ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০১
  • প্ৰশ্ন বক্স

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন বক্স
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০১

প্ৰশ্ন বক্স

▪ আলোচনী লোৱাৰ সময়ত আমি দান দিয়া আৰু সেই আলোচনীসমূহৰ বাবে প্ৰচাৰ ক্ষেত্ৰত গৃহস্থৰ পৰা পোৱা দানক সংস্থাৰ বিশ্বজুৰি কাৰ্য্যৰ বাবে থকা বক্সত দান কৰি আমি দুবাৰকৈ আলোচনীৰ বাবে দান নকৰোঁনে?

নিশ্চয়ে নহয়। কিয়নো আমি সংস্থাৰ বিশ্বজুৰি কাৰ্য্যৰ বাবে কৰা দান কেৱল আলোচনীৰ বাবে নকৰোঁ। প্ৰচাৰক আৰু নম্ৰ হৃদয়ৰ লোক এই উভয়কে কোনো মূল্য নোলোৱাকৈ আলোচনীসমূহ দিয়া হয়। যেতিয়া প্ৰচাৰকসকলে দান কৰে, তেতিয়া তেওঁলোকৰ দান-বৰঙণীসমূহ সংস্থাৰ শাখা কাৰ্য্যলয়, বেথেল গৃহ, সহায়ক সেৱকসকলৰ প্ৰশিক্ষণ স্কুল, পৰিভ্ৰমক অধ্যক্ষ, আলোচনী বিতৰণ কেন্দ্ৰ আৰু যীচুৱে তেওঁৰ শিষ্যসকলক কৰিবলৈ কোৱা অন্যান্য আৱশ্যকীয় কাৰ্য্যৰ বাবে ব্যৱহাৰ কৰা হয়। আলোচনী প্ৰকাশ কৰাটো হৈছে ইয়াৰে এটা নিম্নতম অংশ।

যেতিয়া প্ৰচাৰ ক্ষেত্ৰত লগ পোৱা নম্ৰ হৃদয়ৰ লোকসকলৰ পৰা দান লোৱা হয়, তেতিয়া আমি “আলোচনীৰ বাবে” দান দিয়া বুলি কোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে যিসকল আগ্ৰহীলোকক কোনো মূল্য নোলোৱাকৈ আলোচনী পঢ়িবলৈ দিওঁ, আমি তেওঁলোকক এই বিষয়ে বৰ্ণনা কৰা আৱশ্যক। তেওঁলোকে দিয়া দান-বৰঙণী সংস্থাৰ বিশ্বজুৰি কৰা কাৰ্য্যৰ বাবে ব্যৱহাৰ কৰা হয়। ঠিক একেই দৰে প্ৰচাৰকসকলৰ ক্ষেত্ৰটো প্ৰযোজ্য হয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক