ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০৪ পৃষ্ঠা ৩
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০৪ পৃষ্ঠা ৩

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ এক বিশেষ প্ৰচেষ্টা কৰা আৱশ্যক। যদি লোকসকলে ইতিমধ্যেই এই কিতাপখন লৈছে, তেন্তে দানিয়েলৰ ভৱিষ্যতবাণী প্ৰতি মনোযোগ দিয়ক! নামৰ কিতাপখন তেওঁলোকক দিব পাৰে। এপ্ৰিল আৰু মে’: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী বিতৰণ কৰক। যেতিয়া পুনৰ সাক্ষাৎ কৰা হয় তেতিয়া লোকসকলক স্মৰণীয় পৰ্ব্ব বা সংস্থাই ব্যৱস্থা কৰা আন উপলক্ষ্যবোৰত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰক। একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখন বিতৰণ কৰিবলৈ মনোযোগ দিয়ক। বিশেষকৈ জ্ঞান কিতাপ বা বিচাৰে ব্ৰচাৰখন অধ্যয়ন কৰা লোকসকলৰ সৈতে এটা গৃহ বাইবেল অধ্যয়ন পৰিচালনা কৰিবলৈ সকলো প্ৰকাৰে প্ৰচেষ্টা কৰক। জুন: মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা কিতাপখনৰ বিতৰণ। যদি গৃহস্থই কয় যে তেওঁলোকৰ কোনো লʼৰা-ছোৱালী নাই, তেনেহʼলে তেওঁলোকক বিচাৰে ব্ৰচাৰখন দিব পাৰে। যেতিয়া ব্ৰচাৰখন দিয়া হয় তেতিয়া বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ লক্ষ্য ৰাখা উচিত।

▪ প্ৰচাৰকসকলে ব্যক্তিগতভাৱে আলোচনী বিচাৰি পঠোৱা আৱেদন পত্ৰ সংস্থাই গ্ৰহণ নকৰে। মণ্ডলীয়ে সংস্থালৈ মাহেকীয়া আলোচনীৰ নিৱেদন কৰাৰ আগতে প্ৰিজাইডিং ওভাৰচিয়াৰে প্ৰত্যেক মাহত ঘোষণা কৰিবলৈ ব্যৱস্থা কৰা উচিত যাতে ইচ্ছুক ভাই-ভনীসকলে ব্যক্তিগতভাৱে আলোচনীৰ নিৱেদন সেই ভাইজনক দিব পাৰে যিজনে আলোচনীৰ চোৱা-চিতা কৰে। অনুগ্ৰহ কৰি বিশেষ-অনুৰোধৰ আলোচনীবোৰৰ বিষয়ে মনত ৰখা উচিত।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক