সকলো মনেৰে তোমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা
দ্বিতীয় বিবৰণ ১৩:৩
ৰাতিপুৱাৰ কাৰ্য্যক্ৰম
৯:৪০ সংগীত
৯:৫০ গীতৰ সংখ্যা ১০৯ আৰু প্ৰাৰ্থনা
১০:০০ “ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই”
১০:১৫ যিহোৱাক প্ৰেম কৰাৰ অৰ্থ হৈছে খ্ৰীষ্টান ভাই-ভনীক প্ৰেম কৰা
১০:৩০ “নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”
১০:৫৫ গীতৰ সংখ্যা ৮২ আৰু ঘোষণা
১১:০৫ “প্ৰেমে পাপসমূহ ঢাকে”
১১:৩৫ সমৰ্পণৰ ভাষণ
১২:০৫ গীতৰ সংখ্যা ৫০
আবেলিৰ কাৰ্য্যক্ৰম
১:২০ সংগীত
১:৩০ গীতৰ সংখ্যা ৬২
১:৩৫ অনুভৱ
১:৪৫ প্ৰহৰীবুৰুজৰ সাৰাংশ
২:১৫ পৰিচৰ্চ্চা: জীয়াই থকালৈকে যিহোৱা ঈশ্বৰক প্ৰশংসা কৰক
লʼৰা-ছোৱালী
কিশোৰ-কিশোৰী
প্ৰাপ্তবয়স্ক
৩:০০ গীতৰ সংখ্যা ১০ আৰু ঘোষণা
৩:১০ সকলো মনেৰে তোমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা
৩:৫৫ গীতৰ সংখ্যা ৩৭ আৰু প্ৰাৰ্থনা