গীত নং ৫৪
“এয়ে পথ”
(যিচয়া ৩০:২০, ২১)
১. এ-য়া এক শা-ন্তিৰ পথ,
যʼত আ-ছে যে জী-ৱন।
যী-চু-ৱে দি-য়া জ্ঞান,
যি শি-কাই-ছে আ-মাক,
এই প-থত চ-লি-লে,
শা-ন্তি বি-ছা-ৰি পাওঁ।
যি-হো-ৱাৰ এই বা-ক্যই,
দে-খু-ৱাই পথ আ-মাক।
(কোৰাচ)
জী-ৱ-নৰ পথ; এ-য়া হৈ-ছে, সেই পথ।
না-চা-বা ঘূ-ৰি পি-ছ-লৈ তু-মি।
যি-হো-ৱাই কৈ-ছে শু-না তু-মি;
জী-ৱ-নৰ পথ; এ-য়া হৈ-ছে, সেই পথ।
২. এ-য়া যে প্ৰে-মৰ পথ,
না-পাওঁ আ-মি কʼ-তো।
যাঃ-য়ে নি-য়ে আ-মাক
প্ৰে-মে-ৰে সেই প-থত;
তে-ওঁৰ প্ৰ-কৃত প্ৰে-মে,
আ-মাক দি-য়ে পো-হৰ,
এই প্ৰে-মৰ প-থে যে,
দি-য়ে চি-ৰ জী-ৱন।
(কোৰাচ)
জী-ৱ-নৰ পথ; এ-য়া হৈ-ছে, সেই পথ।
না-চা-বা ঘূ-ৰি পি-ছ-লৈ তু-মি।
যি-হো-ৱাই কৈ-ছে শু-না তু-মি;
জী-ৱ-নৰ পথ; এ-য়া হৈ-ছে, সেই পথ।
৩. এ-য়া জী-ৱ-নৰ পথ,
ন-হয় ই-মান ক-ঠিন,
থা-কিম এই প-থত;
ক-ৰোঁ আ-মি প্ৰ-তি-জ্ঞা,
শা-ন্তিৰ এই প-থত,
পা-লন ক-ৰিম যাঃৰ আ-জ্ঞা;
এই প-থৰ বা-বে,
দিওঁ যি-হো-ৱাক ধ-ন্য-বাদ।
(কোৰাচ)
জী-ৱ-নৰ পথ; এ-য়া হৈ-ছে, সেই পথ।
না-চা-বা ঘূ-ৰি পি-ছ-লৈ তু-মি।
যি-হো-ৱাই কৈ-ছে শু-না তু-মি;
জী-ৱ-নৰ পথ; এ-য়া হৈ-ছে, সেই পথ।
(গীত. ৩২:৮; ১৩৯:২৪; হিতো. ৬:২৩ পদবোৰো চাওক।)