ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ বংশাৱলি ৩৩-৩৬
হৃদয়েৰে অনুতাপ কৰা লোকসকল যিহোৱাৰ দৃষ্টিত বহুমূলীয়া
ছপা সংস্কৰণ
মনচি
অচূৰীয়াহঁতৰ যোগেদি তেওঁক বাবিল নগৰলৈ ভৰিত শিকলি লগাই বন্দী কৰি লৈ যাবলৈ যিহোৱাৰ সন্মতি আছিল
বন্দী কৰাৰ পূৰ্বে ৰাজত্ব
মিছা দেৱতাবিলাকৰ বাবে বেদী নিৰ্মাণ কৰিছিল
নিজৰ পুত্ৰক বলিদান কৰিছিল
নিৰ্দোষীৰ ৰক্তপাত কৰিছিল
ভূতপ্ৰেতৰ কাৰ্য্যৰ বাবে গোটেই ৰাষ্ট্ৰক উৎসাহিত কৰিছিল
মুক্ত হোৱাৰ পাছত ৰাজত্ব
নিজকে নম্ৰ কৰিছিল
যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল; বলিদান দিছিল
মিছা দেৱতাবিলাকৰ বেদীবোৰ আঁতৰাইছিল
যিহোৱাক সেৱা কৰিবলৈ গোটেই ৰাষ্ট্ৰক উৎসাহিত কৰিছিল
যোচিয়া
শাসন কালত
যিহোৱাৰ বিষয়ে অনুসন্ধান কৰিছিল
যিহূদা আৰু যিৰূচালেমক শুচি কৰিছিল
যিহোৱাৰ গৃহ মেৰামতি কৰিছিল; ব্যৱস্থা-পুস্তকখন পাইছিল