ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ১৫৯
  • যিহোৱাক মহিমা দিয়া

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাক মহিমা দিয়া
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • আহা! গাওঁ ৰাজ্যৰ গীত
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • অনন্ত জীৱন!
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • যিহোৱাৰ নাম যি মহিমা পোৱাৰ যোগ্য, সেই মহিমা তেওঁক দিয়া।—গীতমালা ৯৬:৮.
    যিহোৱাৰ নাম যি মহিমা পোৱাৰ যোগ্য, সেই মহিমা তেওঁক দিয়া।—গীতমালা ৯৬:৮.
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ১৫৯

গীত নং ১৫৯

যিহোৱাক মহিমা দিয়া

(গীতমালা ৯৬:৮)

  1. ১. তু-মি মোৰ ঈ-শ্বৰ যি-হো-ৱা,

    স্ব-ৰ্গত বি-ৰাজ-মান তু-মি।

    কে-নে-কৈ প-ৰি-শোধ ক-ৰিম?

    তু-মি ক-ৰা প্ৰে-মৰ এই ঋণ।

    আ-কা-শত দৃ-ষ্টি মই ক-ৰি

    চাওঁ তো-মাৰ বৈ-ভৱ, শ-ক্তি।

    মই কোন হওঁ হে মোৰ যি-হো-ৱা;

    দে-খো-ৱা-লা প্ৰেম মোক তু-মি।

    (কোৰাচ)

    যি-হো-ৱা মোৰ, শু-না এই গান তু-মি।

    তো-মাৰ ম-হি-মাৰ এই গান।

    তু-মি ঈ-শ্বৰ, ৰ-জা এই ভূ-ৱ-নৰ,

    গাও আ-মি তো-মাৰ জয়-গান;

    আ-মি তো-মাক দিওঁ স-ন্মান।

  2. ২. মোৰ জী-ৱন তো-মাৰ যি-হো-ৱা,

    ক-ৰোঁ প্ৰ-শং-সা তো-মাৰ।

    আ-ন-ন্দ-ৰে জ-নাওঁ নাম মই

    জ-নাওঁ তো-মাৰ গুণ স-ক-লক।

    সে-ৱা তো-মাক ক-ৰি হে যাঃ,

    পাওঁ সুখ, আ-ন-ন্দ প্ৰ-চুৰ।

    তু-মি মোৰ শ-ক্তি, প্ৰাণ-দা-তা,

    স-হা-য়ক আ-ৰু শি-ক্ষক মোৰ।

    (কোৰাচ)

    যি-হো-ৱা মোৰ,শু-না এই গান তু-মি।

    তো-মাৰ ম-হি-মাৰ এই গান।

    তু-মি ঈ-শ্বৰ, ৰ-জা এই ভূ-ৱ-নৰ,

    গাও আ-মি তো-মাৰ জয়-গান;

    আ-মি তো-মাক দিওঁ স-ন্মান।

  3. ৩. প-ৰ্বত, সা-গৰ আ-ৰু ভূ-মি,

    কয় তো-মাৰ জ্ঞান যে অ-সীম,

    ক-ৰে স-দায় তো-মাৰ স্তু-তি

    দে-খাই তো-মাৰ অ-লু-প্ত প্ৰেম।

    ম-হি-মা, বু-দ্ধি, সৌ-ন্দ-ৰ্য্য,

    দে-খোঁ তো-মাৰ কা-ম-তে,

    কে-নে-কৈ নি-দিও ম-হি-মা?

    মই স-ক-লো সৃ-ষ্টিৰ বা-বে।

    (কোৰাচ)

    যি-হো-ৱা মোৰ, শু-না এই গান তু-মি।

    তো-মাৰ ম-হি-মাৰ এই গান।

    তু-মি ঈ-শ্বৰ, ৰ-জা এই ভূ-ৱ-নৰ,

    গাও আ-মি তো-মাৰ জয়-গান;

    আ-মি তো-মাক দিওঁ স-ন্মান।

(গীত. ৯৬:১-১০; ১৪৮:৩, ৭ পদবোৰো চাওক)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক