ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ll ভাগ ১৩ পৃষ্ঠা ২৮-২৯
  • ঈশ্বৰক সন্তুষ্ট কৰিবলৈ আমি কি কৰা উচিত?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰক সন্তুষ্ট কৰিবলৈ আমি কি কৰা উচিত?
  • ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • মিল থকা বিষয়
  • দুষ্ট লোকক ঈশ্বৰে পুনৰ ধ্বংস কৰিব নে?
    পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
  • আপোনাক কি কৰা উচিত?
    পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
  • যিবোৰ অভ্যাস ঈশ্বৰে ঘৃণা কৰে
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • ভাগ ১৩
    ঈশ্বৰৰ বাক্য শুনক
আৰু চাওক
ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
ll ভাগ ১৩ পৃষ্ঠা ২৮-২৯

ভাগ ১৩

ঈশ্বৰক সন্তুষ্ট কৰিবলৈ আমি কি কৰা উচিত?

বেয়া কামবোৰক ত্যাগ কৰক। ১ কৰিন্থীয়া ৬:৯, ১০

ঈশ্বৰে ঘিণ কৰা বতুবোৰ—চুৰ কৰা, অধিক মাত্ৰাত মদ খোৱা, নিচাযুক্ত পদাৰ্থ সেৱন কৰা, কাজিয়া কৰা, পতিমাক পাৰ্থনা কৰা আৰু মূৰ্তিক উপাসনা কৰা

যদি আমাৰ যিহোৱাৰ প্ৰতি শ্ৰদ্ধা আৰু প্ৰেম থাকে, তেনেহʼলে আমি তেওঁ বেয়া পোৱা কাৰ্য্যবোৰ নকৰিম।

চুৰ কৰা, অধিক মাত্ৰাত মদ খোৱা বা নিচাযুক্ত পদাৰ্থ সেৱন কৰা আদি কাৰ্য্যবোৰ যিহোৱা ঈশ্বৰে ভাল নাপায়।

হত্যা, গৰ্ভপাত আৰু সমকামিতা আদি বিষয়বোৰ ঈশ্বৰে ঘৃণা কৰে। আমি লুভীয়া হোৱা উচিত নহয়। আনৰ লগত কাজিয়া কৰাটোও ঈশ্বৰে ভাল নাপায়।

আমি প্ৰতিমা উপাসনা বা মায়াকৰ্ম্মত জড়িত হোৱাটো উচিত নহয়।

বেয়া কাম কৰা লোকসকলে প্ৰমোদবনত স্থান নাপাব।

  • যাদুবিদ্যাৰ প্ৰতি ঈশ্বৰৰ দৃষ্টিভংগী কি?—দ্বিতীয় বিবৰণ ১৮:১০-১২.

  • আমি কিয় প্ৰতিমা উপাসনা কৰা উচিত নহয়?—যিচয়া ৪৪:১৫-২০.

ভাল কামবোৰ কৰক। মথি ৭:১২

ঈশ্বৰক সন্তুষ্ট কৰা বিষয়বোৰ—আনৰ পতি পম দেখুৱা, সত্যবাদী হোৱা আৰু আনক ক্ষমা কৰা

যদি আমি ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰোঁ, তেনেহʼলে আমি তেওঁক অনুকৰণ কৰা উচিত।

দয়ালু আৰু উদাৰ হোৱাৰ যোগেদি আনক প্ৰেম দেখুৱাওক।

সত্যবাদী হওক।

দয়া দেখুৱাওক আৰু আনক ক্ষমা কৰক।

দুজন যিহোৱাৰ সাক্ষীয়ে এজন ব্যক্তিক শুভবাৰ্ত্তা ঘোষণা কৰিছ

যিহোৱা আৰু তেওঁৰ নিয়মবোৰৰ বিষয়ে আনক জনাওক।—যিচয়া ৪৩:১০.

  • যিহোৱাক অনুকৰণ কৰক।—১ পিতৰ ১:১৪-১৬.

  • আনক প্ৰেম দেখুৱাওক।—১ যোহন ৪:৭, ৮, ১১.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক