ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 জানুৱাৰী পৃষ্ঠা ২
  • জানুৱাৰী ৪-১০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ৪-১০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 জানুৱাৰী পৃষ্ঠা ২

জানুৱাৰী ৪-১০

২ বংশাৱলি ২৯-৩২

  • গীত ৩৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “সত্য উপাসনাৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন”: (১০ মি.)

    • ২বং ২৯:১০-১৭—হিষ্কিয়াই সত্য উপাসনা পুনৰস্থাপন কৰিবলৈ দৃঢ়সংকল্প লৈছিল

    • ২বং ৩০:৫, ৬, ১০-১২—হিষ্কিয়াই সকলো নম্ৰ হৃদয়ৰ লোকক উপাসনাৰ বাবে নিমন্ত্ৰণ কৰিছিল

    • ২বং ৩২:২৫, ২৬—হিষ্কিয়াই নিজৰ অহংকাৰক নম্ৰতাৰে সংশোধন কৰিছিল (w০৫-E ১০/১৫ ২৫ ¶২০)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ২বং ২৯:১১—হিষ্কিয়াই জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়বোৰক প্ৰাধান্য দি কিদৰে এটা ভাল উদাহৰণ ৰাখিছিল? (w১৩-E ১১/১৫ ১৭ ¶৬-৭)

    • ২বং ৩২:৭, ৮—আহিবলগীয়া সমস্যাবোৰৰ সন্মুখীন হʼবলৈ আমি কি ব্যৱহাৰিক পদক্ষেপ লʼব পাৰোঁ? (w১৩-E ১১/১৫ ২০ ¶১৭)

    • এই সপ্তাহৰ বাইবেল পাঠে মোক যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিবলৈ সহায় কৰিলে?

    • মই এই সপ্তাহৰ বাইবেল পাঠৰপৰা কি বিষয় ঘোষণা কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰোঁ?

  • বাইবেল পাঠ: ২বং ৩১:১-১০ (৪ মি. বা কম)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • এই মাহৰ প্ৰদৰ্শন প্ৰস্তুত কৰক: (১৫ মি.) আলোচনা। T-35 ট্ৰেক্ট প্ৰদৰ্শনৰ প্ৰথম নমুনা দেখুৱাওক আৰু ইয়াৰ মূল বিষয়বোৰ আলোচনা কৰক। পুনৰ সাক্ষাতৰ বাবে প্ৰচাৰকে কেনেকৈ ভিত্তিমূল গঢ়ি তুলিছে তাৰ বিষয়ে বৰ্ণনা কৰক। দ্বিতীয় নমুনাটো ব্যৱহাৰ কৰি ট্ৰেক্টখনৰ বাবে একেদৰে কৰক আৰু ভাল খবৰ ব্ৰচাৰখনৰ বাবে প্ৰস্তুত কৰা ভিডিঅʼখন দেখুৱাওক। “ভাল খবৰ ব্ৰচাৰখন ব্যৱহাৰ কৰি কেনেকৈ বাইবেল অধ্যয়ন কৰিব” লেখটোৰপৰা বৰ্ণনা কৰক। নিজৰ প্ৰদৰ্শন প্ৰস্তুত কৰিবলৈ প্ৰচাৰকসকলক উৎসাহিত কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৩

  • “সত্য উপাসনাৰ বাবে স্থান নিৰ্মাণ আৰু তদাৰক কৰা আমাৰ দায়িত্ব”: (১৫ মি.) আলোচনা। যিসকল ভাই-ভনীয়ে ৰাজ্যগৃহৰ নিৰ্মাণ কাৰ্য্যত ভাগ লৈছিল, তেওঁলোকে লাভ কৰা আনন্দৰ বিষয়ে মন্তব্য কৰিবলৈ উৎসাহিত কৰক। পৰিষ্কাৰ আৰু তদাৰকৰ বাবে দায়িত্বত থকা ভাইজনক স্থানীয় মণ্ডলীৰ বাবে কৰা ব্যৱস্থাৰ বিষয়ে জনাবলৈ সাক্ষাতকাৰ লওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: bh পৃষ্ঠা ৩-৭ (৩০ মি.)

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক