গীত নং ২২
তোমাৰ ৰাজ্য আহক
১. যি-হো-ৱা ৰ-জা যে তু-মি;
অ-ন-ন্ত কাল ধ-ৰি।
দি-লা নিজ পু-ত্ৰক সিং-হা-সন,
ক-ৰি-ব তেওঁ শা-সন।
যী-চু-ৱে লʼ-লে শা-সন-ভাৰ,
ক-ৰি-ব স-ক-লোৰ উ-দ্ধাৰ।
(কোৰাচ)
তো-মাৰ এই ৰা-জ্য-য়ে,
স-ক-লো-কে দি-ব শা-ন্তি।
মি-ন-তি ক-ৰোঁ এই;
আ-হক, তো-মাৰ ৰা-জ্য আ-হক।
২. চয়-তা-নৰ স-ময় অ-তি কম;
খ-ঙে-ৰে সি গ-ৰ্জে।
স-ম-স্যাত আ-ছোঁ য-দি-ও,
দে-খোঁ ম-নৰ চ-কুত।
যী-চু-ৱে লʼ-লে শা-সন-ভাৰ,
ক-ৰি-ব স-ক-লোৰ উ-দ্ধাৰ।
(কোৰাচ)
তো-মাৰ এই ৰা-জ্য-য়ে,
স-ক-লো-কে দি-ব শা-ন্তি।
মি-ন-তি ক-ৰোঁ এই;
আ-হক, তো-মাৰ ৰা-জ্য আ-হক।
৩. দূত-স-ক-লে পাই যে শা-ন্তি,
গাই তেওঁ-লোক বি-জয় গীত।
চয়-তা-নৰ দু-ষ্ট-তাৰ প-ৰা,
স্ব-ৰ্গ পা-লে মু-ক্তি।
যী-চু-ৱে লʼ-লে শা-সন-ভাৰ,
ক-ৰি-ব স-ক-লোৰ উ-দ্ধাৰ।
(কোৰাচ)
তো-মাৰ এই ৰা-জ্য-য়ে,
স-ক-লো-কে দি-ব শা-ন্তি।
মি-ন-তি ক-ৰোঁ এই;
আ-হক, তো-মাৰ ৰা-জ্য আ-হক।
(দানি. ২:৩৪, ৩৫; ২ কৰি. ৪:১৮ পদবোৰো চাওক।)