ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ll ভাগ ৭ পৃষ্ঠা ১৬-১৭
  • যীচু কোন আছিল?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচু কোন আছিল?
  • ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • মিল থকা বিষয়
  • ভাগ ৭
    ঈশ্বৰৰ বাক্য শুনক
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে আমাক কি শিকায়?
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • যীচু খ্ৰীষ্ট কোন হয়?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
আৰু চাওক
ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
ll ভাগ ৭ পৃষ্ঠা ১৬-১৭

ভাগ ৭

যীচু কোন আছিল?

যিহোৱা ঈশ্বৰে যীচুক পৃথিৱীলৈ পঠিয়াইছিল। ১ যোহন ৪:৯

ঈশ্বৰৰ সোঁহাতে স্বৰ্গত যীচু খীষ্ট

যদি আমি যিহোৱা ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰোঁ, তেনেহʼলে আমি আন এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ কথা শুনা উচিত। আদমক সৃষ্টি কৰাৰ বহুবছৰৰ আগতে, যিহোৱা ঈশ্বৰে এজন শক্তিশালী আত্মিক প্ৰাণী সৃষ্টি কৰিছিল।

গৰ্ভৱতী হোৱাৰ সময়ত আৰু যীচুৰ জন্মৰ পাছত মৰিয়ম

যিহোৱা ঈশ্বৰে এই আত্মিক প্ৰাণীক মৰিয়ম নামৰ এগৰাকী কুমাৰীৰ গৰ্ভত স্থানান্তৰ কৰিলে। মৰিয়মে বৈৎলেহমত এটা সন্তানৰ জন্ম দিয়ে আৰু তাৰ নাম যীচু ৰখা হʼল।—যোহন ৬:৩৮.

যীচুৱে আন লোকসকলক যিহোৱা ঈশ্বৰৰ বিষয়ে শিক্ষা দিছ

পৃথিৱীত থকাৰ সময়ছোৱাত যীচুয়ে ঈশ্বৰৰ গুণবোৰ ভালদৰে প্ৰতিফলিত কৰিছিল। তেওঁ বৰ দয়ালু আৰু মৰমিয়াল আছিল। লোকসকলে তেওঁৰ ওচৰলৈ আহিবলৈ কোনো সংকোচ কৰা নাছিল। তেওঁ সাহসেৰে লোকসকলক যিহোৱাৰ বিষয়ে শিক্ষা দিছিল।

যীচুয়ে ভাল কাম কৰাৰ সত্ত্বেও লোকসকলে তেওঁক ঘৃণা কৰিছিল। ১ পিতৰ ২:২১-২৪

যীচুৱে এজনী ছাৱালীক পুনৰ জীৱিত কৰিছিল আৰু এজন বেমাৰীক সুথ কৰিছিল

ইয়াৰ উপৰিও যীচুয়ে বেমাৰী লোকসকলক সুস্থ কৰিছিল আৰু কিছুমান মৃত লোকক পুনৰ জীৱিত কৰিছিল।

ধৰ্ম্মীয় নেতাসকলে যীচুক ঘৃণা কৰিছিল, কিয়নো যীচুয়ে তেওঁলোকৰ মিছা শিক্ষা আৰু বেয়া কামবোৰক লোকসকলৰ আগত উদঙাই দিছিল।

যীচুক কোবোৱা হৈছিল আৰু অৱশেষত বধ কৰা হৈছিল

যীচুক তাড়না দিবলৈ আৰু হত্যা কৰিবলৈ ধৰ্ম্মীয় নেতাসকলে ৰোমান শাসকসকলক উচটাইছিল।

  • যীচুৰ বিষয়ে কিয় জ্ঞান লোৱা উচিত?—যোহন ১৭:৩.

  • পৃথিৱীলৈ অহাৰ আগতে যীচুয়ে স্বৰ্গত কি কাৰ্য্য কৰিছিল?—কলচীয়া ১:১৫-১৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক