ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/৯৯ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/৯৯ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ সাহিত্য বিতৰণ নবেম্বৰ: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। ডিচেম্বৰ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় সৈতে নতুন সংসাৰ অনুবাদ (ইংৰাজী)। জানুৱাৰী: মণ্ডলীৰ ষ্টকত থকা ১৯২ পৃষ্ঠাৰ যিকোনো কিতাপ। ফেব্ৰুৱাৰী: পৰিয়ালৰ সুখৰ ৰহস্য।

▪ যদি মণ্ডলীয়ে আমাৰ ৰাজ্য পৰিচৰ্য্যা আগৰ মাহৰ ২০ তাৰিখৰ লৈকে পোৱা নাই তেনেহʼলে প্ৰিজাইডিং ওভাৰচিয়াৰে অতি সোনকালে ফেক্স বা টেলিফোনৰ যোগেদি সংস্থাক জনোৱা উচিত।

▪ অনুগ্ৰহ কৰি লক্ষ্য কৰক যে নিজে পঢ়িবলৈ আৰু লিখিবলৈ শিকক ব্ৰচাৰখনৰ মূল্য পৰিৱৰ্তন কৰা হৈছে। অগ্ৰগামীসকলৰ বাবে এই ব্ৰচাৰখনৰ মূল্য ২০·০০ টকা আৰু প্ৰচাৰক আৰু ৰাইজৰ বাবে ২৫·০০ টকা।

▪ জানুৱাৰী ২০০০ চনৰ পৰা তেলেগু ভাষাত সচেতন! নামৰ আলোচনীখন মাহেকীয়াৰ পৰিৱৰ্ত্তে তিনি মাহত এবাৰকৈ প্ৰকাশ কৰা হʼব। মণ্ডলীসমূহক গ্ৰহকতাৰূপে আলোচনীখন আগনবাঢ়াবলৈ পৰামৰ্শ দিয়া হৈছে।

▪ পুনঃ উপলব্ধ প্ৰকাশন:

বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?—গুজৰাটী, মাৰাঠী, হিন্দী, আৰু তামিল

“চোৱা! মই সকলোকে নতুন কৰোঁ”—নেপালী

যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়—মালয়ালম

ঈশ্বৰে আমাৰ পৰা কি বিচাৰে?—কানাড়ী, খাচী, গুজৰাটী, পঞ্জাৱী আৰু মালয়ালম

জীৱনৰ উদ্দেশ্য কি? ইয়াক আপুনি কেনেকৈ বিচাৰি পাব পাৰে?—তামিল

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক