ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/৯৯ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/৯৯ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ সাহিত্য বিতৰণ ছেপ্তেম্বৰ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। অক্টোবৰ: প্ৰহৰীদূৰ্গ আৰু সচেতন! আলোচনীৰ গ্ৰাহকতা। নবেম্বৰ: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। ডিচেম্বৰ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় সৈতে নতুন সংসাৰ অনুবাদ (ইংৰাজী)।

▪ প্ৰিজাইডিং ওভাৰচিয়াৰ বা তেওঁ নিযুক্ত কৰা কোনো ভাইয়ে ছেপ্তেম্বৰ ১ তাৰিখে বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ হিছাপ-নিকাচৰ পৰীক্ষা কৰা উচিত। যেতিয়া ইয়াক কৰা হয় তেতিয়া পৰৱৰ্তী লেখ ৰিপৰ্ট পঢ়াৰ পাছত ইয়াক ঘোষণা কৰক।

▪ প্ৰাচীনসকলক এপ্ৰিল ১৫, ১৯৯১, প্ৰহৰীদুৰ্গ, ২১-৩ পৃষ্ঠাত বহিস্কৃত কৰা বা সংসৰ্গ ত্যাগ কৰা লোকসকলে পুনৰ ঘুৰি আহিবলৈ ইচ্ছূক বিষয়ে থকা পৰামৰ্শৰ সমন্ধে স্মৰণ কৰোৱা হৈছে।

▪ যিসকলে মণ্ডলীৰ সৈতে যোগা-যোগ কৰে তেওঁলোকে প্ৰহৰীদূৰ্গ আৰু সচেতন! আলোচনীৰ বাবে নতুন আৰু নতুনকৈ পৰিবৰ্তন কৰা গ্ৰাহকতা মণ্ডলীৰ দ্বাৰা পঠোৱা উচিত, ইয়াত তেওঁলোকৰ ব্যক্তিগত গ্ৰাহকতাও সন্মিলিত কৰিব পাৰে।

▪ প্ৰচাৰকসকলে প্ৰকাশনৰ বাবে ব্যক্তিগতভাৱে কৰা অনুৰোধক সংস্থাই গ্ৰহণ নকৰে। প্ৰকাশনৰ বাবে মণ্ডলীৰ মাহেকীয়া অনুৰোধ সংস্থালৈ পঠোৱা আগতে প্ৰিজাইডিং ওভাৰচিয়াৰে প্ৰত্যেক মাহত ইয়াৰ বাবে এটা ঘোষণা কৰিবলৈ ব্যৱস্থা কৰা উচিত যাতে সকলো আগ্ৰহী ব্যক্তিয়ে নিজৰ ব্যক্তিগত প্ৰকাশন প্ৰাপ্ত কৰিবলৈ ভাইজনৰ পৰা পৰামৰ্শ লব পাৰে যিজনে প্ৰকাশনৰ কাৰ্য্য চোৱা-চিতা কৰে। মনত ৰখা উচিত যে কোনবোৰ প্ৰকাশন বিশেষ-অনুৰোধৰ বিষয়ৰ ভিতৰত আছে।

▪ সংস্থাই প্ৰহৰীদূৰ্গ আৰু সচেতন! পকাবন্ধা খণ্ডৰ বাবে আগৰ দৰে স্থায়ী অৰ্দাৰ নলয়। মণ্ডলীয়ে পৰৱৰ্তী প্ৰকাশন অৰ্ডাৰৰ যোগেদি তেওঁলোকৰ আৱশ্যকতাৰ অনুসৰি অৰ্ডাৰ কৰিব পাৰে। পকাবন্ধা খণ্ডবোৰ বিশেষ-অনুৰোধৰ সামগ্ৰী। যিসকলে এই খণ্ডবোৰ লব বিচাৰে তেওঁলোকে আগতীয়াকৈ টকা দিয়া আৱশ্যক যেতিয়া তেওঁলোকে নিজৰ মণ্ডলীত আলোচনীৰ বাবে অৰ্ডাৰ দিয়ে।

▪ নতুন প্ৰকাশন উপলব্ধ:

যিহোৱাৰ সাক্ষীসকল আৰু শিক্ষা—বঙালী, হিন্দী আৰু মাৰাঠী

প্ৰহৰীদুৰ্গ আৰু সচেতন! পকাবন্ধা খণ্ড ১৯৯৮ চনৰ বাবে।

▪ পুনঃ উপলব্ধ প্ৰকাশন:

আমাৰ পৰিচৰ্য্যা সম্পূৰ্ণ কৰিবৰ বাবে সংগঠিত—তামিল

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক