মাৰ্চ মাহৰ বাবে পৰিচৰ্য্যা সভা
মাৰ্চ ১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৩৩
৮ মি: স্থনীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।
১৭ মি: “বিশ্বজুৰি যীচুৰ মৃত্যুক স্মৰণ কৰা।” প্ৰশ্ন আৰু উত্তৰ। ফ্ৰেব্ৰুৱাৰী ১, ১৯৯৭, প্ৰহৰীদূৰ্গ, (ইংৰাজী) ১১-১২ পৃষ্ঠাৰ ১০-১৪ অনুচ্ছেদ থকা মন্তব্যক সন্মিলিত কৰক। বৰ্ণনা কৰক যে কেনেকৈ যিহোৱাৰ মহান প্ৰেমে তেওঁক আমাৰ বাবে মুক্তিস্বৰূপ প্ৰবন্ধ কৰিবলৈ উত্তেজিত কৰিলে।
২০ মি: এপ্ৰিল আৰু মে’ মাহত সহযোগী অগ্ৰগামী সেৱকৰূপে কাৰ্য্য কৰিবলৈ জোৰ দি কওঁক। সকলোকে সহযোগী অগ্ৰগামী সেৱাৰ প্ৰতি গুৰুত্ব দিবলৈ সেৱা ওভাৰচিয়াৰৰ দ্বাৰা শ্ৰোতাসকলৰ সৈতে এক ভাষণ। নিয়মিত আৰু সহযোগী অগ্ৰগামীসকলৰ বাবে প্ৰয়োজনীয় ঘন্টাৰ পৰিবৰ্তনৰ সম্পৰ্কে পুনৰ আলোচনা কৰক, যিদৰে জানুৱাৰী ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ ৩ পৃষ্ঠাত প্ৰস্তুত কৰা হৈছে। এই পৰিবৰ্তনে বহুতে পূৰ্ণ-সময়ৰ সেৱাৰ বিশেষ অধিকাৰত আনন্দ প্ৰাপ্ত কৰিবলৈ উৎসাহিত কৰা উচিত। বৰ্ণনা কৰক যে যীচৰ বলিদানৰ প্ৰতি থকা উপলব্ধিয়ে অন্যলোকৰ আগত প্ৰচাৰ কৰিবলৈ আমাক কেনেদৰে উৎসাহিত কৰা উচিত। (২ কৰি. ৫:১৪, ১৫) এই বছৰত স্মাৰক এপ্ৰিলৰ এক তাৰিখ পালন কৰা হব। গোটেই মাহত সেৱা কাৰ্য্য বৃদ্ধি কৰাত নিজকে সমৰ্পন কৰিবলৈ ৰাজ্যৰ সকলো প্ৰচাৰকসকলৰ বাবে কি যে উৎসাহজনক বিষয়। সহযোগী অগ্ৰগামীৰ সৈতে কাৰ্য্যৰ সম্পৰ্কে থকা বিষয়টো ফ্ৰেব্ৰুৱাৰী ১৯৯৭ (ইংৰাজী) আৰু মাৰ্চ ১৯৯৮ চনৰ (ইংৰাজী) আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ অন্তপত্ৰখনত থকা নিৰ্বাচিত বিষয়বোৰ সৈতে পুনৰ আলোচনা কৰক। প্ৰবন্ধ কৰা তালিকাৰ নমুনা ব্যৱহাৰ কৰিবলৈ ইয়াৰ পদ্ধতিবোৰ বিবেচনা কৰক। স্থানীয় সেৱা ব্যৱস্থাৰ বিষয়ে পুনৰ আলোচনা কৰক যিয়ে পৰিচৰ্য্যাত অন্যলোকৰ সৈতে ভাগ লোৱাত বহুত সুযোগ আগবঢ়ায। সভাৰ পাছত প্ৰচাৰকসকলক সহযোগী অগ্ৰগামীৰ বাবে নিবেদন পত্ৰ লবলৈ উৎসাহিত কৰক।
গীত ৪৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মাৰ্চ ৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৫২
১০ মি: স্থানীয় ঘোষণাসমূহ। লেখ ৰিপৰ্ট।
২০ মি: তেওঁলোকক উপস্থিত হবলৈ নিমন্ত্ৰণ দিয়ক।” প্ৰশ্ন আৰু উত্তৰ। মণ্ডলীৰ সভাত নতুনকৈ আগ্ৰহী ব্যক্তিসকলক নিতৌ উপস্থিত থকাৰ প্ৰয়োজনীয়তাক বৰ্ণনা কৰক। জ্ঞান কিতাপৰ ১৫৯ পৃষ্ঠাৰ ২০ অনুচ্ছেদ আৰু ১৬১-৩ পৃষ্ঠাৰ ৫-৮ অনুচ্ছেদৰ বিষয়বস্তু ব্যৱহাৰ কৰি এজন আগ্ৰহী ব্যক্তিৰ সৈতে হোৱা আলোচনা প্ৰদৰ্শন কৰক। বাইবেল বিদ্যাৰ্থী আৰু আগ্ৰহী লোকক এপ্ৰিল ১ তাৰিখে হবলগীয়া স্মৰণীয় পৰ্ব্বত যাতে উপস্থিত হব পাৰে তাৰ বাবে সহায় কৰাত বিশেষ প্ৰচেষ্টা দিবলৈ প্ৰত্যেকজনক উৎসাহিত কৰক। ছপা কৰা নিমন্ত্ৰণ পত্ৰৰ এটা কপি প্ৰদৰ্শন কৰক আৰু বৰ্ণনা কৰক যে ফলদায়কৰূপে ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। সেই সপ্তাহত সকলোৱে স্মৰণীয় পৰ্ব্বৰ নিমন্ত্ৰণ-পত্ৰ বিতৰণ আৰম্ভ কৰা উচিত।
১৫ মি: “কেনেকৈ পৰিয়ালৰ সদস্যসকলে—মণ্ডলীৰ সভাবোৰত সম্পূৰ্ণৰূপে ভাগ লোৱাত সহযোগিতা আগবঢ়াব।” এক পৰিয়াল সমূহৰ দ্বাৰা পৰিচৰ্চ্চা। যিহেতু তেওঁলোকে প্ৰবন্ধত থকা মুখ্য বিষয়ৰ সমন্ধে মন্তব্য কৰে, তেওঁলোকে আলোচনা কৰে যে কেনেকৈ এটা পৰিয়ালৰূপে সভাৰ বাবে তৈয়াৰী কৰিব পাৰে। তেওঁলোকে সেই বিষয়বোৰৰ প্ৰণালীৰ সমন্ধে আলোচনা কৰে যাৰ দ্বাৰা ভাগ লবলৈ এজনে আনজনক সহায় কৰিব পাৰে আৰু যথা সময়ত পৰিয়ালে সভাত উপস্থিত থাকিবলৈ কি কৰিব পাৰে।
গীত ৬২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মাৰ্চ ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৫৬
১০ মি: স্থানীয় ঘোষণাসমূহ।
১৫ মি: “সহায়ক সেৱকসকলে মূল্যৱান সেৱা আগবঢ়ায়।” এজন নিৰ্পূণ সহায়ক সেৱকৰ দ্বাৰা ভাষণ। আমাৰ পৰিচৰ্য্যা (ইংৰাজী) কিতাপৰ ৫৭-৫৯ পৃষ্ঠাত থকা মুখ্য বিষয়বোৰৰ সমন্ধে পুনৰ আলোচনা কৰক। বৰ্ণনা কৰক মণ্ডলীত সহায়ৰ বাবে সহায়ক সেৱকসকলক কেনেকৈ কাৰ্য্যত ব্যৱহাৰ কৰা হয়।
২০ মি: ১৯৯৯ বছৰেকীয়া কিতাপ-ৰ (ইংৰাজী) পৰা আনন্দ প্ৰাপ্ত কৰক। স্বামী-স্ত্ৰীৰ মাজত আলোচনা। স্বামীয়ে বৰ্ণনা কৰক যে ১৯২৭ চনত বছৰেকীয়া কিতাপ প্ৰথম বাৰৰ বাবে এখন কিতাপৰূপে প্ৰকাশিত হয় আৰু ৭০ বছৰতকৈ অধিক সময় পৰা এই কিতাপখনৰ ছপা কৰি থকা হৈছে, যʼত সন্মিলিত আছে বিশ্বজুৰি যিহোৱাৰ সাক্ষীসকলৰ ৰিপৰ্ট। তেওঁলোকে ৩১ পৃষ্ঠাত থকা “১৯৯৮ চনৰ সৰ্ব্বমূঠ” বিষয়টোৰ প্ৰধান বৈশিষ্ট্যবোৰৰ সমন্ধে পুনৰ আলোচনা কৰে। তাৰ পাছত তেওঁলোকে ৩-৫ পৃষ্ঠাত থকা “প্ৰশাসন গোষ্ঠী পৰা এখন চিঠি” বিষয়ে আলোচনা কৰে আৰু মন্তব্য দিয়ে যে ইয়াত দিয়া উৎসাহৰ বিষয়ক কেনেকৈ তেওঁলোকে অনুকৰণ কৰিব পাৰি।
গীত ৬৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মাৰ্চ ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৬২
১০ মি: স্থানীয় ঘোষণাসমূহ। যিসকলে এপ্ৰিল মাহত সহযোগী অগ্ৰগামীৰূপে কাৰ্য্য কৰিব তেওঁলোকৰ নাম ঘোষণা কৰক। বাখ্যা কৰক যে নিবেদন-পত্ৰ দাখিল কৰা এতিয়াও পলম হোৱা নাই। এপ্ৰিল মাহৰ বাবে পৰিকল্পনা কৰা সেৱা সভাৰ গোটেই তালিকাৰ পৰিলেখ দিয়ক। প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক—১৯৯৯ আৰু ১৯৯৯ চনৰ কেলেণ্ডাৰ-ত মাৰ্চ ২৭ তাৰিখৰ পৰা এপ্ৰিল ১ তাৰিখলৈকে থকা স্মৰণীয় পৰ্ব্বৰ বাইবেল পাঠৰ তালিকাক অনুকৰণ কৰিবলৈ উৎসাহিত কৰক।
১৫ মি: স্মৰণীয় পৰ্ব্বৰ উদ্যাপনৰ বাবে সাজু হোৱা। ইয়াৰ বিষয়ে এক ভাষণ। সকলোৱে বাইবেল বিদ্যাৰ্থী আৰু অন্য আগ্ৰহী ব্যক্তিসকলক স্মৰণীয় পৰ্ব্বত উপস্থিত হব বাবে তেওঁলোকক সহায় কৰিবলৈ পৰিকল্পনা কৰা উচিত। নতুনকৈ উপস্থিত হোৱা ব্যক্তিয়ে হয়তো নুবুজিব পাৰে যে কোনসকলে এই প্ৰতীকত ভাগ লব বা উদ্যাপনৰ অভিপ্ৰায় কি। এপ্ৰিল ১, ১৯৯৬, প্ৰহৰীদূৰ্গ, (ইংৰাজী) ৬-৮ পৃষ্ঠাত থকা বিষয়টোৰ সমন্ধে পুনৰ আলোচনা কৰক আৰু কওঁক যে এই উদ্যাপনৰ উদ্দেশ্য আৰু ইয়াৰ অৰ্থ বুজাবলৈ আমি এজন নতুন আগ্ৰহী ব্যক্তিক কেনেকৈ সহায় কৰিব পাৰোঁ। “স্মৰণীয় পৰ্ব্ব পালন কৰা” পুনৰ আলোচনা আৰু স্থানীয় স্মৰণীয় পৰ্ব্বৰ ব্যৱস্থাৰ বিষয়ে পৰিলেখৰ দ্বাৰা ভাষণ শেষ কৰক।
২০ ম: আমালৈ কি ঘটে যেতিয়া আমি মৰো? এই ব্ৰচাৰৰ মুল্য আৰু ব্যৱহাৰৰ বিষয়ে দুজন বা তিনিজন প্ৰচাৰকৰ সৈতে প্ৰাচীনৰ আলোচনা। আমি ইয়াক প্ৰচাৰ ক্ষেত্ৰত ফলদায়কৰূপে ব্যৱহাৰ কৰিছো নে? শ্ৰোতাসকলৰ লগত তলত দিয়া বিষয়বোৰৰ সৈতে আলোচনা: কিয় এই বিষয়ে বহুতো লোকে আগ্ৰহী লয়? মিছা ধৰ্মৰ শিক্ষাৰ বিপৰীতে, এই ব্ৰচাৰখনে কি আশাক গুৰুত্ব দিয়ে? আমি আগ্ৰহ জন্মাবলৈ পিছৰ পৃষ্ঠাত থকা প্ৰশ্নবোৰ কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ? কি কি সূযোগত এই ব্ৰচাৰখন আমি লোকসকলক দিব পাৰোঁ? ২৭ পৃষ্ঠাত থকা ১৪ অনুচ্ছেদত থকা শাস্ত্ৰপদবোৰ ব্যৱহাৰ কৰি এটা প্ৰদৰ্শন কৰক। এই ব্ৰচাৰৰ যাতে ভালদৰে প্ৰস্তুত কৰিব পাৰি তাৰ প্ৰতি সজাগ হবলৈ সকলোকে উৎসাহিত কৰক।
গীত ৯২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মাৰ্চ ২৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১১১
১২ মি: স্থানীয় ঘোষণাসমূহ। মাৰ্চ মাহৰ বাবে ক্ষেত্ৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সকলোকে সোঁৱৰাই দিয়ক। এপ্ৰিল মাহত আমি প্ৰহৰীদূৰ্গ আৰু সজাগ হওঁক! আগবঢ়াম। চলিত আলোচনীবোৰ প্ৰদৰ্শন কৰক আৰু ইয়াৰ কিছুমান ব্যৱহাৰিক বিষয়বোৰৰ গুৰুত্ব দিব পাৰে আৰু কিছুমান আগ্ৰহী জন্মোৱা বিষয়বোৰৰ সম্পৰ্কে উল্লেখ কৰক। সকলোৰে ওচৰত বিচাৰে ব্ৰচাৰ ৰখা আৰু আগ্ৰহ থকা লোকসকলৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা উচিত।
১৫ মি: স্থানীয় আৱশ্যকতাবোৰ।
১৮ মি: উপদেশৰ প্ৰতি কেনেকৈ আমি প্ৰতিক্ৰিয়া দেখুৱা উচিত? এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। মণ্ডলীৰ কাৰ্য্যবোৰত আমাৰ ব্যৱহাৰ, আচৰণ, সহযোগিতা আৰু ভাগ লোৱাৰ বাবে দিয়া উপদেশ আমি সকলোৱে পাওঁ। কেতিয়াবা আমি উপদেশক প্ৰত্যাখ্যান কৰো বা গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰো। গ্ৰহণ কৰা আৰু উপদেশ প্ৰয়োগ কৰা ইচ্ছাই আমাক আধ্যাত্মিকত পৰিপক্ক হবলৈ গুৰুত্ব দিয়ে। যুক্তিবোৰৰ বিষয়ে উল্লেখ থকা আৱশ্যকীয় কাৰণবোৰ বৰ্ণনা কৰক যে কিয় আমি উপদেশ গ্ৰহণ কৰা আৰু কৃতজ্ঞতা দেখুৱা উচিত।—এপ্ৰিল ১, ১৯৮৭, প্ৰহৰীদূৰ্গ, (ইংৰাজী) ২৭-৩০ পৃষ্ঠা চাওঁক।
গীত ১১৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।