ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০২ ১০/১ পৃষ্ঠা ৩২
  • আপুনি যিহোৱাৰ সাক্ষীসকলক আমন্ত্ৰণ কৰিব বিচাৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি যিহোৱাৰ সাক্ষীসকলক আমন্ত্ৰণ কৰিব বিচাৰেনে?
  • ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • শান্তি বজাই ৰাখাৰ লাভসমূহ
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মই ভুল কৰিলে কি কৰিম?
    কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন
২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০২ ১০/১ পৃষ্ঠা ৩২

আপুনি যিহোৱাৰ সাক্ষীসকলক আমন্ত্ৰণ কৰিব বিচাৰেনে?

দুখ-কষ্টৰে ভৰা এই পৃথিৱীখনতো আপুনি প্ৰকৃত আনন্দ বিচাৰি পাব পাৰে। কিন্তু ইয়াৰ বাবে ঈশ্বৰ আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে বাইবেলে কি কৈছে, মানৱজাতিৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি তাক আপুনি জনা আৱশ্যক। যদি আপুনি ইয়াৰ বিষয়ে অধিক জানিবলৈ বিচাৰে বা কোনো ব্যক্তিয়ে আপোনাৰ ঘৰত আহি আপোনাৰ সৈতে বিনামূল্যে বাইবেল অধ্যয়ন কৰাটো বিচাৰে, তেনেহʼলে যিহোৱাৰ সাক্ষীসকলৰ এই ঠিকনাত যোগাযোগ কৰক: Post Box No. 6440, Yelahanka, Bangalore 560 064, KAR., India, বা ২ পৃষ্ঠাত দিয়া সংস্থাৰ সঠিক কাৰ্য্যালয়ৰ ঠিকনাত যোগাযোগ কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক