ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৪ পৃষ্ঠা ২
  • এপ্ৰিল মাহৰ সেৱা ৰিপোৰ্ট

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল মাহৰ সেৱা ৰিপোৰ্ট
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৪ পৃষ্ঠা ২

এপ্ৰিল মাহৰ সেৱা ৰিপোৰ্ট

গড় গড় গড় গড়

সংখ্যা: ঘন্টা আলো. পু.সা. বা.অ.

বি.অগ্ৰ. ১৮ ১২০.৭ ৩৮.১ ৪০.৫ ৪.৩

অগ্ৰ. ৯১১ ৬০.৮ ১৮.২ ২৪.৮ ৪.৪

স.অগ্ৰ. ২,৩৬৮ ৫২.৫ ১৫.৮ ১১.২ ১.৬

প্ৰচা. ২০,৭১৬ ৮.২ ২.৯ ২.৬ ০.৫

মুঠ ২৪,০১৩ বাপ্তিষ্মা: ৮৩

এই বছৰৰ এপ্ৰিল মাহটো বিশেষ মাহ হিচাবে যিহোৱা ঈশ্বৰৰ আশীৰ্ব্বাদৰ বাবে এক উত্তম ফলাফল পোৱা গʼল। প্ৰকাশক, নিয়মিত অগ্ৰগামী আৰু সহযোগী অগ্ৰগামীসকলৰ সংখ্যা বছেৰেকীয়া শীৰ্ষবিন্দু চুলেগৈ। বেছিভাগ মণ্ডলীৰ পৰা পোৱা ৰিপোৰ্টে দেখুৱাইছে যে বাইবেল অধ্যয়নৰ সংখ্যা আছিল ১৮,১১৪ জন। স্মৰণীয় পৰ্ব্বত উপস্থিত হোৱাসকলৰ সংখ্যা আছিল ৬১,৫৩৮ জন, যি বিগত বছৰতকৈ ৮ শতাংশ বৃদ্ধি হʼল। সেয়েহে “যিহোৱাক বিচাৰোঁতাবিলাকৰ চিত্তে আনন্দ কৰক।”​—⁠১ বংশাৱলি ১৬:⁠১০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক