যিহোৱাৰ মনক আনন্দিত কৰক!
হিতোপদেশ ২৭:১১
ৰাতিপুৱা
৯:৩০ সংগীত
৯:৪০ গীতৰ সংখ্যা ২৯ আৰু প্ৰাৰ্থনা
৯:৫০ যিহোৱাৰ মনক আনন্দিত কৰক!
১০:০৫ পৰিচৰ্চ্চা: যিহোৱাৰ চাৰিটা গুণক অনুকৰণ কৰক
• ন্যায়
• শক্তি
• প্ৰজ্ঞা
• প্ৰেম
১১:০৫ গীতৰ সংখ্যা ৮১ আৰু ঘোষণা
১১:১৫ ‘অধিক ফল ধৰাৰ’ যোগেদি যিহোৱাৰ মহিমা কৰক
১১:৩০ সমৰ্পণৰ ভাষণ
১২:০০ গীতৰ সংখ্যা ৪৯
আবেলি
১:১০ সংগীত
১:২০ গীতৰ সংখ্যা ২৮ আৰু প্ৰাৰ্থনা
১:৩০ জনসাধাৰণৰ বাবে ভাষণ: আপুনি যিহোৱাক আনন্দিত কৰিব পাৰে!—কেনেকৈ?
২:০০ প্ৰহৰীদুৰ্গৰ সাৰাংশ
২:৩০ গীতৰ সংখ্যা ৩৫ আৰু ঘোষণা
২:৪০ পৰিচৰ্চ্চা: যিহোৱাক আনন্দিত কৰক . . .
• আপোনাৰ ব্যক্তিগত জীৱনত
• আপোনাৰ পৰিয়ালত
• আপোনাৰ মণ্ডলীত
• আপোনাৰ সম্প্ৰদায়ত
৩:৪০ “যিহোৱাত যি আনন্দ সেয়েই তোমালোকৰ শক্তি”
৪:১৫ গীতৰ সংখ্যা ১১০ আৰু প্ৰাৰ্থনা