ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/৯৯ পৃষ্ঠা ২
  • এপ্ৰিল মাহৰ বাবে পৰিচৰ্য্যা সভা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল মাহৰ বাবে পৰিচৰ্য্যা সভা
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • এপ্ৰিল ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • এপ্ৰিল ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • এপ্ৰিল ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • এপ্ৰিল ২৬ তাৰিখে আৰম্ভ হোৱা সপ্তাহ
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/৯৯ পৃষ্ঠা ২

এপ্ৰিল মাহৰ বাবে পৰিচৰ্য্যা সভা

এপ্ৰিল ৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৫৫

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। “আমি সৃষ্টিকৰ্তা কিতাপখন বিতৰণ কৰিমনে?” এপ্ৰিল ১৮ তাৰিখে হবলগীয়া বিশেষ জন ভাষণত উপস্থিত হবলৈ সকলো আগ্ৰহী লোকক আমন্ত্ৰণ কৰক। ভাষণৰ বিষয় হৈছে “ঈশ্বৰ আৰু ওচৰ-চুবুৰীয়াৰ সৈতে প্ৰকৃত বন্ধুত্ব।”

১৫ মি: “উৎসাহেৰে শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰক।” বিষয়টো এক মিনিটতকৈ কম সময়ৰ ভিতৰত পৰিচয় দি, প্ৰশ্ন আৰু উত্তৰ সৈতে আলোচনা কৰক। স্কুল নিৰ্দেশনা পুস্তক, (ইংৰাজী) ১৯১-২ পৃষ্ঠা, ১২-১৩ অনুচ্ছেদৰ পৰা উৎসাহিত কৰি সমাপ্ত কৰক।

২০ মি: “কেনেকৈ পৰিয়ালৰ সদস্যসকলে​—⁠পৰিচৰ্য্যা কাৰ্য্যত সম্পূৰ্ণৰূপে ভাগ লোৱাত সহযোগিতা আগবঢ়াব।” এক পৰিয়াল সমূহৰ দ্বাৰা আলোচনা। পৰিয়ালে কিয় সপ্তাহিক তালিকা অনুসাৰে পৰিচৰ্য্যা সেৱাত নিয়মিতৰূপে ভাগ লোৱাত গুৰুত্ব দিব লাগে তাৰ কাৰণসমূহক বিবেচনা কৰক। ছেপ্তম্বৰ ১, ১৯৯৩, প্ৰহৰীদূৰ্গ, (ইংৰাজী) ১৭-১৯ পৃষ্ঠা, ৯-১২ অনুচ্ছেদত দিয়া উৎসাহজনক বিষয়টো পুনৰ নিৰীক্ষণ কৰক। শ্ৰোতাসকলৰ মাজত থকা সেই পিতৃ-মাতৃসকলক আমন্ত্ৰণ জনাওঁক যিসকলে তেওঁলোকৰ পৰিয়ালৰ বাবে তৈয়াৰ কৰা সপ্তাহিক পৰিচৰ্য্যাৰ তালিকাৰ আচঁনিত কৃতকাৰ্য্য হৈছে।

গীত ৬৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

এপ্ৰিল ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১১২

১০ মি: স্থানীয় ঘোষণাসমূহ। লেখ ৰিপৰ্ট।

১৫ মি: স্থানীয় আৱশ্যকতাবোৰ।

২০ মি: “যেনেকৈ শেষ ওচৰ চাপিছেহি সাক্ষী দিয়া কাৰ্য্য প্ৰবল হৈ উঠিছে।” প্ৰশ্ন আৰু উত্তৰ। এজন বা দুজন প্ৰচাৰকৰ সাক্ষাতকাৰ লওঁক যিসকলে এটা সময়ত কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে তেওঁলোকে প্ৰচাৰ কাৰ্য্যত ভাগ লব কিন্তু বৰ্তমান প্ৰচাৰ কাৰ্য্যত নিয়মীয়াকৈ ভাগ লৈছে, কিয়নো তেওঁলোকে ৰাজ্য বাৰ্ত্তাক বিতৰণ কৰা অত্যন্ত প্ৰয়োজনীয়তাক উপলব্ধি কৰিব পাৰিলে। যদি অতিৰিক্ত সময় থাকে, তেনেহʼলে ১৯৯৭ চনৰ বছৰেকীয়া পুস্তক, (ইংৰাজী) ৪২-৮ পৃষ্ঠাত থকা অনুভৱবোৰ চমুকৈ আলোচনা কৰক আৰু দেখুৱাওঁক যে লোকসমূহক যʼত লগ পোৱা যায় তালৈ যোৱাৰ দ্বাৰা কেনেকৈ প্ৰচাৰকসকলে তেওঁলোকৰ সাক্ষী দিয়া কাৰ্য্যক প্ৰবল কৰিছে।

গীত ৯৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

এপ্ৰিল ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৭৯

৫ মি: স্থানীয় ঘোষণাসমূহ।

১০ মি: “আপোনাৰ আলোচনীৰ স্থায়ী অৰ্ডাৰ আছেনে?” এক ভাষণ। এই ভাষণ আলোচনী চোৱা-চিতা কৰা প্ৰাচীন বা পৰিচাৰক সেৱকৰ দ্বাৰা প্ৰস্তুত কৰাটো উপযুক্ত হব। প্ৰত্যেক মাহত কিমানবোৰ আলোচনী প্ৰাপ্ত কৰা হʼল আৰু কিমান আলোচনী বিতৰণৰ ৰিপৰ্ট কৰা হʼল তাৰ গড়ৰ সংখ্যা মণ্ডলীক জানিবলৈ দিয়ক। আমি আলোচনীসমূহক বিতৰণ নকৰাকৈ ৰখা উচিত নহয়। কেনেকৈ পুৰণি কপিবোৰ বিতৰণ কৰিব পাৰি তাৰে কিছুমান পৰামৰ্শ দিয়ক।​—⁠জুলাই ১৯৯৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা, (ইংৰাজী) ১ পৃষ্ঠা চাওঁক।

৩০ মি: “অগ্ৰগামী সেৱা​—⁠আমাৰ সময়ক বুদ্ধিমানৰূপে প্ৰয়োগ কৰা কাৰ্য্য!” প্ৰশ্ন আৰু উত্তৰ। ৫-৭ অনুচ্ছেদত প্ৰস্তুত কৰা অনুভৱৰ সৈতে জড়িত্ব থকা তিনিজন ভাইক নিযুক্তি দিয়ক। যিসকলে সহযোগী আৰু নিয়মিত অগ্ৰগামী সেৱাৰ বাবে আবেদন কৰিবলৈ বিবেচনা কৰিছে তেওঁলোকক আমন্ত্ৰণ জনাই ভাষণ সমাপ্ত কৰক। মণ্ডলীৰ সেৱা কমিটিৰ যি কোনো সদস্যৰ ওচৰত আবেদন পত্ৰ উপলব্ধ আছে। উল্লেখ কৰক যে মে’ মাহত সহযোগী অগ্ৰগামী কৰা বাবে পত্ৰ জমা কৰিবলৈ এতিয়াও সময় আছে।

গীত ১৬৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

এপ্ৰিল ২৬ তাৰিখে আৰম্ভ হোৱা সপ্তাহ

গীত ৭০

১০ মি: স্থানীয় ঘোষণাসমূহ। এপ্ৰিল মাহৰ বাবে ক্ষেত্ৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সকলোকে সোঁৱৰাই দিয়ক। যিসকলে মে’ মাহত সহযোগী অগ্ৰগামী কৰিব তেওঁলোকৰ নাম ঘোষণা কৰক আৰু অন্য ভাই আৰু ভনীসকলক সেইদৰে কৰিবলৈ উৎসাহিত কৰক। চলিত আলোচনীৰ কিদৰে প্ৰস্তুত কৰিব লাগে তাৰে কিছুমান ব্যৱহাৰিক পৰামৰ্শ দিয়ক।​—⁠অক্টোবৰ ১৯৯৬ আমাৰ ৰাজ্য পৰিচৰ্য্যা, (ইংৰাজী) ৮ পৃষ্ঠা চাওঁক।

১৭ মি: “মই কি কৰা উচিত?” শ্ৰোতাসকলৰ সৈতে এই বিষয় সম্পৰ্কে চমুকৈ আলোচনা কৰাৰ পাছত, কিশোৰ বা কিশোৰীৰ উচ্চ বিদ্যালয়ৰ পৰা স্নাতক লাভ কৰা পাছত বা তেওঁ বা তাইৰ ভৱিষ্যতৰ বাবে থকা পৰিকল্পনা সম্পৰ্কে পিতৃ-মাতৃৰ সৈতে হোৱা কথা-বতৰাক লক্ষ্য কৰক। তেওঁলোকে একেলগে জুলাই ১৯৯৮ আমাৰ ৰাজ্য পৰিচৰ্য্যা, (ইংৰাজী) ৪ পৃষ্ঠাত থকা বিষয়টো ওপৰত পুনৰ আলোচনা কৰে। পিতৃ-মাতৃয়ে প্ৰহৰীদূৰ্গ, (ইংৰাজী) ফ্ৰেব্ৰুৱাৰী ১, ১৯৯৬, ১৪ পৃষ্ঠা, আৰু ডিচেম্বৰ ১, ১৯৯৬, (ইংৰাজী) ১৭-১৯ পৃষ্ঠাত প্ৰস্তুত কৰা অনুপ্ৰেৰণাৰ সৈতে উপদেশ দিয়ে। বৰ্তমান সময়ত যিহেতু অগ্ৰগামী প্ৰয়োজনীয় ঘন্টাক হ্ৰাস কৰা হৈছে, কিশোৰ-কিশোৰীয়ে শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত অগ্ৰগামী কৰা সম্ভাৱনাক বিবেচনা কৰিব পাৰে।

১৮ মি: সহযোগী অগ্ৰগামীসকলৰ সৈতে সাক্ষাতকাৰ। যিসকলে এই মাহত সহযোগী অগ্ৰগামী সেৱা কৰিছে আৰু যিসকলে পূৰ্বতে কৰিছিল, সেৱা ওভাৰচিয়াৰে তেওঁলোকৰ সাক্ষাতকাৰ গ্ৰহণ কৰে। তেওঁলোকক কবলৈ আমন্ত্ৰণ জনাওঁক যে তেওঁলোকে কি আশীৰ্ব্বাদসমূহৰ আনন্দ প্ৰাপ্ত কৰিছে আৰু তেওঁলোকে ইয়াক সম্পন্ন কৰিবলৈ কি কি কৰিলে, আগলৈ প্ৰত্যেক বছৰত এমাহ বা দুমাহ সহযোগী অগ্ৰগামী কৰিবলৈ কিয় ইচ্ছা ৰাখে।

গীত ৬৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক