আপুনি যিহোৱাৰ সাক্ষীসকলক আমন্ত্ৰণ কৰিব বিচাৰেনে?
দুখ-কষ্টৰে ভৰা এই পৃথিৱীখনতো আপুনি প্ৰকৃত আনন্দ বিচাৰি পাব পাৰে। কিন্তু ইয়াৰ বাবে ঈশ্বৰ আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে বাইবেলে কি কৈছে, মানৱজাতিৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি তাক আপুনি জনা আৱশ্যক। যদি আপুনি ইয়াৰ বিষয়ে অধিক জানিবলৈ বিচাৰে বা কোনো ব্যক্তিয়ে আপোনাৰ ঘৰত আহি আপোনাৰ সৈতে বিনামূল্যে বাইবেল অধ্যয়ন কৰাটো বিচাৰে, তেনেহʼলে ২ পৃষ্ঠাত দিয়া যিহোৱাৰ সাক্ষীসকলৰ সঠিক ঠিকনাত যোগাযোগ কৰক।
www.watchtower.org