যিহোৱাৰ পৰিয়ালৰ একতা
ৰাতিপুৱা
৯:৩০ সংগীত
৯:৪০ গীতৰ সংখ্যা ৮৫ আৰু প্ৰাৰ্থনা
৯:৫০ যিহোৱাই নিজৰ পৰিয়ালৰ ভাগ হʼবলৈ আমাক সুযোগ দিছে
১০:০৫ পৰিচৰ্চ্চা: তেওঁলোকে আনক হৃদয়েৰে গ্ৰহণ কৰিলে
• ইলীহূ
• লুদিয়া
• যীচু
১১:০৫ গীতৰ সংখ্যা ১০০ আৰু ঘোষণা
১১:১৫ যিহোৱাৰ পৰিয়ালৰ ভাগ হʼবলৈ আনক সহায় কৰি থাকক
১১:৩০ সমৰ্পণৰ ভাষণ
১২:০০ গীতৰ সংখ্যা ১৩৫
আবেলি
১:১০ সংগীত
১:২০ গীতৰ সংখ্যা ১৩২ আৰু প্ৰাৰ্থনা
১:৩০ জনসাধাৰণৰ বাবে ভাষণ: আপোনাৰ ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ আছে নে?
২:০০ প্ৰহৰীদুৰ্গৰ সাৰাংশ
২:৩০ গীতৰ সংখ্যা ১৩৬ আৰু ঘোষণা
২:৪০ পৰিচৰ্চ্চা: শান্তি কেনেকৈ বজাই ৰাখিব পাৰি?
• উৎসাহিত কৰিব পৰা কথা কওক
• ‘প্ৰেম আচৰণ কৰক’
• শত্ৰুবিলাকক বিৰোধ কৰক
৩:৪০ ভাই-ভনীসকলৰ বাবে যিহোৱাক ‘ধন্যবাদ কৰিবলৈ নেৰিব’
৪:১৫ গীতৰ সংখ্যা ১০৭ আৰু প্ৰাৰ্থনা