ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/৯৯ পৃষ্ঠা ৩
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/৯৯ পৃষ্ঠা ৩

ঘোষণাসমূহ

▪ আলোচনীৰ প্ৰদৰ্শন মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ এটা বিশেষ প্ৰচেষ্টা কৰা হব। এপ্ৰিল আৰু মে’: প্ৰহৰীদূৰ্গ আৰু সজাগ হওঁক! আলোচনীৰ বাবে গ্ৰাহকতা। আগ্ৰহী থকা লোকসকলৰ বাবে বিচাৰে ব্ৰচাৰ​খন প্ৰস্তুত কৰক আৰু গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰক। জুন: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়।

▪ যিসকল প্ৰচাৰকে এপ্ৰিল আৰু মে’ মাহত সহযোগী অগ্ৰগামী হবলৈ ইচ্ছা কৰে তেওঁলোকে এতিয়াৰে পৰা পৰিকল্পনা কৰা আৰু অতি সোনকালে তেওঁলোকৰ আৱেদন দিয়া উচিত। এইদৰে কৰিলে প্ৰাচীনসকলৰ আৱশ্যকীয় প্ৰচাৰৰ ক্ষেত্ৰ ব্যৱস্থিত কৰিবলৈ আৰু আলোচনী আৰু অন্য প্ৰকাশনবোৰ উপলব্ধ কৰিবলৈ সহায় হয়। যিসকল ব্যক্তিক সহযোগী অগ্ৰগামীৰ বাবে স্বীকৃতি দিয়া হয়, মণ্ডলীত তেওঁলোকৰ নাম ঘোষণা কৰা উচিত।

▪ প্ৰিজাইডিং ওভাৰচিয়াৰ বা তেওঁ নিযুক্ত কৰা কোনো ব্যক্তিয়ে মাৰ্চ ১ তাৰিখে বা যিমান সোনকালে সম্ভৱ হয় মন্ডলীৰ লেখাসমূহ নিৰক্ষণ কৰা উচিত। যেতিয়া এইটো কৰা শেষ হব, মন্ডলীত পৰৱৰ্তী লেখা ৰিপৰ্ট প্ৰস্তুত কৰা সময়ত ইয়াৰ ঘোষণা কৰক।

▪ চন ১৯৯৯, এপ্ৰিল ১, বৃহস্পতিবাৰে স্মৰণীয় পৰ্ব্ব পালন কৰা হব। যদি আপোনাৰ মণ্ডলীত সাধাৰণতে বৃহস্পতিবাৰে সভা হয়, যদি ৰাজ্যগৃহ আছে তেনেহʼলে সপ্তাহৰ অন্য এটা দিনলৈ এই সভা পিছুৱাক। যদি এনেদৰে কৰাটো সম্ভৱ নহয় আৰু আপোনাৰ সেৱা সভাত প্ৰভাৱিত কৰে, তেনেহʼলে আপোনাৰ মণ্ডলীৰ বাবে যিবোৰ লাগতিয়াল বিষয় সেইবোৰ অন্য সেৱা সভাৰ সৈতে সন্মিলিত কৰিব পাৰে।

▪ যিসকলে মণ্ডলীৰ সৈতে যোগা-যোগ কৰে তেওঁলোকে প্ৰহৰীদূৰ্গ আৰু সজাগ হওঁক! আলোচনীৰ বাবে নতুন আৰু নতুনকৈ পৰিবৰ্তন কৰা গ্ৰাহকতা মণ্ডলীৰ দ্বাৰা পঠোৱা উচিত, ইয়াত তেওঁলোকৰ ব্যক্তিগত গ্ৰাহকতাও সন্মিলিত কৰিব পাৰে।

▪ প্ৰচাৰকসকলে প্ৰকাশনৰ বাবে ব্যক্তিগতভাৱে কৰা অনুৰোধক সংস্থাই গ্ৰহণ নকৰে। প্ৰকাশনৰ বাবে মণ্ডলীৰ মাহেকীয়া অনুৰোধ সংস্থালৈ পঠোৱা আগতে প্ৰিজাইডিং ওভাৰচিয়াৰে প্ৰত্যেক মাহত ইয়াৰ বাবে এটা ঘোষণা কৰিবলৈ ব্যৱস্থা কৰা উচিত যাতে সকলো আগ্ৰহী ব্যক্তিয়ে নিজৰ ব্যক্তিগত প্ৰকাশন প্ৰাপ্ত কৰিবলৈ ভাইজনৰ পৰা পৰামৰ্শ লব পাৰে যিজনে প্ৰকাশনৰ কাৰ্য্য চোৱা-চিতা কৰে। মনত ৰখা উচিত যে কোনবোৰ প্ৰকাশন বিশেষ-অনুৰোধৰ বিষয়ৰ ভিতৰত আছে।

▪ ১৯৯৯ চনৰ ফেব্ৰুৱাৰীৰ পৰা প্ৰহৰীদূৰ্গ আৰু সজাগ হওঁক! ৰঙীন আলোচনীৰূপে ছপা কৰা হʼল।

▪ এপ্ৰিল ১, ১৯৯৯ চনৰ পৰা পঞ্জাৱী ভাষাত প্ৰহৰীদূৰ্গ অৰ্ধ-মাহেকীয়াৰূপে প্ৰকাশ কৰা হব।

▪ যিহেতু আগতে মণ্ডলীবোৰত সূচনা দিয়া হৈছিল, জানুৱাৰী ১, ১৯৯৯ চনৰ পৰা তলত দিয়া নতুন মূল্যবোৰ কাৰ্য্যকাৰী হব:

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক