জানুৱাৰী ১৮-২৪
ইজ্ৰা ১-৫
গীত ২৬ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাই নিজৰ প্ৰতিজ্ঞাবোৰ পূৰ কৰে”: (১০ মি.) [ইজ্ৰা কিতাপখনৰ পৰিচয় (হিন্দী) ভিডিঅʼখন দেখুৱাওক।]
ইজ্ৰা ৩:১-৬—যিহোৱাৰ ভৱিষ্যতবাণী কেতিয়াও ব্যৰ্থ নহয় (w০৬-E ১/১৫ ১৯ ¶২)
ইজ্ৰা ৫:১-৭—যিহোৱাই তেওঁৰ লোকসকলৰ সফলতাৰ বাবে যিকোনো পৰিস্থিতিৰ সাল-সলনি কৰিব পাৰে (w০৬-E ১/১৫ ১৯ ¶৪; w৮৬-E ১/১৫ ৯¶২; w৮৬-E ২/১ ২৯ বক্স)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
ইজ্ৰা ১:৩-৬—যিসকল ইস্ৰায়েলীয়ে যিৰূচালেমলৈ উভতি আহিবলৈ বিচৰা নাছিল, তেওঁলোকৰ বিশ্বাস কম আছিল নেকি বাৰু? (w০৬-E ১/১৫ ১৭ ¶৫; ১৯ ¶১)
ইজ্ৰা ৪:১-৩—তেওঁলোকে সহায় কিয় গ্ৰহণ কৰা নাছিল? (w০৬-E ১/১৫ ১৯ ¶৩)
এই সপ্তাহৰ বাইবেল পাঠে মোক যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিবলৈ সহায় কৰিলে?
মই এই সপ্তাহৰ বাইবেল পাঠৰপৰা কি বিষয় ঘোষণা কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰোঁ?
বাইবেল পাঠ: ইজ্ৰা ৩:১০–৪:৭ (৪ মি. বা কম)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) T-35 ট্ৰেক্টখনৰ শেষৰ পৃষ্ঠা ব্যৱহাৰ কৰি প্ৰস্তুত কৰক। পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।
পুনৰ সাক্ষাৎ: (৪ মি. বা কম) T-35 ট্ৰেক্টখনৰ শেষৰ পৃষ্ঠাৰ প্ৰতি আগ্ৰহ দেখুৱা লোকসকলক কেনেকৈ পুনৰ সাক্ষাৎ কৰিব পাৰি, তাৰ বিষয়ে এটা প্ৰদৰ্শন দেখুৱাওক। পৰৱৰ্তী সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) এটা বাইবেল অধ্যয়নৰ প্ৰদৰ্শন কৰক। (bh ২০-২১ ¶৬-৮)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ৪০
“এই সকলোও তোমালোকক দিয়া হব”: (৫ মি.) মথি ৬:৩৩ আৰু লূক ১২:২২-২৪ পদৰ আধাৰত ভাষণ। যেতিয়া ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া হয়, তেতিয়া যিহোৱা ঈশ্বৰে নিজে কৰা প্ৰতিজ্ঞা কেনেকৈ পূৰ কৰিছে, তাৰ বিষয়ে চমুকৈ অনুভৱ কʼবলৈ প্ৰচাৰকসকলক অনুৰোধ কৰক।
আপোনাৰ কথা-বতৰাত ‘হয়ৰ অৰ্থ, নহয়’ হয় নেকি?: (১০ মি.) আলোচনা। (w১৪-E ৩/১৫ ৩০-৩২)
মণ্ডলীৰ বাইবেল অধ্যয়ন: bh অধ্যা. ১ ¶১১-১৭ (৩০ মি.)
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৪৮ আৰু প্ৰাৰ্থনা