ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 জানুৱাৰী পৃষ্ঠা ৩
  • সত্য উপাসনাৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সত্য উপাসনাৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • মিল থকা বিষয়
  • হিষ্কিয়া ৰজাক ঈশ্বৰৰ সহায়
    বাইবেলৰ কাহিনী
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 জানুৱাৰী পৃষ্ঠা ৩

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ বংশাৱলি ২৯-৩২

সত্য উপাসনাৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন

ছপা সংস্কৰণ
যিৰূচালেমত চলোমনে নিৰ্মাণ কৰা মন্দিৰ

হিষ্কিয়াই সত্য উপাসনা পুনৰস্থাপন কৰিবলৈ দৃঢ়সংকল্প লৈছিল

২৯:১০-১৭

  • খৃ.পূ. ৭৪৬-৭১৬

    হিষ্কিয়াৰ ৰাজত্বৰ সময়ছোৱা

  • নিচান খৃ.পূ. ৭৪৬

    • ১-৮ দিন: ভিতৰ-চোতালৰ পৰিষ্কাৰ

    • ৯-১৬ দিন: যিহোৱাৰ গৃহৰ পৰিষ্কাৰ

    • সকলো ইস্ৰায়েলীৰ বাবে প্ৰায়শ্চিত্ত আৰু সত্য উপাসনাৰ পুনৰস্থাপন

  • খৃ.পূ. ৭৪০

    চমৰিয়াৰ পতন

হিষ্কিয়াই সকলো নম্ৰ হৃদয়ৰ লোকক উপাসনাৰ বাবে নিমন্ত্ৰণ কৰিছিল

৩০:৫, ৬, ১০-১২

  • বেৰ-চেবাৰপৰা দানলৈকে নিস্তাৰ-পৰ্ব্বৰ বিষয়ে ঘোষণা কৰি চিঠি পঠিয়াইছিল

  • কিছুমানে ঠাট্টা কৰিছিল, কিন্তু বেছিভাগ লোকে সঠিক মনোবৃত্তি দেখুৱাইছিল

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক