ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০০ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০০ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ ডিচেম্বৰ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপখনৰ সৈতে নিউ ৰ্ৱল্ড ট্ৰান্‌চলেশ্ব্যান্‌ নামৰ ইংৰাজী বাইবেলখন আগবঢ়াব পাৰে। জানুৱাৰী: বিশংতিতম্‌ শতাব্দীৰ যিহোৱাৰ সাক্ষীসকল আৰু যিহোৱাৰ সাক্ষীসকলে ঐক্যতাবদ্ধৰূপে গোটেই পৃথিৱীত ঈশ্বৰৰ ইচ্ছাক পূৰ্ণ কৰিছে এই দুখন ব্ৰচাৰ দিব পাৰে। ইয়াৰ উপৰিও উপলব্ধ থকা ১৯২ পৃষ্ঠাৰ পুৰণি কিতাপো আগবঢ়াব পাৰে। ফেব্ৰুৱাৰী: জীৱন​—⁠ইয়াত কেনেকৈ আহিল? ক্ৰমবিকাশৰ দ্বাৰা নে সৃষ্টিৰ দ্বাৰা, প্ৰকাশিত বাক্য​—⁠এক চৰম অৱস্থাত উপনীত হৈছে! বা মণ্ডলীত উপলব্ধ থকা ১৯২ পৃষ্ঠাৰ পুৰণি কিতাপো আগবঢ়াব পাৰে। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। এই কিতাপখনেৰে বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষ প্ৰচেষ্টা চলোৱা হʼব।

▪ মণ্ডলীয়ে ডিচেম্বৰ মাহৰ সাহিত্য আৱেদনৰ সৈতে ২০০০ চনৰ প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ পকাবন্ধা কৰা খণ্ডৰ বাবেও আৱেদন পঠোৱা আৱশ্যক। এই পকাবন্ধা কৰা খণ্ডবোৰ মাত্ৰ ইংৰাজী ভাষাত উপলব্ধ কৰা হʼব। যেতিয়ালৈকে এইবোৰ উপলব্ধ নহয় আৰু সন্থাই মণ্ডলীসমূহলৈ প্ৰেৰণ নকৰে, তেতিয়ালৈকে সেই আৱেদনসমূহ “স্থগিতৰূপে” মণ্ডলীৰ পেকিং লিষ্টত ৰখা হʼব। এই পকাবন্ধা কৰা আলোচনীৰ খণ্ডবোৰক বিশেষ-অনুৰোধ হিচাপে লোৱা হয়।

▪ ২০০০ চনত চিমগাত ২২-২৪ তাৰিখলৈকে হʼবলগীয়া “বাক্য পালন কৰোঁতা হোৱা” জিলা অধিৱেশনৰ ঠিকনাক সংশোধন কৰা হৈছে। সেই ঠিকনা হৈছে: Sri Adichunchanagiri Samudaya Bhavana, Kuvempu Road, Sharavathi Nagar, Shimoga 577 201 KAR.

▪ কিংডম নিউজ নং ৩৬ ট্ৰ্যাক্টখন সৈতে ২০০১ চনৰ স্মৰণীয় পৰ্বৰ নিমন্ত্ৰণ পত্ৰৰো আৱেদন পঠোৱা আৱশ্যক। গতিকে কোনো পলম নকৰাকৈ সাহিত্য নিৱেদন পত্ৰত (S-14) স্মৰণীয় পৰ্বৰ নিমন্ত্ৰণ পত্ৰৰ আৱেদন পঠোৱা উচিত। এই নিমন্ত্ৰন পত্ৰখন অসমীয়া, ইংৰাজী, উৰীয়া, কানাড়ী, গুজৰাটী, তামিল, তেলেগু, নেপালী, পঞ্জাবী, বঙালী, মালয়ালম, মাৰীঠী, মিজো আৰু হিন্দী ভাষাত উপলব্ধ কৰা হৈছে। অনুগ্ৰহ কৰি আপোনাৰ এলেকাত যি ভাষাবোৰৰ আৱশ্যক সেইবোৰৰ মাত্ৰ যেন আৱদন পঠিয়াই।

▪ নতুন প্ৰকাশন উপলব্ধ:

মোৰ পুস্তক বাইবেলৰ গল্প (সৰু আকাৰত) —⁠উৰ্দু

সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল —⁠উৰ্দু

আল্লাৰ হিদায়তেই হৈছে​—⁠আমাক বেহেষ্টলৈ লৈ যোৱা ৰাস্তা —⁠উৰ্দু

▪ পুনৰ উপলব্ধ প্ৰকাশনসমূহ:

এনে এজন সৃষ্টিকৰ্ত্তা আছেনে যিজনে আমাৰ তত্ত্বাৱধান লয়? —⁠ইংৰাজী

চিং প্ৰেজেচ্‌ টু যিহʼৱা (সৰু আকাৰত) —⁠ইংৰাজী

আমালৈ কি ঘটে যেতিয়া আমি মৰো? —⁠ইংৰাজী

বাস্তৱতে জগতখনত কোনে শাসন কৰিছে? (ট্ৰ্যাক্ট নং ২২) —⁠উৰ্দু

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক