গীত নং ৭৪
আহা! গাওঁ ৰাজ্যৰ গীত
(গীতমালা ৯৮:১)
১. আ-হা আ-মি মি-লি এক ন-তুন গীত গাওঁ;
যি-হো-ৱাৰ নাম এই গী-তে-ৰে জ-নাওঁ।
পাওঁ এই গী-তত জী-ৱ-নৰ আ-মি আ-শা,
আ-হা শি-কোঁ এ-কে-ল-গে এই গীত।
(কোৰাচ)
আ-হা মি-লি ক-ৰোঁ জয়-গান,
যী-চু ৰ-জা হ’ল এই ধ-ৰাৰ।
এই গীত গাই ক-ৰোঁ যি-হো-ৱাৰ প্ৰ-শং-সা,
আ-হা ক-ৰোঁ আ-মি তেওঁৰ বি-জয়-গান।
২. যি-হো-ৱাৰ পু-ত্ৰ পা-লে ৰাজ সিং-হা-সন,
গো-টেই বি-শ্ব আ-জি তেওঁৰ নে-তৃ-ত্বত।
বি-শেষ জা-তি, অ-ভি-ষি-ক্ত ভাই-স-কল,
ক-ৰে এই ৰা-জ্যৰ ল-গত স-ম-ৰ্থন।
(কোৰাচ)
আ-হা মি-লি ক-ৰোঁ জয়-গান,
যী-চু ৰ-জা হ’ল এই ধ-ৰাৰ।
এই গীত গাই ক-ৰোঁ যি-হো-ৱাৰ প্ৰ-শং-সা,
আ-হা ক-ৰোঁ আ-মি তেওঁৰ বি-জয়-গান।
৩. আ-হা স-ক-লো-ৱে মি-লি এই গীত গাওঁ,
ই-য়াৰ বা-ৰ্তা ন-ম্ৰ-লো-কক জ-নাওঁ।
পৃ-থি-ৱীত থ-কা ধা-ৰ্মিক লোক-স-ক-লে,
জা-নে যেন গী-তৰ যো-গে-দি যাঃৰ নাম।
(কোৰাচ)
আ-হা মি-লি ক-ৰোঁ জয়-গান,
যী-চু ৰ-জা হ’ল এই ধ-ৰাৰ।
এই গীত গাই ক-ৰোঁ যি-হো-ৱাৰ প্ৰ-শং-সা,
আ-হা ক-ৰোঁ আ-মি তেওঁৰ বি-জয়-গান।
(গীত. ৯৫:৬; ১ পিত. ২:৯, ১০; প্ৰকা. ১২:১০ পদবোৰো চাওক।)