

চয়তান আৰু ভূতবোৰে আজিও লোকসকলক ভুল পথলৈ পৰিচালিত কৰে।

নোহৰ দিনৰ দৰে বৰ্তমানেও বহুতোলোকে যিহোৱা ঈশ্বৰৰ নিৰ্দ্দেশনা গ্ৰহণ নকৰে। অতি সোনকালে ঈশ্বৰে সকলো দুষ্ট লোকক ধ্বংস কৰিব।—২ পিতৰ ২:৫, ৬.

যিহোৱাৰ সাক্ষীসকলে বাইবেল ব্যৱহাৰ কৰি এজন ব্যক্তিক শুভবাৰ্ত্তা পচাৰ কৰিছ; এজন ব্যক্তিয়ে বাইবেলখন পঢ়িছ

আমাৰ সময়তো নোহৰ দৰে কিছুমান লোক আছে। তেওঁলোকে ঈশ্বৰৰ বাক্য শুনে আৰু তেওঁৰ নিৰ্দ্দেশনাবোৰ পালন কৰে। তেওঁলোক হৈছে যিহোৱাৰ সাক্ষীসকল।

  • অনন্ত জীৱনৰ পথ নিৰ্ব্বাচন কৰক।—মথি ৭:১৩, ১৪.

  • দুষ্ট লোকসকলক ধ্বংস কৰা হʼব। নম্ৰ লোকসকলে শান্তিত বাস কৰিব।—গীতমালা ৩৭:১০, ১১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক