শেষৰ পৃষ্ঠাত চাওঁক
ইয়াত কোনখন আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ শেষৰ পৃষ্ঠাত চাবলৈ কোৱা হৈছে? ইয়াত যোৱা মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ শেষৰ পৃষ্ঠাত চাবলৈ কোৱা হৈছে। কিয়নো তাত এই মাহত আৰু অহা মাহত বিতৰণ কৰিব লগীয়া বিভিন্ন ব্ৰচাৰসমূহৰ বিষয়ে পৰামৰ্শসমূহ দিয়া হৈছে। ইয়াৰ ওপৰিও আপুনি ১৯৯৫, ১৯৯৬, ১৯৯৭, ১৯৯৮ চনৰ জুলাই আৰু আগষ্ট মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা চাব পাৰে।