ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 জানুৱাৰী পৃষ্ঠা ৮
  • ভাল খবৰ ব্ৰচাৰখন ব্যৱহাৰ কৰি কেনেকৈ বাইবেল অধ্যয়ন কৰিব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভাল খবৰ ব্ৰচাৰখন ব্যৱহাৰ কৰি কেনেকৈ বাইবেল অধ্যয়ন কৰিব
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • মিল থকা বিষয়
  • বিচাৰে ব্ৰচাৰৰ সৈতে অধ্যয়ন আৰম্ভ
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • “সংক্ষেপতে বিষয়টো কওঁক!”
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 জানুৱাৰী পৃষ্ঠা ৮

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

ভাল খবৰ ব্ৰচাৰখন ব্যৱহাৰ কৰি কেনেকৈ বাইবেল অধ্যয়ন কৰিব

  1. গৃহস্থই যাতে মূল বিষয়টো ধ্যান দিব পাৰে, তাৰ বাবে ডাঠ আখৰেৰে লিখা প্ৰশ্নটো পঢ়ক।

  2. ইয়াৰ পাছত অনুচ্ছেদটো পঢ়ক।

  3. হেলনীয়াকৈ লিখা শাস্ত্ৰীয় পদবোৰ পঢ়ক আৰু এই পদবোৰে কেনেকৈ উত্তৰ দিছে, তাক বুজিবলৈ গৃহস্থক কৌশলেৰে প্ৰশ্ন সোধক।

  4. যদি প্ৰশ্নৰ লগত এটাতকৈ বেছি অনুচ্ছেদ থাকে, তেনেহʼলে ২ আৰু ৩ উল্লেখ কৰা নিৰ্দেশনা পালন কৰক। যদি প্ৰশ্নৰ লগত জড়িত jw.org কোনো ভিডিঅ’ থাকে, তেনেহʼলে আপুনি আলোচনা কৰাৰ সময়ছোৱাত দেখুৱাব পাৰে।

  5. গৃহস্থই মূল বিষয়টো বুজি পাইছেনে নাই, তাক নিশ্চিত কৰিবলৈ আপুনি গৃহস্থক প্ৰশ্নটোৰ উত্তৰ দিবলৈ কওক।

ঈশ্বৰৰপৰা ভাল খবৰ! ব্ৰচাৰখনৰ পাঠ ২
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক