ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CA-brpgm17 পৃষ্ঠা ৩-৪
  • এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক
  • ২০১৬-২০১৭ চনৰ শাখা সন্মিলনৰ কাৰ্য্যক্ৰম—শাখা কাৰ্য্যালয়ৰ প্ৰতিনিধিৰ লগত
  • মিল থকা বিষয়
  • ‘যীচুৰ প্ৰিয় শিষ্যৰপৰা’ শিকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • প্ৰেমেৰে নিজকে গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০১৬-২০১৭ চনৰ শাখা সন্মিলনৰ কাৰ্য্যক্ৰম—শাখা কাৰ্য্যালয়ৰ প্ৰতিনিধিৰ লগত
CA-brpgm17 পৃষ্ঠা ৩-৪

এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক

  1. ১. প্ৰধান আজ্ঞা কি আৰু ইয়াক পালন কৰা কিয় গুৰুত্বপূৰ্ণ? (মথি ২২:৩৭, ৩৮; মাৰ্ক ১২:৩০)

  2. ২. আমি জগতক প্ৰেম কৰাৰপৰা কেনেকৈ আঁতৰি থাকিব পাৰোঁ? (১ যোহ. ২:১৫-১৭)

  3. ৩. যিহোৱা ঈশ্বৰৰ নামৰ প্ৰতি প্ৰেম গঢ়ি তুলিবলৈ আমি কেনেকৈ আনক শিক্ষা দিব পাৰোঁ? (যিচ. ৫৬:৬, ৭)

  4. ৪. আমি কেনেকৈ নিঃস্বাৰ্থভাৱে ভাতৃত্ব প্ৰেম দেখুৱাব পাৰোঁ? (১ যোহ. ৪:২১)

  5. ৫. পিতৃ-মাতৃয়ে নিজৰ সন্তানসকলক যিহোৱা ঈশ্বৰক প্ৰেম কৰিবলৈ কেনেকৈ শিক্ষা দিব পাৰে? (দ্বিতী. ৬:৪-৯)

  6. ৬. যিহোৱা ঈশ্বৰ আপোনাৰ প্ৰকৃত বন্ধু বুলি আপুনি কেনেকৈ প্ৰমাণ কৰিব? (১ যোহ. ৫:৩)

  7. ৭. আমি কেনেকৈ যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেমক বজাই ৰাখিব পাৰোঁ অথবা পুনৰাই গঢ়ি তুলিব পাৰোঁ? (প্ৰকা. ২:৪, ৫)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক