ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 অক্টোবৰ পৃষ্ঠা ৭
  • পবিত্ৰ-স্থানত বেদিবোৰৰ ভূমিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পবিত্ৰ-স্থানত বেদিবোৰৰ ভূমিকা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • প্ৰায়শ্চিত্ত-দিনৰপৰা আমি কি শিকিব পাৰোঁ?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • যিহোৱাৰ মহান লাক্ষণিক মন্দিৰত উপাসনা কৰিবলৈ বিশেষ সুযোগ পোৱাৰ বাবে কৃতজ্ঞ হওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপাসনাৰ কাৰণে পবিত্ৰ তম্বু
    বাইবেলৰ পৰা শিকোঁ আহা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 অক্টোবৰ পৃষ্ঠা ৭
পবিত্ৰ-স্থানক ওপৰ ফালৰপৰা কাপোৰেৰে ঢকা হৈছে, সেইবাবে কাঠৰ তক্তা আৰু তম্বুৰ ভিতৰত ৰখা বস্তুবোৰ দেখিবলৈ পোৱা গৈছে। তাৰ কাষতে প্ৰক্ষালন-পাত্ৰ আৰু হোম বেদি ৰখা আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ৩৭-৩৮

পবিত্ৰ-স্থানত বেদিবোৰৰ ভূমিকা

৩৭:২৫, ২৯; ৩৮:১

পবিত্ৰ-স্থানৰ বেদিবোৰ যিহোৱাই যিদৰে কৈছিল, ঠিক তেনেদৰেই নিৰ্মাণ কৰা হৈছিল। ঈশ্বৰৰ উপাসনাত এইবোৰৰ বিশেষ ভূমিকা আছিল।

  • ধূপ-বেদি

    যেতিয়া সুগন্ধি দ্ৰব্যৰ মিশ্ৰণেৰে তৈয়াৰ কৰা ধূপ জ্বলোৱা হৈছিল, তেতিয়া যিহোৱাৰ মন প্ৰফুল্লিত হৈছিল। ঠিক সেইদৰে যিহোৱাৰ সেৱকসকলে তেওঁলৈ প্ৰাৰ্থনা কৰিলে, তেওঁৰ মন আনন্দিত হয়

  • ধূপ-বেদি

    যিহোৱাই হোম বেদিত উৎসৰ্গ কৰা বলিদানবোৰ স্বীকাৰ কৰিছিল। এই বেদি ঈশ্বৰৰ ‘উদ্দেশ্যক’ চিত্ৰিত কৰিছিল, অৰ্থাৎ যিহোৱাই নিজৰ একমাত্ৰ পুত্ৰৰ বলিদানক স্বীকাৰ কৰিব। এই বেদি পবিত্ৰ-স্থানৰ দুৱাৰৰ সন্মুখত ৰখা হৈছিল। যেতিয়া কোনোবাই বলিদান উৎসৰ্গ কৰিবলৈ আহে, তেতিয়া তেওঁ প্ৰথমে এয়াই দেখা পাইছিল। ইয়াৰপৰা আমি শিকিব পাৰোঁ যে যিহোৱাৰ অনুমোদন লাভ কৰিবলৈ, প্ৰথমে যীচু খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰা উচিত।—যোহ ৩:১৬-১৮; ইব্ৰী ১০:৫-১০

মোৰ প্ৰাৰ্থনা তৈয়াৰ কৰা সুগন্ধি ধূপৰ দৰে হʼবলৈ মই কি কৰিব পাৰোঁ?—গীত ১৪১:২

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক