পাঠ কৰাৰ উত্তম বিষয়বস্তু!
পূৰ্বৱৰ্তী সচেনত! আলোচনীখনত দিয়া শিৰোনামাৰ বিষয়বস্তুবোৰ উত্তমৰূপে পাঠ কৰা হৈছিল বুলি আপুনি মান্তি নহʼবনে?
“আপোনাৰ স্মৰণশক্তিক কেনেকৈ উন্নত কৰিব পাৰে”
“দৈনন্দিন জীৱনত মহিলাসকলক সন্মান কৰা”
“নেতিবাচক অনুভূতিবোৰত কেনেকৈ জয়ী হʼব পাৰি?”
“আপুনি শ্ৰোতাসকলৰ সম্মুখত কʼব পাৰে!”
“আপুনি কেনে ধৰণৰ ৰং-ধেমালি বাছনি কৰিব?”
এই লেখবোৰ আৰু আন কাৰণসমূহ ১৯৯২ চনৰ সচেতন! আলোচনীত দিয়া হৈছে। সেইবোৰ বিষয় আমি লাভবান নোহোৱাকৈ অতি পুৰণিনে? অৱশ্যেই নহয়! আপুনি এতিয়াও ১৯৯২ চনৰ সচেতন! আলোচনীখনৰ পকা-বন্ধা খণ্ড ইংৰাজী ভাষাত লাভ কৰিব পাৰে। যদি কোনো প্ৰকাশকে সচেতন! আলোচনীখনৰ পকা-বন্ধা খণ্ড পাবলৈ বিচাৰে তেনেহʼলে মণ্ডলীৰ সাহিত্য সেৱকৰ যোগেদি তেওঁলোকৰ আৱেদন পঠাওক।
ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল অধ্যক্ষই সেই পকা-বন্ধা খণ্ড ৰাজ্যগৃহৰ লাইব্ৰেৰীত ক্ৰমানুসাৰে উপলব্ধ আছে নে নাই তাক নিশ্চিত কৰা উচিত।