‘যিহোৱাত আনন্দিত হওক’
গীতমালা ৩২:১১
ৰাতিপুৱা
৯:৪০ সংগীত
৯:৫০ গীতৰ সংখ্যা ৯ আৰু প্ৰাৰ্থনা
১০:০০ “যিহোৱাত আনন্দিত হৈ উল্লাস কৰা”
১০:১৫ কঠিন পৰিস্থিতিতো আনন্দ লাভ কৰিব
১০:৩০ আপোনাৰ সেৱা কাৰ্য্য “আনন্দেৰে” কৰক
১০:৫৫ গীতৰ সংখ্যা ৭৬ আৰু ঘোষণা
১১:০৫ আপোনাৰ হৃদয় “ভাৰগ্ৰস্ত” হʼবলৈ নিদিব
১১:৩৫ সমৰ্পণৰ ভাষণ
১২:০৫ গীতৰ সংখ্যা ৫১
আবেলি
১:২০ সংগীত
১:৩০ গীতৰ সংখ্যা ১১১
১:৩৫ অনুভৱ
১:৪৫ প্ৰহৰীদুৰ্গৰ সাৰাংশ
২:১৫ পৰিচৰ্চ্চা: যিহোৱাই আমাক আনন্দিত কৰে
• শিষ্য বনোৱা কাম কৰিলে
• সংগী ভাই-ভনীসকলক সহায় আগবঢ়ালে
• পৰীক্ষাৰ সময়ত ধৈৰ্য্য ধৰিলে
৩:০০ গীতৰ সংখ্যা ২ আৰু ঘোষণা
৩:১০ যিহোৱাক আপুনি প্ৰথম স্থান দি থাকক
৩:৫৫ গীতৰ সংখ্যা ৭ আৰু প্ৰাৰ্থনা