‘ঈশ্বৰৰ ওপৰত বিশ্বাস কৰক’!
ৰাতিপুৱা
৯:৩০ সংগীত
৯:৪০ গীতৰ সংখ্যা ১১৮ আৰু প্ৰাৰ্থনা
৯:৫০ ‘ঈশ্বৰৰ ওপৰত বিশ্বাস কৰক’!—কিয় আৰু কেনেকৈ?
১০:০৫ পৰিচৰ্চ্চা: ঈশ্বৰক বিশ্বাস কৰা লোকসকলক অনুকৰণ কৰক
• ইচহাক আৰু ৰিবেকা
• ইষ্টেৰ
• তীমথিয়
১১:০৫ গীতৰ সংখ্যা ৬০ আৰু ঘোষণা
১১:১৫ ‘আমি বিশ্বাস কৰিছোঁ, এই হেতুকে কথা কৈছোঁ’
১১:৩০ সমৰ্পণৰ ভাষণ
১২:০০ গীতৰ সংখ্যা ৫২
আবেলি
১:১০ সংগীত
১:২০ গীতৰ সংখ্যা ৯ আৰু প্ৰাৰ্থনা
১:৩০ জনসাধাৰণৰ বাবে ভাষণ: “মিছা নোকোৱা” ঈশ্বৰৰ ওপৰত বিশ্বাস কৰক
২:০০ প্ৰহৰীদুৰ্গৰ সাৰাংশ
২:৩০ গীতৰ সংখ্যা ৫৪ আৰু ঘোষণা
২:৪০ পৰিচৰ্চ্চা: প্ৰতিদিনে ‘বিশ্বাসত চলক’
• ‘চিন্তা নকৰিব’
• নিজৰ সময়ক ভালদৰে ব্যৱহাৰ কৰক
• জগতৰপৰা পৃথকে থাকক
৩:৪০ ‘যিহোৱাই তেওঁৰ লোকসকলক জানে’
৪:১৫ গীতৰ সংখ্যা ৭ আৰু প্ৰাৰ্থনা